• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

4 months ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

27 minutes ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

47 minutes ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

1 hour ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

2 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

4 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

12 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

13 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

13 hours ago
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

14 hours ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

15 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

editor by editor
March 26, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
0
SHARES
529
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ষ্টেট বেংক অফ ইণ্ডিয়া, সংক্ষেপে এছ বি আই দেশৰ বৃহত্তম চৰকাৰী বেংক৷ এই বেংকত তেওঁলোকৰ গ্ৰাহকৰ এফডিত স্কিমসমূহত চমৎকাৰ সুদৰ হাৰ দিছে৷ ষ্টেট বেংক অফ ইণ্ডিয়াত ন্যূনতম ৭ দিনৰ বাবে এটা এফডি একাউণ্ট খুলিব পাৰে৷ ইয়াৰোপৰি যিকোনো চৰকাৰী বেংকত সৰ্বোচ্চ ১০ বছৰৰ বাবে এটা এফডি খুলিব পাৰে৷ ষ্টেট বেংক অফ ইণ্ডিয়াই তেওঁলোকৰ গ্ৰাহকসকলক বিভিন্ন ম্যাদৰ এফ ডি একাউণ্টত ৩.০৫শতাংশৰ পৰা ৭.০৫ শতাংশ পৰ্যন্ত সুদৰ হাৰ অফাৰ কৰে৷ ইয়াৰ পৰা আমি জানিব পাৰো যে এছ বি আইত ৪৪৪ দিনৰ এফ ডিত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পোৱা যাব৷

এছ বি আইয়ে ৪৪৪ দিনৰ এফডি স্কিমত কিমান সুদ দিছে?

ষ্টেট বেংক অফ ইণ্ডিয়াই ৪৪৪ দিনৰ অমৃত বৃষ্টি স্পেছিয়েল এফ ডি স্কিমত সাধাৰণ নাগৰিকসকলক সৰ্বোচ্চ সুদৰ হাৰ দিছে৷ এই বেংকে অমৃত বৃষ্টি এফডি স্কিমত সাধাৰণ নাগৰিকসকলৰ বাবে ৬.৪৫ শতাংশ, প্ৰবীণ নাগৰিকসকলৰ বাবে ৬.৯৫ শতাংশ আৰু অতি প্ৰবীণ নাগৰিকসকলৰ বাবে ৭.০৫ শতাংশ সৰ্বোচ্চ সুদৰ হাৰ দিছে৷ ইয়াৰোপৰি এছ বি আইত ৫ৰ পৰা ১০ বছৰৰ ম্যাদত এফ ডি স্কিমসমূহত সাধাৰণ নাগৰিকসকলৰ বাবে ৬.০৫ শতাংশ, প্ৰবীণ নাগৰিকৰ বাবে ৭.০৫ শতাংশ আৰু অতি প্ৰবীণ নাগৰিকৰ বাবে ৭.১৫ শতাংশ সৰ্বোচ্চ সুদৰ হাৰ দিছে৷ এছ বি আইত ৪৪৪ দিনৰ এফ ডিত ২০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পোৱা যাব?
ষ্টেট বেংক অফ ইণ্ডিয়াত ৪৪৪ দিনৰ এফ ডি স্কিমত ২ লাখ টকা জমা ৰাখিলে, সাধাৰণ নাগৰিকে ম্যাদপূৰ্তিত ১৬,১৮৯ টকা নিৰ্দিষ্ট সুদসহ মুঠ ২১৬,১৮৯ টকা পাব৷ একেদৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ৪৪৪ জিনক এফ ডি স্কিমত ২ লাখ টকা জমা ৰাখিলে প্ৰবীণ নাগৰিকে ম্যাদপূৰ্তিত ১৭,৪৮৬ টকা নিৰ্দিষ্ট সুদসহ মুঠ ২১৭,৪৮৬ টকা পাব৷
অতি প্ৰবীণ নাগৰিকে ষ্টেট বেংক অফ ইণ্ডিয়াত ৪৪৪ দিনৰ এফ ডি স্কিমত ২ লাখ টকা জমা ৰাখিলে ১৭,৭৪৬ টকা নিৰ্দিষ্ট সুদসহ মুঠ ২১৭,৭৪৬ টকা পাব৷ সকলোতকৈ নিৰাপদ বিনিয়োগ ষ্টক মাৰ্কেটত আৰু মিউচুৱেল ফাণ্ডৰ যুগতো বেছিভাগ ভাৰতীয়ই এতিয়াও বেংক এফ ডিকেই সকলোতকৈ নিৰাপদ বিনিয়োগ বুলি ধাৰণা কৰে৷ বেংক এফডি এক নিৰ্দিষ্ট হাৰত সুদ প্ৰদান কৰে আৰু ম্যাদপূৰ্তিত সম্পূৰ্ণ অৰ্থ উভতাই দিয়ে৷ ষ্টক মাৰ্কেট আৰু মিউচুৱেল ফাণ্ডৰ দৰে বেংক এফডিত ধন হেৰুওৱাৰ কোনো আশংকা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক
জীৱনশৈলী

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

August 5, 2026
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?
প্ৰযুক্তি

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

August 5, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

August 5, 2026
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!
ভাৰত

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

August 5, 2026
Next Post
এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.