• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

3 hours ago
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

4 minutes ago
৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

33 minutes ago
এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

1 hour ago
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

2 hours ago
এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

2 hours ago
ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

3 hours ago
LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

18 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

19 hours ago
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

20 hours ago
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

20 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

20 hours ago
পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

editor by editor
March 26, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যুদ্ধৰ ২৭ নম্বৰ দিনত ইৰানে স্পষ্টকৈ জনালে বন্ধু ৰাষ্ট্ৰ ভাৰতৰ বাবে তেওঁলোকে খুলি দিব হৰমুজ প্ৰণালী৷ কেইবাখনো দেশৰ জাহাজক হৰমুজ পাৰ হ’বলৈ নিদিলেও গ্ৰীণ কৰিডৰৰ সুবিধা কেইবাখনো দেশৰ বাবে খুলিছে ইৰানে৷ কেৱল ভাৰতেই নহয়, কোন কোন ৰাষ্ট্ৰক এই সংঘাতৰ পৰিস্থিতিতো বন্ধু বুলি ধাৰণা কৰিছে তেহৰানে সেয়াও স্পষ্ট কৰি দিলে ইৰানৰ বিদেশমন্ত্ৰী আব্বাছ আৰাঘচিৰ বিবৃত্তিত৷ ইৰানৰ এই ঘোষণাই স্বস্তি দিছে ভাৰতৰ ইন্ধনৰ চেক্টৰত৷

কি জনাইছে ইৰানে?

ইৰানৰ চৰকাৰী টিভিত দিয়া এক সাক্ষাৎকাৰত বিদেশমন্ত্ৰী আব্বাছ আৰাঘচিয়ে জনাইছে যে হৰমুজ প্ৰণালী মুঠেও বন্ধ নহয়৷ ভাৰতসহ যিসমূহ দেশক ইৰানে বন্ধু ধাৰণা কৰে তেওঁলোকৰ বাবে এই গুৰুত্বপূৰ্ণ জলপথ এতিয়াও খোলা আছে৷ এই চলাচল অৱশ্যে চৰ্তসাপেক্ষেহে হ’ব সেয়াও স্পষ্ট কৰিছে আৰাঘচিয়ে৷

আন্তৰ্জাতিক সংবাদসংস্থাৰ এক প্ৰতিবেদনত আৰাঘচিয়ে কয়, ‘পণ্য অনাৰ ক্ষেত্ৰত জাহাজৰ সুৰক্ষিত চলাচলৰ বাবে বিভিন্ন ৰাষ্ট্ৰৰ প্ৰধানসকলে আমাৰ সৈতে যোগাযোগ কৰি নিৰাপদ যাতায়াত নিশ্চিত কৰিবলৈ অনুৰোধ জনাইছে৷ এই দেশসমূহৰ মাজত আছে কেইবাখনো ৰাষ্ট্ৰ৷ আমি বন্ধু বুলি ধাৰণা কৰি অথৱা অন্য কোনো কাৰণত আমমি তেওংলোকৰ ছেফ স্পেছত ৰাখিছো৷ আমাৰ বাহিনীয়ে এই ভেছলসমূহক নিৰাপদ যাতায়াতৰ ব্যৱস্থা কৰি দিছে৷’

ভাৰতেই পাইছে প্ৰথম সেউজ সংকেত

ইৰানে প্ৰথমে যুদ্দৰ মাজতেই ভাৰতীয় জাহাজসমূহক হৰমুজ প্ৰণালীয়ে চলাচলৰ অনুমতি দিয়ে৷ কূটনৈতিক স্তৰত ভাৰতৰ সৈতে আলোচনাৰ পাছত এই সিদ্ধান্ত লোৱা হয় আৰু ভাৰতীয় পতাকাবাহী টেংকাৰসমূহক নিৰাপদে পাৰাপাৰৰ আশ্বাস দিয়া হৈছিল৷ কেৱল অনুমতি দিয়াই নহয়, বাস্তৱত একাধিক ভাৰতীয় জাহাজে ইতিমধ্যেই হৰমুজ প্ৰণালীয়ে পাৰ হৈছে৷ এলপিজি বহনকাৰী একাধিক ভাৰতীয় ভেছেল নৌসেনাৰ নিৰাপত্তাৰে নিৰাপদে এই পথ অতিক্ৰম কৰিছে৷ অন্যহাতে যুদ্ধৰ সময়ত ২৮ খন ভাৰতীয় জাহাজ হৰমুজৰ আশেপাশে আৱদ্ধ হৈ আছিল৷ তেওঁলোককো ধাপে ধাপে পাৰ কৰাৰ ব্যৱস্থা কৰা হয়৷

ভাৰতৰ ওপৰিও কোন কোন দেশ আছে ইৰানৰ বন্ধু তালিকাত?

আৰাঘাচিয়ে জনাইছে যে ভাৰত, চীন, ৰাছিয়া, ইৰাক, বাংলাদেশ আৰু পাকিস্তানৰ দৰে দেশসমূহৰ জাহাজক হৰমুজ প্ৰণালীয়ে যাবলৈ দিয়া হৈছে৷ কিন্তু এই জাহাজসমূহে শত্ৰুভাৱাপন্ন নহয় সেই হিচাপে চিহ্নিত হ’ব লাগিব৷ ইৰানৰ নিৰ্ধাৰিত নিৰাপত্তা নিয়ম মানি চলিব লাগিব৷ বুধবাৰে এক পাক ভেছেলক হৰমুজ পৰা হবলৈ অনুমতি নিদিলে ইৰানে৷ তেহৰানৰ স্পষ্ট বাৰ্তা, কোনো জাহাজে যদি তেওঁলোকৰ বিৰুদ্ধে কোনো কাৰ্যকলাকত জড়িত হয় বা নিৰাপত্তা প্ৰটকল নামানে তেতিয়া হলে তেনে দেশৰ জাহাজক হৰমুজ প্ৰণালী ব্যৱহাৰৰ অনুমতি দিয়া নহ’ব৷ ইয়াৰোপৰি জাহাজ চলাচলৰ ক্ষেত্ৰত আগন্তুক যোগাযোগ বাধ্যতামূলক কৰা হৈছে৷

উল্লেখ্য যে পশ্চিম এছিয়াৰ যুদ্ধৰ কাৰণে হৰমুজ প্ৰণালীক লৈ উত্তেজনা অব্যাহত আছে৷ এই জলপথ বিশ্বজুৰি তেল আৰু গেছ পৰিবহনৰ অন্যতম প্ৰধান ৰুট হোৱাৰ ওপৰত বাধা তৈয়াৰ হোৱাত আন্তৰ্জাতিক ইন্ধন সৰবৰাহ আৰু বজাৰত বৃহৎ প্ৰভাৱ পৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ
জীৱনশৈলী

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

March 26, 2026
৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে
জীৱনশৈলী

৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

March 26, 2026
এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ
জীৱনশৈলী

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

March 26, 2026
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

March 26, 2026
Next Post
ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.