জে’লত অসুস্থ হৈ পৰিছে ভিক্টৰ দাস। হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে ভিক্টৰ দাসৰ।

সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰি প্ৰায়ে ভাইৰেল হৈ থাকে ভিক্টৰ দাস। এইবাৰ পুনৰ চৰ্চালৈ আহিছে ভিক্টৰ।

ইয়াৰ পিছতে ততাতৈয়াকৈ অসুস্থ ভিক্টৰ দাসক ভৰ্তি কৰোৱা হ’ল GMCHত। জে’লত শাৰীৰিক ভাৱে দুৰ্বল হৈ পৰিছে ভিক্টৰ।

সোমবাৰে জে’ললৈ প্ৰেৰণ কৰা হৈছিল ভিক্টৰ দাসক। পত্নীৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ভিক্তৰক।

১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল ভিক্টৰ দাসক। কিন্তু হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটে।

চিকিৎসালয়লৈ নিয়াৰ পিছতো আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে ভিক্টৰৰ বাবে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














