• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

4 months ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

11 minutes ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

13 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

13 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

13 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

14 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

14 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

14 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

15 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

15 hours ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

15 hours ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

16 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

editor by editor
April 13, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক
0
SHARES
910
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰস্ৰাৱে স্বাস্থ্যৰ লগত জড়িত বহু গোপন কথা উদঙাই দিয়ে। মহিলাৰ মূত্ৰনলী (urethra) পুৰুষতকৈ সৰু। সেই কাৰণেই মলত উপস্থিত থকা বেক্টেৰিয়া বিশেষকৈ E. coli, মূত্ৰাশয়লৈ প্ৰৱেশ কৰে আৰু সংক্ৰমণ হয়। মহিলাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাসেও এই সংক্ৰমণৰ সৃষ্টি কৰে। যেনে শৌচাগাৰ ব্যৱহাৰ কৰাৰ পিছত ভুলকৈ চাফা কৰা, লেতেৰা বা তিতা আণ্ডাৰগাৰ্মেণ্ট পিন্ধা বা প্ৰস্ৰাৱ বহু সময় ধৰি ৰখা। মাহেকীয়াৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব নিদিয়া আৰু সঘনাই ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰিলেও প্ৰস্ৰাৱৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

এয়া UTI ৰ লক্ষণ হ’ব পাৰে। মহিলাৰ ক্ষেত্ৰত ইউটিআইৰ লক্ষণসমূহ মৃদু যেন লাগিব পাৰে, কিন্তু ইয়াক সহজভাৱে লোৱাটো বিপদজনক হ’ব। সময়মতে চিনাক্ত কৰি চিকিৎসা কৰিলে এই সংক্ৰমণ সহজে আৰোগ্য লাভ কৰিব পৰা যায়। পৰিষ্কাৰ-পৰিচ্ছন্নতা, পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা আৰু শৌচাগাৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱাটোৱেই হৈছে ইউটিআই প্ৰতিৰোধৰ আটাইতকৈ ফলপ্ৰসূ উপায়।

ইয়াৰোপৰি, বিশেষজ্ঞসকলৰ মতে, যদি প্ৰস্ৰাৱৰ ৰং প্ৰচুৰ পৰিমাণে পানী খোৱাৰ পিছতো দীৰ্ঘদিন ধৰি গাঢ় হালধীয়া হৈ থাকে তেন্তে সেয়া জণ্ডিচৰ লক্ষণ হ’ব পাৰে। বৃক্ক বা যকৃতৰ যিকোনো সমস্যাৰ বাবে প্ৰস্ৰাৱৰ ৰং হালধীয়া হ’ব পাৰে। এনে লোকে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লৈ পৰীক্ষা কৰাব লাগে। প্ৰস্ৰাৱৰ লগত জড়িত অন্যান্য সমস্যাৰ বাবে প্ৰস্ৰাৱৰ ৰং সলনি হ’ব পাৰে। ইয়াৰ সঠিক কাৰণসমূহ পৰীক্ষাৰ অন্ততহে গম পোৱা যাব। যদি সঘনাই আপোনাৰ প্ৰস্ৰাৱ ৰঙা হয় আৰু গোন্ধ ওলাই, তেন্তে ই বৃক্কৰ পাথৰ, মূত্ৰনলীৰ পাথৰ আৰু মূত্ৰাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে। এনে হ’লে একেবাৰে অসাৱধান হ’ব নালাগে। শীঘ্ৰে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

August 20, 2026
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?
বিনোদন

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

August 19, 2026
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ
ভাৰত

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

August 19, 2026
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ
বাণিজ্য

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

August 19, 2026
Next Post
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.