• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

3 hours ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

21 minutes ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

50 minutes ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

2 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

4 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

5 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

6 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

8 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

editor by editor
March 19, 2026
in জীৱনশৈলী
0
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?
0
SHARES
605
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত শনিক কৰ্মৰ দাতা আৰু ন্যায়ৰ দেৱতা হিচাপে বিবেচনা কৰা হয়৷ যেতিয়া শনিয়ে তাৰ স্থান পৰিবৰ্তন কৰে তেতিয়া দেশ, বিশ্ব আৰু ১২ ৰাশিৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়৷ জ্যোতিষশাস্ত্ৰীয় গণনা অনুসৰি ২০২৬ চনৰ ১৭ এপ্ৰিলত শনিয়ে মীন ৰাশিত উদিত হ’ব৷ বৰ্তমান অস্ত গৈছে শনি৷

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি কোনো গ্ৰহই তাৰ অস্তগামী অৱস্থাৰ পৰা উদিত হ’লে তাৰ চেতনা আৰু শক্তি উভতি আহে৷ শনিৰ উদয়ে কেইবাটাও ৰাশিৰ বাবে আশীৰ্বাদস্বৰূপ প্ৰমাণিত হব পাৰে৷ বিশেষকৈ যিসকলে বহুদিন ধৰি অসুবিধা আৰু মানসিক চাপত ভূগি আছিল তেওঁলোকৰ বাবে শনিৰ উদয়ে ভাগ্য খুলিব৷ কোন ৫ৰাশি উপকৃত হ’ব?

বৃষ ৰাশি

বৃষ ৰাশিৰ বাবে শনিৰ উদয় এক আশীৰ্বাদৰ দৰে৷ দীৰ্ঘদিনৰ ৰৈ থকা পদোন্নতি লাভৰ সম্ভাৱনা আছে৷ আয়ৰ নতুন উৎস উন্মোচিত হ’ব৷ পুৰণি বিনিয়োগৰ পৰা মুনাফা লাভ হব৷ পৈতৃক সম্পত্তি সংক্ৰান্তিয় বিবাদৰ সমাধান হোৱাৰ সম্ভাৱনা আছে৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে শনি দশম ঘৰ অৰ্থাৎ কৰ্মৰ ঘৰত উদিত হব৷ যিয়ে ব্যৱসায় প্ৰসাৰৰ নতুন সুযোগ আনি দিব৷ বৈদেশিক যোগাযোগ লাভজনক হ’ব পাৰে৷ যিসকলে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি লৈছে তেওঁলোকেও সুসংবাদ পাব পাৰে৷ সমাজ আৰু কৰ্মক্ষেত্ৰত আপোনাৰ সুনাম বৃদ্ধি পাব৷

ধনু ৰাশি

ধনু ৰাশিৰ বাবে শনিৰ উদয়ে জীৱনত আৰাম আৰু বিলাসিতা বৃদ্ধি কৰিব৷ এই সময়ত নতুন ঘৰ বা বাহন ক্ৰয়ৰ সপোন সঁচা হব পাৰে৷ ঘৰত কোনো শুভ ঘটনা ঘটাৰ সম্ভাৱনা আছে৷ মানসিক চাপ কমিব আৰু উদ্যমী বোধ কৰিব৷ কেৰিয়াৰত সাফল্যৰ চকা ঘূৰিব৷

মকৰ ৰাশি

মকৰ ৰাশি শনিৰ অধীন ৰাশি৷ সেয়ে শনিৰ উদয়ে জাতকৰ আত্মবিশ্বাস বঢ়াই তুলিব৷ আঢ়ৈ বছৰ ধৰি আপুনি যি কঠোৰ পৰিশ্ৰম কৰি আহিছে সেয়া এতিয়া ফলপ্ৰসূ হব পাৰে৷ আনকি কোনো কঠিন সিদ্ধান্ত ল’বলৈয়ো সক্ষম হব আৰু যি ভৱিষ্যতে উপকাৰী প্ৰমাণিত হব৷ আপোনাৰ ভাতৃ ভগ্নীৰ সৈতে সম্পৰ্কৰ উন্নতি হব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশি বৰ্তমান শনিৰ চাৰে সাতিৰ দ্বিতীয় পৰ্বৰ মাজত আছে৷ কিন্তু শনিৰ উদয়ে কিছু পৰিমাণে হ’লেও স্বস্তি আনি দিব৷ হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ ৰৈ থকা ধন উদ্ধাৰ কৰিব৷ আপোনাৰ কথাই মানুহৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব৷ যাৰ ফলত দীৰ্ঘস্থায়ী অসুস্থতাৰ পৰাও মুক্তি লাভৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

March 19, 2026
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?
জীৱনশৈলী

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

March 19, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
Next Post
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন