• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

2 days ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

16 minutes ago
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

2 hours ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

3 hours ago
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

4 hours ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

5 hours ago
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

6 hours ago
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

editor by editor
May 5, 2026
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰে দুপৰীয়াই ফলাফল প্ৰায় স্পষ্ট হৈ পৰিছিল৷ তেতিয়াই কৌতূহল তৈয়াৰ হৈছিল, মমতা বেনাৰ্জীয়ে কেতিয়া ইস্তাফা দিব? কেতিয়া মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব? কাৰণ এয়াই ৰীতি৷ মমতাৰ পূৰ্বে ক্ষমতাচ্যুত হোৱা সকলোৱে এই কামেই কৰি আহিছে৷ সোমবাৰে মমতাই সেই কাম নকৰিলে৷ সেয়ে সকলোৰে নজৰ আছিল মঙলবাৰৰ দিনটোত৷ সকলোৰে ধাৰণা আছিল আজি মমতা বেনাৰ্জীয়ে পদত্যাগ নিশ্চয় কৰিব৷ কিন্তু ইয়াৰ বিপৰীত ছবি দেখা গ’ল বিয়লিবেলাত মমতা বেনাৰ্জীয়ে দিয়া সংবাদমেলত৷ সংবাদমেল পাতি মমতাই ক’লে ‘মই পদত্যাগ নকৰো৷ মোৰ পদত্যাগ কৰাৰ প্ৰশ্নই নুঠে৷ কিয় পদত্যাগ কৰিম৷ মইয়ো হৰা নাই৷ জোৰ কৰি ভোট চুৰি কৰি মোক লুটপাট কৰা হৈছে৷’

মমতাই যদি আনুষ্ঠানিকভাৱে ইস্তাফা নিদিয়ে তেতিয়া কি হ’ব?

এই পৰিস্থিতিত এটা কথা নিৰ্দিষ্টভাৱে উল্লেখ কৰা হোৱা নাই সংবিধানত৷ কাৰণ কোনো মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনত পৰাস্ত হৈ ৰাজ্যপালৰ ওচৰলৈ গৈ ইস্তাফা নিদিয়াৰ ঘটনা আজিলৈ ঘটাও নাই৷ ভাৰতবৰ্ষত এনে ঘটনাৰ নজিৰ নাই৷ এয়াই প্ৰথমবাৰৰ বাবে কোনো মুখ্যমন্ত্ৰীয়ে এনে কাণ্ড কৰিছে৷

পশ্চিমবংগ বিধানসভাৰ ম্যাদ শেষ হ’ব আগন্তুক ৭ মে বৃহস্পতিবাৰে৷ পদত্যাগ নকৰিলে আনুষ্ঠানিকভাৱে সেই দিন পৰ্যন্ত মমতা বেনাৰ্জী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হৈ থাকিব৷ কিন্তু ৭ মে পাৰ হলেই মুখ্যমন্ত্ৰী পদ নাথাকে৷ ইস্তাফা নিদিলেও তেওঁৰ নামৰ আগত প্ৰাক্তন মুখ্যমন্ত্ৰী শব্দটো লিখা হ’ব৷ নিৰ্বাচনত হৰা-জিকা যিয়েই নহওক পূৰ্বৰ কাৰ্যকাল শেষ হোৱাৰ সময়ত ৰাজ্যপালৰ ওচৰত গৈ ইস্তাফা দিয়াটো নিয়ম৷ ই এক ৰীতি বা সাংবিধানিক শিষ্টাচাৰ৷

১৫ বছৰৰ পূৰ্বে ২০১১ চনৰ ১৩ মে দুপৰীয়া ১ বজাত ভোটৰ ফলাফল স্পষ্ট হৈ অহাৰ সময়তে তৎকালীন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যই ৰাজভৱনলৈ গৈ তৎকালীন ৰাজ্যপাল গোপালকৃষ্ণ গান্ধীৰ সৈতে দেখা কৰি পদত্যাগপত্ৰ হাতত তুলি দিছিল৷ সেয়াই নহয় তেওঁ ত্যাগ কৰিছিল চৰকাৰী বাহনো৷ ৰাজ্যপালৰ ভৱনৰ পৰা অন্য এখন বাহনেৰে তেওঁ পাৰ্টী অফিচলৈ গুচি গৈছিল৷

উল্লেখ কৰা প্ৰয়োজন যে বিজেপি দলে পশ্চিমবংগত নতুন চৰকাৰ গঠন কৰিব৷ ৭ মেত পুৰণি চৰকাৰৰ ম্যাদ উকলিব আৰু তাৰপিছতেই বিজেপি দলে নতুন চৰকাৰ গঠন কৰিব৷ প্ৰধানমন্ত্ৰীৰ ভাষণত সোমবাৰে এটা কথা স্পষ্ট হৈছে যে ৯ মেত নতুন চৰকাৰ গঠন কৰিব বিজেপি দলে৷ সেই দিনটো বাচি লোৱাৰ আন এক কাৰণ হৈছে সেই দিনটোত ৰবীন্দ্ৰ জয়ন্তীও৷

বুধবাৰে নিশা পশ্চিমবংগলৈ আহিব পাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ আৰু অমিত শ্বাহৰ উপস্থিতিতেই বিজেপিৰ পৰিষদীয় দলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীৰ নাম ঘোষণা হব পাৰে৷ যি পৰিষদীয় দলৰ নেতা হব তেঁৱেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীও হব৷ তেওঁৱেই ৰাজ্যপালৰ ওচৰলৈ গৈ চৰকাৰ গঠনৰ আনুষ্ঠানিক আৰ্জিও জনাব৷ তাৰপাছতহে অনুষ্ঠিত হব শপতগ্ৰহণ অনুষ্ঠান৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ
জীৱনশৈলী

May 7, 2026
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

May 7, 2026
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?
জীৱনশৈলী

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

May 7, 2026
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?
জীৱনশৈলী

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

May 7, 2026
Next Post
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন