• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

8 months ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

32 minutes ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

1 hour ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

1 hour ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

2 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

2 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

3 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

3 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

5 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

6 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

7 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

editor by editor
February 4, 2026
in জীৱনশৈলী
0
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৫ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰৰ দিনৰ দেৱতা হৈছে ভগৱান বিষ্ণু৷ চন্দ্ৰই কন্যা ৰাশিৰ দিশলৈ গমন কৰিব৷ আৰু চন্দ্ৰ আৰু বৃহস্পতিৰ চতুৰ্থ ঘৰত অৱস্থান কৰিব৷ আৰু বৃহস্পতি চন্দ্ৰৰ দশম ঘৰত অৱস্থান কৰিব৷ যাৰ ফলত শুভ গজকেশৰী যোগ তৈয়াৰ হব৷ সূৰ্য আৰু মঙ্গলৰ সংযোগত আদিত্য মঙ্গল যোগ তৈয়াৰ কৰিব আৰু মকৰ ৰাশিৰ মঙ্গলৰ উপস্থিতিয়ে ৰুচক ৰাজযোগ তৈয়াৰ কৰিব৷ এই সকলোবোৰৰ ওপৰিও উত্তৰ ফাল্গুনী নক্ষত্ৰৰ সংযোগেও সুকৰ্ম যোগ তৈয়াৰ কৰিব৷ মেষ, মিথুন, কন্যা, ধনু আৰু মকৰ ৰাশিৰ আববে শুভ আৰু কল্যাণকৰ হব৷

বৃহস্পতিবাৰৰ ভাগ্যবান ৰাশি

মেষ ৰাশি

মেষ ৰাশিৰ জাতক জাতিকাৰ মনোবল বৃদ্ধিৰ দিন হব৷ আপোনাৰ উৎসাহ আৰু এনাৰ্জি দেখি আনকি আপোনাৰ বিৰোধীও শান্ত থাকিব আৰু আপোনাৰ কাম সুস্থভাৱে আগুৱাব৷ কৰ্মক্ষেত্ৰত নতুন কিছু চেষ্টা কৰাৰো সুযোগ পাব৷ যিয়ে আপোনাক আনন্দ দিব৷ আপুনি বিমা আৰু বেংকিং সম্পৰ্কিত কামৰ সাফল্য অৰ্জন কৰিব৷ এক সাহসী সিদ্ধান্ত লোৱাৰ মাধ্যমেৰে কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা আৰু সিদ্ধান্তমূলক মনোবলৰ পৰাও আপুনি উপকৃত হব পাৰে৷ যিসকলে বিদেশত কাম কৰি আছে তেওঁলোকেও বিশেষ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে৷ সন্ধিয়ালৈকে আপুনি কোনো বিশেষ ভাল খবৰ পাব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আনন্দময় দিন হব৷ আপোনাৰ কৰ্মজীৱনত চলমান যিকোনো উদ্বেগৰ সমাধান পাব পাৰে৷ আপুনি নতুন দায়িত্বও পাব পাৰে৷ ভাগ্য আপোনাৰ অনুকুলে থাকিব৷ আপুনি আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হব৷ ব্যৱসায়ত লাভ দেখা পাব৷ আপোনাৰ যোগাযোগ দক্ষতাৰ পৰা আপুনি বিশেষভাৱে উপকৃত হব৷ আপোনাৰ পৰিয়ালৰ পৰা পূৰ্ণ সমৰ্থন পাব৷ আপুনি আত্মীয়ৰ সৈতে দেখা কৰিব পাৰে৷ মিথুন ৰাশিৰ জাতক জাতিকাৰ শিক্ষায়ত্ৰ অগ্ৰগতিৰো সুযোগ থাকিব৷ আপোনাৰ আয় বৃদ্ধিৰ আবে আপুনি নতুন উৎস অন্বেষণ কৰিব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে প্ৰভাৱ আৰু লাভ বৃদ্ধিৰ দিন হব৷ আপোনাৰ ৰাশিত চন্দ্ৰৰ গোচৰে আপোনাক আৱেগপ্ৰৱণ আৰু সৃজনশীল কৰি তুলিব৷ আপোনাৰ সামাজিক দক্ষতা আৰু কথা কোৱাৰ দক্ষতাৰ মাধ্যমেৰে আপুনি লাভৱান হব পাৰে৷ কৰ্মক্ষেত্ৰতো আপোনাৰ বাবে অনুকূল দিন হব৷ আপুনি আপোনাৰ সহকৰ্মীসকলৰ সৈতে আৰু ভাল সমন্বয় বজায় ৰাখিবলৈ সক্ষম হব৷ যি আপোনাৰ বাবে উপকাৰী হব৷ যাৰ কাম হিচাপৰক্ষণ বা শিল্পৰ সৈতে সম্পৰ্কিত তেওঁলোক বিশেষভাৱে উপকৃত হব৷ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰতো আপোনাৰ বাবে উপভোগ্য দিন হব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে কেৰিয়াৰ আৰু ব্যৱসায়ৰ দিশৰ পৰা শুভ দিন হব৷ কৰ্মক্ষেত্ৰত আপুনি নতুন সুযোগ পাব পাৰে৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে ভাল সুযোগ পাব৷ কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ ঊৰ্ধ্বতনসকলৰ পৰা সহায়তা পাব৷ আপোনাৰ আৰ্থিক পৰিকল্পনাসমূহো সফল হব৷ আৰু এটা ভাল দিশ হৈছে চলমান যিকোনো আইনী বিষয় লাভজনক হব৷ ভাগ্যত অপ্ৰত্যাশিত লাভৰ সম্ভাৱনাও আছে৷ সামাজিক সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ দিন৷ শুক্ৰই আপোনাৰ ৰাশিত গোচৰ কৰিব যি আপোনাৰ বাবে লাভৰ কাৰণ হব৷ কৰ্মক্ষেত্ৰত আপুনি লাভজনক সুযোগ পাব৷ আপোনাৰ সহকৰ্মীৰ পৰা সহায় পাব৷ ভাগ্য ব্যৱসায়ত লাভৰ সুযোগ৷ আপোনাৰ  পাৰিবাৰিক জীৱনত অনুকূল পৰিস্থিতিৰ সদ্ব্যৱহাৰ কৰিবলৈ সক্ষম হব আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
Next Post
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.