• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

2 hours ago
বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

8 minutes ago
ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

2 hours ago
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

3 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

4 hours ago
গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

5 hours ago
নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

7 hours ago
SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

editor by editor
April 21, 2026
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?
0
SHARES
336
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ পৰা বজাৰ কৰিবলৈ নেপাললৈ যোৱা লোকসকলৰ বাবে আৰু সীমান্ত অঞ্চলৰ বাসিন্দাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ভাৰতৰ পৰা অহা সামগ্ৰীৰ ক্ষেত্ৰত নেপাল চৰকাৰে শুল্ক দিয়াৰ নিয়ম অতি কঠোৰ কৰি তুলিছে। বৰ্তমান যদি আপুনি ভাৰতৰ পৰা ১০০ নেপালী টকা (প্ৰায় ৬৩ ভাৰতীয় টকা)তকৈ অধিক মূল্যৰ সামগ্ৰী লৈ নেপাল সীমান্তত প্ৰৱেশ কৰে তেন্তে তাৰ ওপৰত কৰ দিব লাগিব। নেপালৰ বীৰগঞ্জ চহৰত এই সিদ্ধান্তৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদো আৰম্ভ হৈছে। ভাৰত সীমান্তৰ সীমান্তৱৰ্তী বীৰগঞ্জৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলতো এই নতুন নিয়মক লৈ আৰম্ভ হৈছে প্ৰতিবাদ৷

প্ৰতিবাদকাৰীসকলে কয় যে ১০০ টকীয়া সীমা ইমানেই কম যে এক কিলোগ্ৰাম চেনি বা মৌলিক ৰেচন সামগ্ৰী আনিলেও তেওঁলোকে কৰ দিব লাগিব। স্থানীয় লোকে ইয়াক ‘অঘোষিত অৱৰোধ’ বুলি অভিহিত কৰিছে৷ কিয়নো ইয়াৰ ফলত তেওঁলোকৰ দৈনন্দিন জীৱন আৰু শতিকাজুৰি চলি অহা সীমান্ত বাণিজ্যত গুৰুতৰ প্ৰভাৱ পৰিছে।

কিয় এই সিদ্ধান্ত লোৱা হ’ল?

নেপাল চৰকাৰৰ পৰা জনোনা অনুসৰি এয়া নতুন আইন নহয়, বৰঞ্চ পুৰণি নিয়মৰ কঠোৰ বলবৎ। চৰকাৰে যুক্তি দিছে যে কৰ নিদিয়াকৈ নেপাললৈ বৃহৎ পৰিমাণৰ সামগ্ৰী কঢ়িয়াই নিয়াৰ ফলত আৰ্থিক লোকচান হৈছিল। সীমান্তৰ সিপাৰে চোৰাং ব্যৱসায় আৰু অনানুষ্ঠানিক বাণিজ্যৰোধৰ বাবে “শূন্য সহনশীল” নীতি গ্ৰহণ কৰা হৈছে।

দৈনন্দিন প্ৰয়োজনীয়তাৰ ওপৰত সংকট

নেপাল-ভাৰত সীমান্তত বসবাস কৰা লোকসকলে প্ৰায়ে আত্মীয়তা আৰু সস্তীয়া সামগ্ৰীৰ বাবে ভাৰতীয় বজাৰৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰতিবাদকাৰীসকলে সংবাদ সংস্থা এএনআইক জনাইছে যে তেওঁলোকে জন্মৰ  ভাৰতৰ পৰা আমদানি কৰি আহিছে৷ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি খেতিৰ বাবে ব্যৱহাৰ কৰা সাৰো আমদানি কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

April 21, 2026
ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ
জীৱনশৈলী

ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

April 21, 2026
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?
জীৱনশৈলী

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

April 21, 2026
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ
জীৱনশৈলী

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

April 21, 2026
Next Post
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন