• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

4 months ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

10 minutes ago
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

38 minutes ago
শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

59 minutes ago
EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

1 hour ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

১২ আগষ্টত বৃহস্পতি হ’ব উদয়, লাভৱান হ’ব নে সকলো হেৰুৱাব আপুনি?

2 hours ago
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

3 hours ago
ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

4 hours ago
বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

4 hours ago
বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

5 hours ago
ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

6 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, কিন্তু সন্মান হানিৰ আছে আশংকা!

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

editor by editor
March 29, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, লেখা
0
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?
0
SHARES
126
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

IPL 2026ৰ আৰম্ভণি বিৰাট কোহলিৰ বাবে আছিল সুন্দৰ। লীগৰ উদ্বোধনী মেচত SRH ৰ বিৰুদ্ধে তেওঁৰ দল RCB ই ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এই মেচখনত বিৰাট কোহলীয়ে নিজেও এটা নহয় দহটা অভিলেখ গঢ়িবলৈ সক্ষম হয়। ৱাৰ্নাৰ, ধাৱান, ডি ভিলিয়াৰ্ছ, চেমছন, ৰোহিত, ৰাহুলৰ দৰে খেলুৱৈক তেওঁ অতিক্ৰম কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধেও বিৰাট কোহলীয়ে কিবা এটা অৰ্জন কৰি আই পি এলত তেনে কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়।

বিৰাট কোহলীৰ ১০টা অভিলেখ

  1. RCB vs SRH মেচৰ সময়ত বিৰাট কোহলিয়ে প্ৰথম ৰেকৰ্ড আই পি এলত ৰান চেজত ৪০০০ ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপে পৰিগণিত হয়।
  2. ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে সৰ্বাধিক পঞ্চাশ প্লাছ (৭) স্ক’ৰ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয় বিৰাট কোহলি।
  3. বিৰাট কোহলিয়ে ডেভিদ ৱাৰ্নাৰৰ অভিলেখ ভংগ কৰি আই পি এলৰ সৰ্বাধিক স্ক’ৰ কৰা ব্যক্তি হিচাপে পৰিগণিত হয়। SRH ৰ বিৰুদ্ধে অপৰাজিত ৬৯ ৰান কৰি RCBৰ ফালৰ পৰা সৰ্বাধিক ৰান কৰা বেটছমেন হয়।
  4. আই পি এলৰ জয়ী হোৱা মেচত সৰ্বাধিক পঞ্চাশ প্লাছ স্ক’ৰ কৰাৰ অভিলেখো বিৰাট কোহলিৰ হাতত আছে। এই ক্ষেত্ৰত তেওঁ ডেভিদ ৱাৰ্নাৰৰ অভিলেখ ভংগ কৰিছিল, ৪১ বাৰ এই কৃতিত্ব অৰ্জন কৰিছিল। আৰ চি বি বনাম এছ আৰ এইচ খেলখনত বিৰাট কোহলিয়ে ৪২ সংখ্যক বাৰৰ বাবে বিজয়ী মেচত ৫০+ স্ক’ৰ কৰে।
  5. আৰ চি বি বনাম এছ আৰ এইচৰ খেলৰ পিছত বিৰাট কোহলিয়েও আই পি এলত সৰ্বাধিক ২৪ বাৰ ৫০+ ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। এই বিষয়ত তেওঁ এবি ডি ভিলিয়াৰ্ছ আৰু শিখৰ ধাৱানৰ ২৩ বাৰ যৌথ অভিলেখ ভংগ কৰে।
  6. সফল ৰান চেজত সৰ্বাধিক ২১বাৰ ৫০+ স্ক’ৰৰ কৰাৰ অভিলেখ গঢ়িছে বিৰাট কোহলীয়ে। তেওঁ ৱাৰ্নাৰ আৰু ধাৱানৰ যৌথভাৱে ৰখা অভিলেখ ভংগ কৰে।
  7. বিৰাট কোহলিয়ে আই পি এলত সৰ্বাধিক ৬ ৰে ১৮২ ৰান সংগ্ৰহ কৰি ভাৰতীয় অ’পেনাৰ হিচাপে পৰিগণিত হৈছে। এই ক্ষেত্ৰত কে এল ৰাহুলৰ ১৭৯টা ছয়ৰ অভিলেখ ভংগ কৰে।
  8. IPL ত বিৰাট কোহলিয়ে SRH ৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে, ৮৭৪ ৰান সংগ্ৰহ কৰি সঞ্জু চেমছনৰ অভিলেখ ভংগ কৰিছে।
  9. আই পি এলত ১৫০+ ষ্ট্ৰাইক ৰেটেৰে সৰ্বাধিক ৩১ বাৰ টপ স্ক’ৰ দলৰ হৈ অভিলেখ গঢ়িছে, এই ক্ষেত্ৰত তেওঁ ৰোহিত শৰ্মাক চেৰ পেলাইছে।
  10. আই পি এলত বিৰাট কোহলিৰ ৫০+ স্ক’ৰৰ সংখ্যা এতিয়া ৭২ হৈছে। তেওঁ ২৬০ সংখ্যক ইনিংছত এই কৃতিত্ব অৰ্জন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!
বিনোদন

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

August 8, 2026
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!
জীৱনশৈলী

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

August 8, 2026
শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

August 8, 2026
EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা
বাণিজ্য

EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

August 8, 2026
Next Post
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ'ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.