• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

3 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

10 minutes ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

54 minutes ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

1 hour ago
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

2 hours ago
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

3 hours ago
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

4 hours ago
Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

5 hours ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

7 hours ago
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

8 hours ago
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

8 hours ago
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

9 hours ago
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

editor by editor
March 29, 2026
in বাণিজ্য, বিবিধ, লেখা
0
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
0
SHARES
264
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যদি আপুনি বেংকত চাকৰি কৰাৰ সপোন দেখিছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ সুযোগ মুকলি হৈছে। বেংক অৱ বৰোদাৰ ৱেলথ মেনেজমেণ্ট চাৰ্ভিচেছ বিভাগত গ্ৰুপ হেড আৰু ডেপুটি মেনেজাৰৰ দৰে পদত নিযুক্তিৰ কথা ঘোষণা কৰিছে। ২০২৬ চনৰ ২৭ মাৰ্চৰ পৰা আৰম্ভ হৈছে অনলাইন আবেদন প্ৰক্ৰিয়া। ইচ্ছুক প্ৰাৰ্থীয়ে বেংকৰ অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব।

শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতা

এই নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল ২০২৬ চনৰ ২৭ মাৰ্চৰ পৰা, আৰু আবেদনৰ শেষ তাৰিখ ১৬ এপ্ৰিল, ২০২৬। এই পদসমূহৰ বাবে আবেদন কৰিবলৈ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

অভিজ্ঞতাৰ ক্ষেত্ৰত গ্ৰুপ হেড পদটোৰ বাবে ৱেল্থ মেনেজমেন্ট, ৰিটেল বেংকিং, বা বিত্তীয় সেৱা খণ্ডৰ কমেও ১০ বছৰৰ অভিজ্ঞতাৰ প্ৰয়োজন। টেৰিটৰী হেড পদৰ বাবে ছবছৰৰ অভিজ্ঞতা থাকিব লাগিব। ডেপুটি মেনেজাৰ (চিনিয়ৰ ৰিলেচনশ্বিপ মেনেজাৰ আৰু ৱেলথ ষ্ট্ৰেটেজিষ্ট)ৰ বাবে নূন্যতম তিনি বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

বয়সৰ সীমা আৰু বাছনি প্ৰক্ৰিয়া কি?

এই পদসমূহৰ বাবে প্ৰাৰ্থীৰ বয়স ২৪ৰ পৰা ৪৫ বছৰৰ ভিতৰত হ’ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীক নিয়ম অনুসৰি শিথিলতা প্ৰদান কৰা হ’ব।

নিৰ্বাচন প্ৰক্ৰিয়াত চৰ্টলিষ্টিং, অনলাইন টেষ্ট আৰু চাইকোমেট্ৰিক টেষ্টৰ দৰে পৰ্যায় থাকিব পাৰে।

আবেদন মাচুল কিমান?

সাধাৰণ, অ’বিচি আৰু ইডব্লিউএছ শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৮৫০ টকা মাচুল দিব লাগিব, আনহাতে অনুসূচিত জাতি, অনুসূচিত জাতি, পিডব্লিউডি, প্ৰাক্তন সেনা আৰু মহিলা প্ৰাৰ্থীৰ বাবে ১৭৫ টকা মাচুল নিৰ্ধাৰণ কৰা হৈছে।

কেনেকৈ আবেদন কৰিব

  • প্ৰাৰ্থীসকলে প্ৰথমে বেংকৰ অফিচিয়েল ৱেবছাইটত গৈ কেৰিয়াৰ শিতানত গৈ Current Opportunities ত ক্লিক কৰিব লাগে।
  • ইয়াৰ পিছত সংশ্লিষ্ট নিযুক্তি লিংকটো খুলি পঞ্জীয়ন কৰক।
  • পঞ্জীয়নৰ পিছত লগইন কৰি ফৰ্মত সোধা সকলো তথ্য শুদ্ধকৈ পূৰণ কৰক।
  • প্ৰয়োজনীয় নথি-পত্ৰ যেনে ফটো আৰু স্বাক্ষৰ আপলোড কৰক।
  • শেষত আবেদন মাচুল দি প্ৰ-পত্ৰ জমা দিব আৰু ইয়াৰ প্ৰিন্টআউট সুৰক্ষিত ৰাখক।

মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ কথা

আবেদন কৰাৰ সময়ত সঠিক স্থান নিৰ্বাচন কৰক আৰু আপোনাৰ প্ৰমাণপত্ৰ অনুসৰি সকলো তথ্য পূৰণ কৰক। এই নিযুক্তি ঠিকাভিত্তিকভাৱে কৰা হৈছে, গতিকে প্ৰাৰ্থীসকলে ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Job alert
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!
বিশ্ব

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

March 29, 2026
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়
জীৱনশৈলী

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

March 29, 2026
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

March 29, 2026
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

March 29, 2026
Next Post
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ'ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.