• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

2 months ago
মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

6 minutes ago
সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

37 minutes ago
উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

1 hour ago
এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

2 hours ago
শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

3 hours ago
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

4 hours ago
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

5 hours ago
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

6 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

18 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

18 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

19 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

editor by editor
April 1, 2026
in জীৱনশৈলী, ফেশ্বন, স্বাস্থ্য
0
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?
0
SHARES
72
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মডেল অভিনেত্ৰী পুনম পাণ্ডে আকৌ সংবাদ শিৰোনামত৷ মাজে মাজে একোটা ছাৰপ্ৰাইজ লৈ সংবাদ শিৰোনামলৈ আহে পুনম পাণ্ডে৷  ২০২৪ চনত পুনম পাণ্ডে নিজৰ মৃত্যুৰ খবৰক লৈ চৰ্চিত হৈছিল৷ আৰু হঠাতেই পুনমে কয় তেওঁ অনুৰাগীক ছাৰপ্ৰাইজে দিছিল৷ মঙ্গলবাৰে সকলোকে চমক দি নিজৰ বেবিবাম্পৰ ছবি শ্বেয়াৰ কৰিছে পুনমে৷ সঁচাকৈয়ে অভিনেত্ৰী পুনম পাণ্ডে প্ৰেগনেট নেকি?

পুনমে তেওঁৰ ইনষ্টাগ্ৰামত এই ছবি পোষ্ট কৰিছে৷ তাতেই দেখা গৈছে মেকআপ নথকা এখন মুখ, আউল বাউল চুলিৰে বেবীবাম্পৰ ফটো শ্বেয়াৰ কৰিছে পুনমে৷ বগা ৰঙৰ টি চাৰ্ট ওপৰলৈ উঠাই বেবীবাম্প দেখুৱাইছে পুনমে৷ সঁচাকৈয়ে পুনম অন্তঃসত্ত্বা নেকি?

ছবিত পুনমৰ মুখৰ হাঁহি দেখি ধাৰণা হৈছে তেওঁ খুবেই সুখী৷ ছবিৰ তলত কিছু ইমোজিও দিছে পুনমে৷ আছে গাখীৰৰ বতল, শিশুৰ ছবিও৷ পুনমৰ ডিভোৰ্ছ হৈছে বহুদিন পূৰ্বেই৷ ২০২০ চনত মডেল ছেম বম্বেৰ সৈতে বিবাহ হৈছিল পুনমৰ৷ বিবাহৰ মাত্ৰ কেইবামাহৰ ভিতৰতেই স্বামীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ তুলি স্বামীক কাৰাবাসলৈকো পঠিয়াই পুনমে৷ তাৰপিছতেই দুয়োৰে ডিভোৰ্ছ হয়৷ পুনমৰ প্ৰেগনেন্সিৰ ছবি দেখি এতিয়া বহুতৰে মনত প্ৰশ্ন, পুনমৰ আকৌ স্বামীৰ সৈতে মিটমাট হ’ল নেকি? নে অন্য কোনো সংগী পালে পুনমে? বহুতেই এই ছবি দেখি কৈছে, এয়াও পুনমৰ প্ৰচাৰৰেই কৌশল৷

কিন্তু মজাৰ বিষয় এয়াই যে পুনমে যেতিয়া তেওঁৰ এই প্ৰেগনেন্সিৰ ছবি এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে তেতিয়া তাৰ তলৰ বিশেষ লাইনটো হয়তো তেওঁ কাটিবলৈ পাহৰিলে৷ কাৰণ ছবিখনৰ তলতেই এ আইয়ে ছবিখন তৈয়াৰী সেই লাইন দৃশ্যমান হৈয়েই আছে৷ এই ঘটনাত তীব্ৰ সমালোচনাৰ মুখত পৰিছে পুনম৷ AI ৰে তৈয়াৰ কৰা ছবি শ্বেয়াৰ কৰি কাক ঠগিব খুজিছে পুনমে, দৰ্শকক মুৰ্খ ভাৱিছে নেকি সেই প্ৰশ্নও তুলিছে বহুজনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ
জীৱনশৈলী

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

June 15, 2026
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

June 15, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!
জীৱনশৈলী

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

June 14, 2026
Next Post
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.