• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুকুৰবাৰে নিখোঁজ হোৱা ভাৱনা শৰ্মাক শ্বিলঙত উদ্ধাৰ, কেনেকৈ শ্বিলং পালেগৈ ভাৱনা শৰ্মা?

2 days ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

18 minutes ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

54 minutes ago
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

2 hours ago
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

3 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

4 hours ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

5 hours ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুকুৰবাৰে নিখোঁজ হোৱা ভাৱনা শৰ্মাক শ্বিলঙত উদ্ধাৰ, কেনেকৈ শ্বিলং পালেগৈ ভাৱনা শৰ্মা?

শুকুৰবাৰে নিখোঁজ হোৱা ভাৱনা শৰ্মাক শ্বিলঙত উদ্ধাৰ, কেনেকৈ শ্বিলং পালেগৈ ভাৱনা শৰ্মা?

editor by editor
April 25, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শুকুৰবাৰে নিখোঁজ হোৱা ভাৱনা শৰ্মাক শ্বিলঙত উদ্ধাৰ, কেনেকৈ শ্বিলং পালেগৈ ভাৱনা শৰ্মা?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত শ্বিলঙৰ পৰা উদ্ধাৰ হ’ল শুকুৰবাৰে সন্ধানহীন হোৱা শিক্ষয়িত্ৰী ভাৱনা শৰ্মা৷ ইতিমধ্যেই শ্বিলঙলৈ ৰাওনা হৈছে শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়াল৷ এই তথ্য প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ বিশেষ সূত্ৰৰ তথ্যৰ পৰা শ্বিলঙৰ পল টাৱাৰৰ সমীপত সন্ধান লাভ কৰা গৈছে ভাৱনা শৰ্মাৰ৷ এগৰাকী মহিলাৰ পৰা পৰিয়াললৈ যোগাযোগ কৰিছে ভাৱনা শৰ্মাই৷ জানিব পৰা অনুসৰি কোনো পুৰুষৰ সৈতে শ্বিলঙলৈ যোৱা নাই ভাৱনা৷ অকলেই শ্বিলঙৰ এখন হোটেলত আছে ভাৱনা শৰ্মা৷

ভাৱনা শৰ্মাই শুকুৰবাৰে পুৱা ১০ বজাত ঘৰৰ পৰা ওলাই গৈছিল৷ ঘৰৰ পৰা ওলাই এখন ৰেপিড’ বুক কৰিছিল ভাৱনাই৷ আৰু সেই ৰেপিড’ বাহনত উঠিয়েই ওলাই গৈছিল ভাৱনা৷ শিক্ষয়ত্ৰীগৰাকীয়ে পুৱাৰ ভাগত গুৱাহাটীৰ এটিএমৰ পৰা ধন ওলোৱাৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে৷ কিন্তু কিছু দূৰ গৈ ৰেপিড’ বাহনখন এৰি দিয়ে ভাৱনা শৰ্মাই৷ ৰেপিড’ৰ পৰা নামি ক’লৈ গ’ল গম নাপায় বুলি জনাইছে ৰেপিড’ চালকে৷

কিন্তু ঘৰৰ পৰা ওলাই যোৱাৰ আধা ঘণ্টা পাছত অৰ্থাৎ প্ৰায় ১০বাজি ৩০ মিনিটত ভাৱনা শৰ্মাই মাতৃলৈ মেচেজ কৰে৷ মেচেজত তেওঁ লিখে I am in Danger বুলি৷ একেদৰে ভাৱনা শৰ্মাই একেই মেছেজ কৰে বিবাহ ঠিক হোৱা যুৱকজনলৈকো৷ কেইবাটাও ভয়েচ মেছেজো দিছে ভাৱনা শৰ্মাই৷ আৰক্ষীয়ে অনুসন্ধান কৰাত পোৱা তথ্য অনুসৰি ৰেপিড’খনৰ পৰা কিছুদূৰ গৈয়েই নামি দিছিল ভাৱনা শৰ্মাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ
জীৱনশৈলী

April 27, 2026
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!
জীৱনশৈলী

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

April 27, 2026
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?
শিক্ষা

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

April 27, 2026
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ
জীৱনশৈলী

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

April 27, 2026
Next Post
মোহিনীৰূপে আবিৰ্ভূত হৈছিল শ্ৰীবিষ্ণু, সেই নিশা সূৰ্যৰ নক্ষত্ৰৰ ঘৰত চন্দ্ৰ যোৱাৰ ফলত উপকৃত হ’ব কোন কোন ৰাশি?

মাহিলী ১০ হাজাৰ টকাৰ SIP কৰিছে? ২০ লাখ টকা জমা কৰিবলৈ কিমান সময় লাগিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন