• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

2 days ago
TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

2 minutes ago
১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

27 minutes ago
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

16 hours ago
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

17 hours ago
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

18 hours ago
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

19 hours ago
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

20 hours ago
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

editor by editor
May 4, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব
0
SHARES
768
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰত সূৰ্য মানেই উত্তাপ, সাহস আৰু সাফল্য৷ সেই গ্ৰহৰাজেই এইবাৰ ভৰি থব প্ৰিয় নক্ষত্ৰ কৃত্তিকাত৷ আগন্তুক ১১ মে, সোমবাৰে সন্ধিয়া ৭বাজি ৩৭ মিনিটত সূৰ্যই এই নক্ষত্ৰত প্ৰৱেশ কৰিব৷ ২৫ মে পৰ্যন্ত ১৫ দিন সূৰ্যদেৱে কৃত্তিকাত অৱস্থান কৰি আশীৰ্বাদ দিব ৪ৰাশিৰ জাতকক৷ কাৰ কাৰ ভাগ্যৰ চকা ঘূৰিব এই সময়ত? জানি থওক সবিশেষ৷

কৰ্কট ৰাশি

সূৰ্যৰ এই গোচৰ কৰ্কট ৰাশিৰ জাতকৰ বাবে বসন্তৰ বতাহ হৈ আহিব৷ আপোনাৰ আত্মবিশ্বাসে আকাশ চুব, ফলত কেৰিয়াৰলৈ আহিব দ্ৰুত উন্নতি৷ অফিচত নেতৃত্বৰ সুযোগ আহিব আপোনাৰ হাতলৈ৷ প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ বাঢ়িব, যি ভৱিষ্যতৰ বাবে অত্যন্ত লাভজনক হব৷ মন সুখী থাকিব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে এই সময় অত্যন্ত সুখৰ হব৷ ভাগ্যৰ জোৰত কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব আপোনাৰ সন্মুখত বহুদিন ধৰি কৰা কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ কেৱল সেয়াই নহয়, পঢ়াশুনাত বৃহৎ সাফল্যৰ ওপৰিও বিদেশ ভ্ৰমণৰো যোগ আছে৷ সমাজত মান সন্মান বাঢ়িব৷

বৃশ্চিক ৰাশি

ৰৈ থকা কাম এইবাৰ আগুৱাব৷ সৃজনশীল কামত আপুনি যুক্ত হৈ পৰিব৷ পাৰিবাৰিক বিবাদ দূৰ হৈ সুখ শান্তি উভতি আহিব৷ প্ৰেমৰ জীৱনত সুখৰ খবৰ৷ অফিচৰ পৰিবেশ আপোনাৰ অনুকূলে থাকিব আৰু নতুন কামৰ সুযোগ তৈয়াৰ হব৷

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ বাবে এই সময় হাতলৈ ধন অহাৰ সময়৷ একাধিক উৎসৰ পৰা অৰ্থ উপাৰ্জনৰ পথ খুলিব৷ ৰৈ থকা বকেয়া টকা উভতাই পোৱাৰ সম্ভাৱনা আছে৷ বন্ধুৰ পৰা সকলোধৰণৰ সহায় পাব৷ নতুন নতুন মানুহৰ সৈতে পৰিচয় হৈ আপোনাৰ সামাজিক প্ৰতিপত্তি বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?
জীৱনশৈলী

May 6, 2026
১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ
জীৱনশৈলী

১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

May 6, 2026
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?
জীৱনশৈলী

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

May 5, 2026
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?
অপৰাধ

Next Post
মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন