• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

4 months ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

14 minutes ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

8 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

9 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

9 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

11 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

11 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

12 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

13 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

13 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

14 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

15 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

editor by editor
May 5, 2026
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?
0
SHARES
882
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশজুৰি এতিয়া তামিলনাডুৰ নতুন দল TVKৰ চৰ্চা৷ নায়ক এতিয়া নেতা হ’ল৷ এদিন অভিনয়েৰে সকলোৰে মন জয় কৰা থালাপতি বিজয়ে এইবাৰ তামিলনাডুৰ ৰাজনীতিত প্ৰত্যক্ষভাৱে প্ৰৱেশ কৰিলে৷ বিজয়ৰ প্ৰথম ৰাজনৈতিক যাত্ৰাতেই আহিছে ভাৱিব নোৱাৰা সফলতা৷ এই সফলতা আহিছে তেওঁৰ পৰিপক্ক ৰাজনৈতিক ষ্ট্ৰেটেজিৰ পৰাই৷ বহু পুৰণি ৰাজনৈতিক নেতাই ভাৱিব নোৱৰা কিছু কাম কম সময়তে কৰি পেলালে থালাপতি বিজয়ে তাৰবাবে বিজয়ক আদৰি লোৱাত কৃপণালী মুঠেও কৰা কৰা নাই তামিলনাডুবাসীয়ে৷

বিজয়ৰ বাবেই ড্ৰাইভাৰৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ

বিজয়ৰ কিছু কামে মন চুই গৈছে তামিলনাডুবাসীৰ৷ তাৰেই এটা সৰু উদাহৰণ হৈছে তেওঁৰ ড্ৰাইভাৰৰ পুত্ৰক দিয়া বিশেষ সুযোগ৷ বিধায়ক হিচাপে খুবেই চৰ্চাত আছে ছাবাৰীনাথনে৷ ছাবাৰীনাথন আন কোনো নহয় তেওঁ বিজয় থালাপতিৰ ড্ৰাইভাৰ ৰাজেন্দ্ৰৰ পুত্ৰ৷ বিজয়ৰ ব্যক্তিগত বাহন চালক ৰাজেন্দ্ৰই কাহানিও নেদেখা এটা সপোন বিজয়ে পূৰণ কৰিলে৷ ৰাজেন্দ্ৰৰ পুত্ৰ এতিয়া তামিলনাডুৰ বিধায়ক৷ দেশজুৰি খুবেই চিনাকি নাম এতিয়া ছাবাৰীনাথন৷ ছাবাৰীনাথনে তামিলনাডুৰ বিৰুগম্বপুৰম সমষ্টিৰ পৰা জয়লাভ কৰিবলৈ সক্ষম হৈছে৷

বিজয়ৰ চালক ৰাজেন্দ্ৰনৰ পুত্ৰ আৰ ছাবাৰীনাথনে শাসকীয় ডি এম কেৰ বৰ্তমানৰ বিধায়ক এ এম ভি প্ৰভাকৰ ৰাজাক ২৭,০৮৬টা ভোটৰ বিপুল ব্যৱধানত পৰাস্ত কৰি বিৰুগম্বকম বিধানসভাৰ আসনত বিজয় লাভ কৰিছে। বিগত ৩০ বছৰ ধৰি অভিনেতা বিজয়ৰ বাহন চলাই তেওঁৰ পিতৃ ৰাজেন্দ্ৰই৷

আৰ ছাব্ৰিনাথান কিমান শিক্ষিত?

ছাবাৰীনাথনৰ শিক্ষা সন্দৰ্ভত দিয়া তথ্যমতে  ২০২১ চনত ড° এম জি আৰ এডুকেশ্যনেল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰিছে তেওঁ৷  ছাবাৰিনাথন মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্লমাধাৰী। ছাবাৰীনাথনে ২০১৩ চনত পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈছিল৷

বিজয়ৰ টিভিকেৰ উত্থান

থালাপতি বিজয়ৰ অভিনয়ে জনতাক এদিন আৱেগিক কৰিছিল৷ সেই বিজয়ৰ কৰ্মৰ বাবেই এইবাৰ আবেগিক হৈছে বহুজন৷ বহুজনে মহান হৃদয়ৰ অধিকাৰী বুলিও কৈছে বিজয়ক৷ জনতাই হিয়া উজাৰি আশীৰ্বাদ দিয়াই নহয় ইভিএমতো দিছে পূৰ্ণ সমৰ্থন৷ যাৰ বাবে মাত্ৰ কিছুদিন পূৰ্বে এটা দল গঠন কৰিয়েই এই বিপুল জয়ৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হৈছে বিজয়ে৷

বিজয়ৰ নতুন দল টিভিকে এই নিৰ্বাচনত সকলো পৰিধি ভাঙি বিপুল হাৰত জনসমৰ্থন লাভ কৰিছে। ২৩৪খন আসনৰ বিধানসভাত ১০০ খনতকৈও অধিক আসন লাভ কৰি মুখ্য বিৰোধী দলসমূহকো হতচকিত কৰি তুলিছে৷ পেৰামবুৰ সমষ্টিত বিজয়ে নিজেই ৫৩ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

September 2, 2026
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

September 1, 2026
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!
বিশ্ব

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

September 1, 2026
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন
জীৱনশৈলী

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

September 1, 2026
Next Post
পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.