• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

5 months ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

11 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

12 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

12 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

13 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

14 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

14 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

15 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

15 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

16 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

17 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

17 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

editor by editor
May 5, 2026
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?
0
SHARES
799
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছুপাৰষ্টাৰৰ পৰা কিংমেকাৰ৷ তামিলনাডুত এতিয়া এটাই নাম থালাপতি বিজয়৷ প্ৰথমবাৰ নিৰ্বাচনত অংশ লৈয়েই চমক দেখুৱালে তেওঁৰ দলে৷ তামিলনাডুৰ ২৪৩ খন আসনৰ ভিতৰত ১০৮ খনত জয়ী হৈছে বিজয়ৰ দল তামিলাগা ভেটৰি কাজাগাম বা চমুকৈ টিভিকে৷ কিন্তু সংখ্যাগৰিষ্ঠতাৰ মেজিক ফিগাৰ পাবলৈ এতিয়াও তেওঁক প্ৰয়োজন আছে ১০ জন বিধায়কৰ সমৰ্থনৰ৷ প্ৰশ্ন হয়, কাৰ সৈতে জোঁট বান্ধিব থালাপতি বিজয়ে?

তামিলনাডুৰ ৰাজনৈতিক মহলে প্ৰকাশ কৰা তথ্যমতে একক সংখ্যাগৰিষ্ঠ দল হোৱাৰ বাবে বিজয়ে নিজেই মুখ্যমন্ত্ৰী পদত থাকি চৰকাৰ চলাব খোজে৷ মঙ্গলবাৰে পুৱা সদ্য নিৰ্বাচিত বিধায়কসকলৰ সৈতে তেওঁ বৈঠকো কৰিছে৷ তাতই বিজয়ক সৰ্বসন্মতিত মুখ্যমন্ত্ৰী পদপ্ৰাৰ্থী হিচাপে বাচি লোৱা হৈছে৷ তামিলনাডুৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰলেকে অচিৰেই বিজয়ৰ দলক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাব পাৰে৷

বিৰোধী জোঁটৰ সৈতে হাত মিলোৱাৰ পৰিকল্পনা আছে টিভিকেৰ৷ বিজয়ে এতিয়াও কাৰো কাষলৈ যোৱা নাই৷ তেওঁ অপেক্ষা কৰিছে কোনোবা প্ৰস্তাব লৈ তেওঁৰ কাষলৈ আহক৷ ডিএমকে আৰু বিজেপিৰ সৈতে জোঁট বন্ধাৰ সম্ভাৱনা বিশেষ নাই বুলি তেওঁৰ ঘনিষ্ঠ মহলে প্ৰকাশ কৰিছে৷ কাৰণ তেওঁ এই দুই দলকেই ৰাজনৈতিক আৰু আদৰ্শগত শত্ৰু বুলি ধাৰণা কৰে৷

কংগ্ৰেছ, ভিচিকে, চিপিআই, চিপিআইএম আৰু আই ইউ এম এল, এমকে ষ্টেলিনৰ নেতৃত্বাধীন চেকুলাৰ প্ৰগ্ৰেছিভ এলায়েন্সৰ অংশ৷ সূত্ৰৰ খবৰ অনুসৰি নিৰ্বাচনৰ পূৰ্বে ডিএমকেৰ সৈতে মনোমালিন্যও হৈছিল কংগ্ৰেছ দলৰ৷ সেই সময়ত টিভিকেৰ সৈতে জোঁট বন্ধাৰ কথাও চিন্তা কৰিছিল তেওঁলোকে৷ কিন্তু শেষ পৰ্যন্ত সেয়া সম্ভৱ হৈ নুঠিল৷ নতুন এটা দলৰ সৈতে হাত মিলাই ৰিস্ক ল’ব নুখুজিলে কংগ্ৰেছে৷ কিন্তু এতিয়া বতাহ কেৱল টিভিকেৰ সপক্ষেই বলিছে৷ সেয়ে টিভিকেৰ সৈতে কংগ্ৰেছে জোঁট বান্ধিবলৈ আগ্ৰহীও হৈছে৷ সেই ইংগিতো ইতিমধ্যেই দিছে তামিলনাডুৰ কংগ্ৰেছ নেতা শশীকান্ত চেন্থিলে৷ চেন্থিলে কয়, ‘তামিলনাডুৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব লাগিব৷ দলে এই বিষয়ত সোনকালে সিদ্ধান্ত ল’ব৷’

উল্লেখ কৰা প্ৰয়োজন যে মুঠ ২৩৪ খন বিধানসভা আসনৰ ভিতৰত কংগ্ৰেছে মুঠ ৫আসনত জয়লাভ কৰিছে৷ অন্যহাতে আইইউএমএল, চিপিআই, চিপিআইএম আৰু ভিচিকেই জয় কৰিছে দুখনকৈ আসন৷ যদি কংগ্ৰেছ আৰু মিত্ৰদলসমূহে টিভিকেৰ সৈতে জোঁট বান্ধে তেতিয়া বিজয়ে সংখ্যাগৰিষ্ঠতা পাব আৰু অনায়াসে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা
অপৰাধ

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

September 22, 2026
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন
জীৱনশৈলী

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

September 22, 2026
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল
অপৰাধ

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

September 22, 2026
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী
বিনোদন

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

September 22, 2026
Next Post
হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.