• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

5 months ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

9 minutes ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

43 minutes ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

1 hour ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

1 hour ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

2 hours ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

3 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

3 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

4 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

4 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

6 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

9 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

editor by editor
April 6, 2026
in জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য, ভাৰত
0
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ৰিলায়েন্স জিঅ’ই তেওঁলোকৰ প্ৰিপেইড ইউজাৰসকলৰ বাবে ৩৩৯ টকাৰ এটা নতুন প্লেন আৰম্ভ কৰিছে৷ এই প্লেন ৩৪৯ টকাৰ প্লেনৰ তুলনাত কিছুপৰিমাণে সস্তা৷ এই প্লেন মূলত তেওঁলোকৰ বাবে তৈয়াৰী যিয়ে প্ৰতিমাহে বেছি ধন ৰিচাৰ্জৰ বাবে খৰচ কৰিব নোৱাৰে কিন্তু প্ৰয়োজনীয় সুবিধাও বিচাৰে৷
এই প্লেনত ইউজাৰসকলে সকলো নেটৱৰ্কতে আনলিমিটেড ভয়েছ কলিং পাব৷ ইয়াৰ সৈতে প্ৰতিদিনে ১০০ টা SMSৰ সুবিধাও পাব৷ ডাটাৰ ক্ষেত্ৰতো প্ৰতিদিনে ১.৫ জিবি ডাটা পোৱা যাব৷ দৈনিক লিমিট শেষ গৈ গলে স্পিড কমি ৬৮kbps হৈ যাব, এয়া অৱশ্যে বেছিভাগ প্ৰিপেইড প্লেনতেই আছে৷
এই প্লেনৰ সকলোতকৈ ডাঙৰ বিশেষত্ব হৈছে ইয়াৰ ভেলিডিটি৷ সাধাৰণতে বেছিভাগ প্লেন ২৮ দিনৰ হয়৷ কিন্তু এই প্লেনটো কেলেণ্ডাৰ মাহৰ ভেলিডিটিৰ সৈতে পোৱা যায়৷ অৰ্থাৎ আপুনি যদি ১০ তাৰিখে ৰিচাৰ্জ কৰে তেন্তে এই প্লেন পিছৰ মাহৰ ১০ তাৰিখ পৰ্যন্ত চলিব৷ এই ফিচাৰ বহু ইউজাৰৰ বাবেই খুবেই সুবিধাজনক হব বুলি আশা কৰা হৈছে৷
এই সুবিধাসমূহৰ ওপৰিও এই প্লেনৰ আছে কিছু অতিৰিক্ত বেনিফিটো৷ ইউজাৰে JioTV আৰু JioAICloudৰ এক্সেছ পাব৷ ইয়াৰোপৰি Google Gemini Pro ৰ ছাবস্ক্ৰিপছনো দিয়া হৈছে য’ত ক্লাউড ষ্টোৰেজ আৰু AI ফিচাৰো অন্তৰ্ভুক্ত আছে৷
অৱশ্যে ইয়াত এটা সৰু চৰ্তও আছে৷ Gemini Pro ৰ সুবিধা চলাই যাবলৈ হলে আপুনি ২৯৯ টকা বা তাতকৈ বেছি দামৰ আৰু কমেও ১.৫ GB/per day ডাটাসহ প্লেন সক্ৰিয় থাকিব লাগিব৷ আপুনি যদি ইয়াতকৈ সস্তাৰ প্লেন চলাই যায় তেতিয়া এই সুবিধা বন্ধ কৰি দিব পাৰে৷
যদি ৩৪৯ টকাৰ প্লেনৰ সৈতে তুলনা কৰা হয় তেন্তে তাত প্ৰতিদিনে ২ জিবি ডাটা পোৱা যায় য’ত এই প্লেন ১.৫ জিবিৰ৷ সেয়ে আপুনি বেছি ডাটা ব্যৱহাৰ কৰিবলৈ হ’লে ৩৪৯টকাৰ প্লেনেই আপোনাৰ বাবে উত্তম৷ আৰু ৩৩৯ টকাৰ এই প্লেন তেওঁলোকৰ বাবে উপযুক্ত যিয়ে কিছু পৰিমাণে ধন প্ৰতিমাহে সঞ্চয় কৰিব খোজে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব কাইলৈ আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

August 24, 2026
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…
অসম

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

August 24, 2026
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম
ভাৰত

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

August 24, 2026
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা
অপৰাধ

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

August 24, 2026
Next Post
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.