• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?

কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?

2 months ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

13 minutes ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

1 hour ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

2 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

2 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

11 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

11 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

12 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

13 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

14 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

14 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

15 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?

কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?

editor by editor
April 25, 2026
in বিশ্ব, স্বাস্থ্য
0
কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?
0
SHARES
103
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্কটত আক্ৰান্ত ইজৰায়েলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু৷ প্ৰষ্টেট কৰ্কট ধৰা পৰিছে তেওঁৰ৷ ইতিমধ্যে চিকিৎসাও চলিছে৷ বাৰ্ষিক মেডিকেল ৰিপৰ্টত প্ৰকাশিত হোৱাৰ পাছতেই ইজৰায়েলৰ প্ৰধানমন্ত্ৰীয়ে এই কথা নিজেই স্বীকাৰ কৰিছে৷

নেতানিয়াহুৱে জনাইছে যে প্ৰচেষ্ট কেন্সাৰ ধৰা পৰিছে তেওঁৰ প্ৰাথমিক ষ্টেজত৷ ২০২৪ চনৰ ইউৰিনাৰি ট্ৰেক্ট ইনফেকছনৰ কাৰণে নেতানিয়াহুৰ প্ৰষ্টেট অস্ত্ৰোপচাৰ কৰা হৈছিল৷ তাৰপিছতেই দৈনিক চেকআপো চলাই আছে৷ সেই সময়ত এটা মেলিগনেন্ট টিউমাৰ ধৰা পৰে৷ ইয়াৰপাছতেই চিকিৎসা আৰম্ভ কৰা হয়৷

৭৬ বছৰ বয়সীয়া প্ৰধানমন্ত্ৰীয়ে নিজেই জনাইছে যে নিৰ্দিষ্ট চিকিৎসাৰে এই সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰি থকা হৈছে৷ এতিয়া প্ৰায় সুস্থ হৈ উঠিছে তেওঁ৷ নেতানিয়াহুৰ মেডিকেল ৰিপৰ্ট অনুসৰি বৰ্তমান সুস্থ হৈ আছে প্ৰধানমন্ত্ৰী নেতানিয়াহু৷ ৰেডিয়েছন থেৰাপিও দিয়া হৈছে তেওঁক৷

কেতিয়া নেতানিয়াহুৰ কেন্সাৰ ধৰা পৰিছে সেয়া জানিব পৰা হোৱা নাই যদিও তেওঁ নিজৰ তৰফৰ পৰা জনোৱা অনুসৰি দুই মাহ এই মেডিকেল ৰিপৰ্ট তেওঁ প্ৰকাশ্যে আহিবলৈ দিয়া নাছিল৷ ইৰানে ইজৰায়েলৰ বিৰুদ্ধে যাতে মিছা প্ৰচাপ চলাব নোৱাৰে তাৰ বাবেই এই সিদ্ধান্ত লৈছিল বুলিও জনাইছে৷

উল্লেখ কৰা প্ৰয়োজন যে ইজৰায়েলৰ সকলোতকৈ দীৰ্ঘম্যাদৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু৷ বিগত মাৰ্চ মাহত ইৰান, ইজৰায়েল, আমেৰিকাৰ সংঘাত আৰম্ভ হোৱাৰ সময়তেই ইৰানৰ সংবাদমাধ্যমৰ পৰা আৰম্ভ কৰি ছচিয়েল মিডিয়াত প্ৰচাৰ হৈছিল যে নেতানিয়াহুৰ মৃত্যু হৈছে৷ ইয়াৰ পাছতেই নেতানিয়াহুৱে জেৰুজালেম কেফেত নিজৰ ভিডিঅ’ দি প্ৰমাণ দিয়ে যে তেওঁৰ মৃত্যু হোৱা নাই৷ তেওঁ জীয়াই আছে৷

ইয়াৰ পূৰ্বে ২০২৩চনত পেছমেকাৰ বহোৱা হৈছিল নেতানিয়াহুক৷ আগন্তুক অক্টোবৰ মাহত ইজৰায়েলৰ নিৰ্বাচন৷ ঠিক ইয়াৰ পূৰ্বে নেতানিয়াহুৰ কেন্সাৰৰ খবৰ পোৱা গৈছে৷ নিৰ্বাচনৰ পূৰ্বে এই সমস্যাই বিশেষ প্ৰভাৱ পেলাব বুলি ধাৰণা কৰিছে বিশেষজ্ঞই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!
বিশ্ব

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

June 27, 2026
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড
বিনোদন

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

June 27, 2026
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 
বিনোদন

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

June 26, 2026
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ
বিশ্ব

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

June 26, 2026
Next Post
প্ৰষ্টেট কৰ্কটৰ লক্ষণ কি কি? প্ৰস্ৰাৱৰ ধাৰা দুৰ্বল হোৱাৰ লক্ষণেই প্ৰষ্টেট কেন্সাৰৰ প্ৰাথমিক লক্ষণ? কেনেকৈ সময়মতে এই ৰোগ সম্পৰ্কে জানিব পাৰিব?

প্ৰষ্টেট কৰ্কটৰ লক্ষণ কি কি? প্ৰস্ৰাৱৰ ধাৰা দুৰ্বল হোৱাৰ লক্ষণেই প্ৰষ্টেট কেন্সাৰৰ প্ৰাথমিক লক্ষণ? কেনেকৈ সময়মতে এই ৰোগ সম্পৰ্কে জানিব পাৰিব?

শুকুৰবাৰে নিখোঁজ হোৱা ভাৱনা শৰ্মাক শ্বিলঙত উদ্ধাৰ, কেনেকৈ শ্বিলং পালেগৈ ভাৱনা শৰ্মা?

শুকুৰবাৰে নিখোঁজ হোৱা ভাৱনা শৰ্মাক শ্বিলঙত উদ্ধাৰ, কেনেকৈ শ্বিলং পালেগৈ ভাৱনা শৰ্মা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.