• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

3 weeks ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

59 seconds ago
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

26 minutes ago
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

56 minutes ago
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

1 hour ago
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

2 hours ago
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

2 hours ago
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

3 hours ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

4 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

4 hours ago
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

5 hours ago
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

6 hours ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

editor by editor
April 15, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব
0
SHARES
922
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত শুক্ৰ গ্ৰহক সুখ, প্ৰেম, সমৃদ্ধিৰ কৰণ হিচাপে বিবেচনা কৰা হয়৷ পঞ্জিকা অনুসৰি ১৬ এপ্ৰিলৰ নিশা ১০বাজি ১৯ মিনিটত শুক্ৰই ভৰণী নক্ষত্ৰ ত্যাগ কৰি কৃত্তিকা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ ইয়াৰপাছতেই ১৯ এপ্ৰিলত শুক্ৰই বৃষ ৰাশিত গোচৰ কৰিব৷ যিয়ে মালব্য ৰাজযোগ সৃষ্টি কৰিব৷ সূৰ্যৰ অধিপতি কৃত্তিকা নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশে শুক্ৰাদিত্য ৰাজযোগ সৃষ্টি কৰিব৷ এই জ্যোতিৰ্বিজ্ঞানিক পৰিবৰ্তন ২৭ এপ্ৰিল পৰ্যন্ত কাৰ্যকৰ থাকিব আৰু এই সময়ত বহু ৰাশিৰ মানুহৰ জীৱনত ইতিবাচক পৰিবৰ্তন দেখা পাব৷

জ্যোতিষশাস্ত্ৰ অনুসৰি শুক্ৰই যেতিয়া কৃত্তিকা নক্ষত্ৰত প্ৰৱেশ কৰে তেতিয়া সূৰ্যৰ সৈতে এক বিশেষ সম্পৰ্ক তৈয়াৰ হয়৷ শুক্ৰ আৰু সূৰ্যৰ সংযোগত সৃষ্টি শুক্ৰাদিত্য ৰাজযোগ সন্মান, আকৰ্ষণ, আৰ্থিক লাভ আৰু উন্নত সম্পৰ্ক কঢ়িয়াই আনে৷ অন্যহাতে বৃষ ৰাশিত শুক্ৰৰ প্ৰৱেশে মালব্য ৰাজযোগ সৃষ্টি কৰে যিয়ে জাগতিক আৰাম বৃদ্ধি কৰে৷

কোন কোন ৰাশি এই পৰিবৰ্তনত সকলোতকৈ বেছি উপকৃত হ’ব?

মেষ ৰাশি

মেষ ৰাশিৰ বাবে ভৰণী নক্ষত্ৰত শুক্ৰৰ গোচৰ নানানভাৱে উপকাৰী প্ৰমাণিত হব পাৰে৷ এই সময়ত ব্যক্তিত্বত উন্নতি ঘটিব৷ এই ৰাশিৰ জাতকৰ কথাত মানুহ মুগ্ধ হব৷ অসমাপ্ত কাম সম্পন্ন কৰিব পাৰে৷ ৰৈ থকা অৰ্থ উদ্ধাৰ হব৷ আৰ্থিক অৱস্থা শক্তিশালী হব৷ সঞ্চয়ৰ সুযোগ আহিব৷ ব্যৱসায়ীয়ে বিশেষকৈ যিসকল আমদানী আৰু ৰপ্তানীৰ সৈতে যুক্ত তেওঁলোকে উল্লেখযোগ্য সুবিধা লাভ কৰিব৷ বৈদেশিক বিষয়ত সাফল্যৰ ইংগিত আছে৷ প্ৰেম জীৱনত উন্নতি হব৷ অবিবাহিতই বিবাহৰ প্ৰস্তাব পাব পাৰে৷ বিবাহিত জীৱন শান্তিপূৰ্ণ থাকিব৷

সিংহ ৰাশি

এই সময়ে সিংহ ৰাশিৰ জাতকৰ বাবে ইতিবাচক লক্ষণ কঢ়িয়াই আনিব৷ কৰ্মজীৱনত উন্নতিৰ সম্ভাৱনা আছে৷ যিসকলৰ কৰ্মৰত তেওঁলোকে পদোন্নতি বা নতুন চাকৰি পাব পাৰে৷ পৰিয়ালৰ সৈতে এই সময় ভালকৈ কটাব৷ ঘৰত শান্তি থাকিব৷ ধৰ্মীয় বা আধ্যাত্মিক কাৰ্যকলাপৰ প্ৰতি আকৰ্ষিত হব৷ ভ্ৰমণৰ সুযোগ আহিব৷ ব্যৱসায়ীয়ে ভাল মুনাফা পাব পাৰে৷ যিসকলে উচ্চশিক্ষা গ্ৰহণ কৰিব খুজিছে তেওঁলোকৰ বাবে এই সময় অনুকূল থাকিব৷ যানবাহন বা সম্পত্তি অৰ্জনৰ সপোনো পূৰণ হব পাৰে৷

ধনু ৰাশি

ধনু ৰাশিৰ বাবে কৃত্তিকা নক্ষত্ৰত শুক্ৰৰ গোচৰে ইতিবাচক ফল কঢ়িয়াই আনিব পাৰে৷ এই সময়ত সৃজনশীলতা বৃদ্ধি পাব৷ যিয়ে নতুন ধাৰণাৰ জন্ম দিব আৰু নতুন কৰ্মজীৱনৰ সুযোগ তৈয়াৰ কৰিব৷ এই ৰাশিৰ জাতকৰ ধাৰণাসমূহে সম্ভৱত সাফল্য আনি দিব৷ ব্যৱসায়ীয়েও এই সময়টিক উপকাৰী হিচাপেই পাব৷ প্ৰেমৰ সম্পৰ্ক উন্নত হব পাৰে আৰু পাৰস্পৰিক সম্পৰ্ক আৰু ঘনিষ্ঠ হব পাৰে৷ বিবাহিত দম্পতিসকলে তৰ্ক এৰাই চলক৷ আৰ্থিক অৱস্থা শক্তিশালী হব পাৰে আৰু জীৱনত ভাৰসাম্য থাকিব৷

ইয়াৰ প্ৰভাৱ কিমান দিন স্থায়ী হ’ব?

পঞ্জিকা অনুসৰি ২৭ এপ্ৰিল পৰ্যন্ত শুক্ৰই কৃত্তিকা নক্ষত্ৰত অৱস্থান কৰিব আৰু তাৰপিছতেই ৰোহিনী নক্ষত্ৰত প্ৰৱেশ কৰিব৷ এই সময়ত সৃষ্ট ৰাজযোগে বহু ৰাশিৰ জাতকৰ বাবে বিশেষকৈ প্ৰেম, কৰ্মজীৱন আৰু আৰ্থিক বিষয়ত শুভ ফল কঢ়িয়াই আনিব পাৰে৷

এই সময়ত কি কৰণীয়?

শুক্ৰবাৰে বগা পোছাক পিন্ধক৷

দেৱী লক্ষ্মীৰ পূজা কৰক৷

সুগন্ধি দ্ৰব্য বা বগা ফুল অৰ্পণ কৰক৷

অভাৱীসকলক মিঠাই বা বগা পোছাক দান কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!
জীৱনশৈলী

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

May 7, 2026
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?
জীৱনশৈলী

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

May 7, 2026
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা
ভাৰত

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

May 7, 2026
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!
বিনোদন

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

May 7, 2026
Next Post
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.