• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

3 hours ago
তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

18 minutes ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

1 hour ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

2 hours ago
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

4 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

5 hours ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

5 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

6 hours ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

1 day ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

1 day ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

1 day ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

২৮ এপ্ৰিলত ঘোষণা হ'ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

editor by editor
April 27, 2026
in অসম, বিবিধ, লেখা, শিক্ষা
0
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?
0
SHARES
215
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

Assam Board 12th Result 2026: কাইলৈ ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।  অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে অহা ২৮ এপ্ৰিলত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰিব। ফলাফল প্ৰকাশ পোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে সেইবোৰ পৰীক্ষা কৰি অফিচিয়েল ৱেবছাইট site.sebaonline.org ত নিজৰ মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। পূৰ্বে ঘোষণা কৰা অনুযায়ী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৬ ৰ ফলাফল কাইলৈ পুৱা ১০ঃ৩০ বজাত প্ৰকাশ পাব। ইয়াৰ পূৰ্বে ৭ঃ৩০ বজাত আনুষ্ঠানিকভাৱে সংবাদ বিজ্ঞপ্তি প্ৰকাশ পাব।

ফলাফল কেনেকৈ পৰীক্ষা কৰিব?

  1. প্ৰথমে অসম বৰ্ডৰ অফিচিয়েল ৱেবছাইট site.sebaonline.org লৈ যাওক।
  2. তাৰ পিছত হোমপেজত থকা ‘HS Result 2026’ লিংকত ক্লিক কৰক।
  3. ইয়াৰ পিছত আপোনাৰ ৰোল ক’ড, এডমিট কাৰ্ডত দিয়া ৰোল নম্বৰ আৰু কেপচা ক’ড দি জমা দিয়াত ক্লিক কৰক।
  4. এতিয়া আপোনাৰ ফলাফল দেখা পাব।
  5. মাৰ্কশ্বীটত বিষয়ভিত্তিক নম্বৰ, লাভ কৰা মুঠ নম্বৰ, গ্ৰেড আৰু উত্তীৰ্ণ/ফেইলৰ অৱস্থা থাকিব।
  6. ফলাফল দেখাৰ পিছত মাৰ্কশ্বীট ডাউনলোড কৰিবলৈ নাপাহৰিব।

এছ এম এছৰ জৰিয়তে কেনেকৈ পৰীক্ষা কৰিব?

অসম ব’ৰ্ডৰ দ্বাদশ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলেও এছএমএছৰ জৰিয়তে ফলাফল পৰীক্ষা কৰিব পাৰিব। ইয়াৰ বাবে প্ৰথমে আপোনাৰ মোবাইল ফোনটোৰ মেছেজ বক্স খুলি “ASSAM12” লিখক আৰু তাৰ পিছত আপোনাৰ ৰোল নম্বৰ লিখক। এতিয়া 5676750 বা 56263 নম্বৰত মেছেজটো পঠাওক।এছএমএছ পঠোৱাৰ পিছত আপোনাৰ ৰিজাল্ট পোনপটীয়াকৈ আপোনাৰ ফোনলৈ এছএমএছৰ জৰিয়তে প্ৰেৰণ কৰা হ’ব।

পূৰ্বৰ ফলাফল কেনেকুৱা আছিল?

যোৱা বৰ্ষত ২০২৫ চনত ৩০ এপ্ৰিলত দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হৈছিল, য’ত কলা বিষয়ত ৮১.০৩ শতাংশ, বিজ্ঞানত ৮৪.৮৮ শতাংশ, বাণিজ্যত ৮২.১৮ শতাংশ, আৰু বৃত্তিগত বিষয়ত ৬৮.৫৫ শতাংশ উত্তীৰ্ণ হৈছিল। ২০২৪ চনত ৯ মে’ত ফলাফল ঘোষণা কৰা হয়, য’ত কলা শাখাত ৮৮.২৪ শতাংশ, বিজ্ঞানত ৯০.২৯ শতাংশ আৰু বাণিজ্য শাখাত ৮৮.২৮ শতাংশ উত্তীৰ্ণ হয়। ২০২৩ চনত ৬ জুনত ব’ৰ্ডে ফলাফল ঘোষণা কৰিছিল, য’ত বিজ্ঞানত ৮৪.৯৬ শতাংশ, বাণিজ্য শাখাত ৭৯.৫৭ শতাংশ আৰু কলাত ৭০.১২ শতাংশ উত্তীৰ্ণ হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!
জীৱনশৈলী

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

April 27, 2026
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ
জীৱনশৈলী

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

April 27, 2026
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!
জীৱনশৈলী

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

April 27, 2026
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ
জীৱনশৈলী

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

April 27, 2026
Next Post
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ'ব পাৰে PCOD ৰ লক্ষণ!

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.