• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

2 months ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

32 minutes ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

1 hour ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

2 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

2 hours ago
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

3 hours ago
বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

4 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

কষ্ট কৰিলেও হাতত ধনৰ অভাৱ? তেন্তে নকৰিব এইবোৰ ভুল!

5 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO New Rules 2026: PF ৰ ৮ টা ডাঙৰ নিয়ম সলনি, জানক আপোনাৰ বাবে কি কি নতুন নিয়ম আছে

6 hours ago
কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

6 hours ago
পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

6 hours ago
আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

7 hours ago
কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

editor by editor
May 5, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত সূৰ্য আৰু শনিৰ গতিবিধি বিশেষ গুৰুত্বপূৰ্ণ৷ এই দুই গ্ৰহৰ অৱস্থানে বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত উল্লেখযোগ্য প্ৰভাৱ পেলায়৷ সূৰ্য আৰু শনি কাষলৈ আহিলে এই বিশেষ যোগ গঠিত হয়৷ সূৰ্য আৰু শনিৰ এনে এক বিশেষ যোগ হৈছে লাভ দৃষ্টি যোগ৷ আগন্তুক ৩জুনত সূৰ্য আৰু শনিয়ে পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহি লাভ দৃষ্টি যোগ গঠন কৰিব৷ জানি থওক সূৰ্য আৰু শনিৰ লাভ দৃষ্টি যোগত লাভৱান হ’ব কোন কোন ৰাশিৰ জাতক?

মেষ ৰাশি

লাভ দৃষ্টি যোগৰ প্ৰভাৱত অফিচত পদোন্নতি হ’ব মেষ ৰাশিৰ জাতকৰ৷ নতুন কামৰ দায়িত্ব পাব পাৰে৷ উত্তৰাধিকাৰ সূত্ৰে অৰ্থ আৰু সম্পত্তি লাভ হব পাৰে৷ ইয়াৰ ফলত মেষ ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ পুৰণি বিনিয়োগৰ পৰাও লাভৱান হ’ব৷ ব্যৱসায়ত মোটা অংকৰ মুনাফা লাভ কৰিব৷

মিথুন ৰাশি

লাভ দৃষ্টি যোগত মিথুন ৰাশিৰ ব্যৱসায়ীয়ে উল্লেখযোগ্য আৰ্থিক লাভ কৰিব পাৰে৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা এই সময়ত ভাল ৰিটাৰ্ণ পাব৷ শনিৰ কৃপাত আপুনি আপোনাৰ ৰৈ থকা কাম সম্পূৰ্ণ কৰিব পাৰিব৷ সামাজিক প্ৰতিপত্তি বাঢ়িব৷ দাম্পত্য জীৱনত সুখ আৰু সমৃদ্ধি বাঢ়িব৷

সিংহ ৰাশি

সূৰ্যৰ অৱস্থানে আত্মবিশ্বাস বঢ়াব সিংহ ৰাশিৰ জাতকৰ৷ এই সময়ত আপুনি কঠিন সিদ্ধান্তও সহজে ল’ব পাৰিব৷ সাফল্য আৰু আৰ্থিক লাভ কৰিব পাৰে৷ চৰকাৰী কামত প্ৰচুৰ অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা আছে৷ চাকৰিয়ালে পদোন্নতি কৰিব পাৰে৷ অভাৱনীয় লাভ হব ব্যৱসায়ীৰ৷ পিতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী হব পাৰে৷

তুলা ৰাশি

সূৰ্য আৰু শনিৰ লাভ দৃষ্টি যোগত প্ৰচুৰ উপাৰ্জন বাঢ়িব তুলা ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ মজবুত হব৷ সাংসৰিক সমস্যা দূৰ হব আৰু পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ উভতি আহিব৷ ব্যৱসায়ত উন্নতি হব৷ চাকৰিত প্ৰমোছন হব পাৰে৷ হঠাৎ আৰ্থিক লাভৰ যোগ আছে৷

ধনু ৰাশি

সূৰ্য আৰু শনিৰ কৃপাত ৩ জুনৰ পৰা সৌভাগ্য লাভ কৰিব ধনু ৰাশিৰ জাতকে৷ এই সময়ত দূৰৈৰ কৰোবাত ভ্ৰমণলৈ যাব পাৰে৷ ছাত্ৰছাত্ৰীয়ে পৰীক্ষাত উল্লেখযোগ্য সাফল্য পাব পাৰে৷ গৱেষণাৰ সৈতে যুক্তসকলে সফল হব৷ ব্যৱসায়ত বৃহৎ আৰ্থিক চুক্তিত চহী কৰিব পাৰে৷ চাকৰিয়ালে সুখবৰ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ ষ্টেমিনা কিয় কমে?
জীৱনশৈলী

শৰীৰৰ ষ্টেমিনা কিয় কমে?

July 15, 2026
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

July 15, 2026
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?
জীৱনশৈলী

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

July 15, 2026
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ
বিশ্ব

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

July 15, 2026
Next Post
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.