• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

6 months ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

55 minutes ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

2 hours ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

14 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

15 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

16 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

16 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

16 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

17 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

18 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

19 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

19 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

editor by editor
April 15, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা
0
SHARES
96
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত এনে বহু প্ৰাচীন মন্দিৰ আছে যিসমূহৰ ৰহস্যই আমাক আচৰিত কৰি তোলে৷ এনে এক অবাক কৰা মন্দিৰ হৈছে অন্ধ্ৰপ্ৰদেশৰ শ্ৰী ছাইলামত অৱস্থিত ভ্ৰমাৰম্বা মল্লিকাৰ্জুন স্বামী মন্দিৰ৷ মহাদেৱৰ দ্বাদশ জ্যোতিৰ্লিঙ্গৰ অন্যতম এই মন্দিৰতেই লুকাই আছে বহু ৰহস্য৷

অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা নদীৰ ধাৰত নাল্লামালা পাহাৰৰ ওপৰত অৱস্থিত এই মন্দিৰত জ্যোতিৰ্লিংগ আৰু শক্তিপীঠৰ সহাৱস্থান ঘটিছে৷ অৰ্থাৎ মহাদেৱে ইয়াত স্বয়ম্ভূ৷ আকৌ সতীৰ অংগও ইয়াত পৰিছিল বুলি ধাৰণা কৰা হয়৷ এই মন্দিৰত মহাদেৱে মল্লিকাৰ্জুৱ ৰূপেৰে পূজিত হয় আৰু দেৱী শক্তি পূজিত হয় ভ্ৰমাৰম্বা ৰূপে৷ পুৰুষ আৰু প্ৰকৃতি শক্তিৰ অদ্ভূত মেলবন্ধন এই স্থানতেই ঘটিছে৷

মল্লিকাৰ্জুন জ্যোতিৰ্লিংগৰ ৰহস্য

শ্ৰীছাইলামত অৱস্থিত জ্যোতিৰ্লিঙ্গৰ ৰং দিনটোৰ ভিতৰতেই বাৰে বাৰে সলনি হয়৷ পুৱাই এই শিৱলিংগৰ ৰং থাকে বগা, দুপৰীয়া ইয়াৰ ৰং হয় হালধীয়া আৰু বিয়লি মটিয়া বৰণীয়া হৈ পৰে৷ কিংবদন্তী অনুসৰি মহাভাৰতৰ সময়ত পাণ্ডৱে পাঁচটা গোপন শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল৷ তাৰেই এটা এই শিৱলিংগ৷

মল্লিকাৰ্জূন বুলি কিয় কোৱা হয়?

প্ৰচলিত কাহিনী অনুসৰি দেৱী পাৰ্বতীয়ে ইয়াত মল্লিকা ফুল নিবেদন কৰি শিৱলিংগৰ আৰাধনা কৰিছিল৷ যাতে এই মল্লিকা ফুলপাহ শুকাই নাযায়৷ তেতিয়াৰে পৰাই জ্যোতিৰ্লিংগৰ নাম মল্লিকাৰ্জুন আৰু ইয়াত মল্লিকা ফুল নিবেদন কৰিয়েই শিৱ পূজা হৈ আহিছে৷

শিৱলিংগক পহৰা দিয়ে সাপে

প্ৰচলিত কাহিনী অনুসৰি ষোঢ়শ শতাব্দীৰ পৰা আমপালা নামৰ এডাল সাপে এই শিৱলিংগক পহৰা দিয়ে৷ আজিও এই মন্দিৰত সাপটিক মাজে মাজে দেখা যায় বুলি দাবী ভক্তৰ৷ ইয়াক দৈব সাপ বুলিও ধাৰণা কৰা হয়৷

দক্ষিণ কৈলাশ নামেৰে পৰিচিত

মল্লিকাৰ্জুন জ্যোতিৰ্লিংগক দক্ষিণ কৈলাশ নামেৰেও জনা যায়৷ ইয়াত স্বয়ং পাৰ্বতী ধ্যানমগ্ন হৈছিল বুলি প্ৰচলিত বিশ্বাস৷ এই মন্দিৰৰ দ্বাৰত অদৃশ্য ভাৱে স্বয়ং গণেশে পহৰা দিয়ে বুলিও ধাৰণা কৰা হয়৷ মন্দিৰলৈ অহা ভক্তৰ পাপ পূণ্যৰ হিচাপ ৰাখে তেওঁ৷ এই মন্দিৰত আৰাধনা কৰিলে সূৰ্য আৰু চন্দ্ৰৰ শুভ শক্তিৰ ফল পোৱা যায় বুলি প্ৰচলিত বিশ্বাস৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

October 13, 2026
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

October 13, 2026
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
Next Post
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.