• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

6 months ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

5 minutes ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

57 minutes ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

14 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

14 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

15 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

15 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

16 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

16 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

17 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

18 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

18 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

editor by editor
April 14, 2026
in জীৱনশৈলী, বিবিধ, ৰাজনীতি, লেখা
0
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিহাৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ এইবাৰ বিজেপিৰ সম্ৰাট চৌধুৰীৰ কান্ধত৷ একাধিকবাৰ দলবদল কৰা এই নেতাৰ শিক্ষাগত যোগ্যতা কিমান? তেওঁৰ সম্পত্তিৰ পৰিমাণেই বা কিমান? ২০২৫ চনত বিধানসভা নিৰ্বাচনৰ সময়ত কমিছনৰ ওচৰত দিয়া হলফনামা অনুসৰি সম্ৰাট চৌধুৰীৰ মুঠ সম্পদৰ পৰিমাণ ১১.৩১ কোটি টকা৷ আছে গাওঁ আৰু চহৰত একাধিক স্থাবৰ আৰু অস্থাবৰ সম্পত্তিও৷ হলফনামা অনুসৰি তাৰাপুৰৰ এই বিধায়কৰ পত্নীৰ কাষত নগদ ধন আছে ১,৭১,৫৫০ টকা৷

মুঠ সম্পদৰ পৰিমাণ

সম্ৰাট চৌধুৰীৰ নিৰ্বাচনী হলফনামাৰ পৰা জনা যায় যে নিজৰ সম্পদৰ মূল্য ৯.২৯ কোটি টকা৷ অন্যহাতে তেওঁৰ পত্নী মমতা কুমাৰীৰ সম্পদৰ পৰিমাণ ২.১ কোটি টকা৷ সকলো মিলি তেওঁলোক দুয়োৰে স্থাৱৰ আৰু অস্থাবৰ সম্পদ মুঠ মূল্য ১১,৩১,০৪,৪২৮টকা৷

এই দম্পতিৰ বিভিন্ন বেংকত মুঠ ২৭লাখ টকা জমা আছে৷ আৰু তেওঁলোকৰ দুয়োৱে প্ৰত্যেকৰে হাতত আছে ২০লাখ টকাৰ সোণ৷ ইয়াৰোপৰি তেওঁলোকৰ হাতত আছে ৭৫০০০ টকা মূল্যৰ ৰূপ আৰু শ্বেয়াৰ বণ্ড৷ মিউচুৱেল ফাণ্ডত আছে ৩২ লাখ টকাৰ বিনিয়োগ৷ ইকুইটি ফাণ্ডত ৪.১৮লাখ টকা আৰু এইছ ডি এফ চি মিডকেপ ফাণ্ডত ৫.২৩ লাখ টকা বিনিয়োগ কৰিছে৷

স্থাৱৰ সম্পতি

গাওঁ আৰু চহৰ উভয় এলেকাত তেওঁৰ ভাল পৰিমাণৰ মাটি আছে৷ ইয়াৰ মাজতে মুঙ্গৰ জিলাৰ লাখানপুৰ আৰু পাটনাৰ বিভিন্ন অংশ অন্তৰ্ভুক্ত৷ মমতা কুমাৰীয়ৰো কোটি টকা মূল্যৰ কৃষিভূমি আৰু আবাসিক সম্পত্তি আছে৷ তেওঁৰ স্থাবৰ সম্পত্তিৰ মূল্য প্ৰায় ৯.৩০ কোটি টকা৷

ইয়াৰোপৰি নিপ্পন ইণ্ডিয়া ৰিটায়াৰমেণ্ট ফাণ্ডত ২২.৪২ লাখ টকা আৰু পোষ্টেল ছেভিংছ ফাণ্ডত যথাক্ৰমে ৮.৭ লাখ, ১০.২৮ লাখ আৰু ১.৫০ লাখ টকা বিনিয়োগ কৰিছে৷ মমতা কুমাৰীৰো একেই বিনিয়োগ আছে৷

শিক্ষাগত যোগ্যতা

সম্ৰাট চৌধুৰীয়ে পিএফচি কামৰাজ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰ অফ লিট ডিগ্ৰীধাৰী৷ বিগত বছৰৰ নিৰ্বাচনৰ পূৰ্বে জন সুৰাজৰ প্ৰধান প্ৰশান্ত কিশোৰে সম্ৰাট চৌধুৰী দশম শ্ৰেণীৰ পৰীক্ষাতো উত্তীৰ্ণ নহয় বুলি এক দাবী কৰিছিল৷ তেতিয়াই সম্ৰাট চৌধুৰীয়ে দাবী কৰিছিল যে তেওঁ প্ৰি ফৰমেছন কোৰ্ছ কৰিছে যি মূলত তামিল ভাষাৰ সৈতে সম্পৰ্কিত এক পাঠ্যক্ৰম৷

সম্ৰাট চৌধুৰীয়ে নিজকে এজন কৃষক হিচাপেও পৰিচয় দিয়ে৷ তেওঁৰ পত্নী মমতা কুমাৰী পেছাত এগৰাকী আইনজীৱী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

October 13, 2026
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

October 13, 2026
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
Next Post
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.