• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

1 hour ago
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

45 minutes ago
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

57 minutes ago
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

2 hours ago
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

3 hours ago
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

4 hours ago
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

5 hours ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

6 hours ago
সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট!  কি কি সেৱাত পৰিব প্ৰভাৱ?

7 hours ago
Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

editor by editor
May 5, 2026
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ
0
SHARES
477
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাৰ্টে ঠিকমতে কাম কৰিবলৈ হ’লে অক্সিজেনৰ দৰকাৰ৷ কিন্তু বহু সময়ত হৃদযন্ত্ৰই পৰ্যাপ্ত অক্সিজেন নাপায়৷ এই অৱস্থাক চিকিৎসাবিজ্ঞানৰ ভাষাত কোৱা হয় মায়োকাৰ্ডিয়েল ইস্কেমিয়া৷ সহজভাৱে ক’বলৈ হ’লে হাৰ্টত তেজ আৰু অক্সিজেন কমিলে এই সমস্যা হয়৷ ইয়াৰ প্ৰধান কাৰণ হৈছে হৃদযন্ত্ৰৰ ধমনিত চৰ্বি জমা হৈ ব্লক হৈ যোৱা বা তেজৰ চলাচল কমি যোৱা৷

এই সমস্যা খুবেই সাধাৰণ ধাৰণা হলেও ইয়াক একেবাৰে পাতলকৈ লোৱা উচিত নহয়৷ কাৰণ সময়মতে ব্যৱস্থা নল’লে ই হাৰ্ট এটেকত আশংকা বঢ়ায়৷ সেয়ে শৰীৰৰ কিছু লক্ষণ পূৰ্বৰে পৰাই চিনি ৰখা খুবেই জৰুৰী৷ সকলোতকৈ সাধাৰণ লক্ষণ হৈছে বুকুৰ বিষ বা চাপ৷ বুকুৰ মাজভাগ ভাৰী লগা, চাপ অনুভৱ কৰা বা জ্বলাপোৰা কৰা এইসমূহ লক্ষণেই হ’ব পাৰে সতৰ্কবাৰ্তা৷ বহু সময়ত এই বিষ বাওঁ হাত, কান্ধ, ডিঙি, পিঠি পৰ্যন্ত বিয়পিব পাৰে৷ বহুতেই ইয়াক গেছৰ সমস্যা বুলি এৰাই চলে৷

শ্বাসকষ্টঃ অলপ খোজকাঢ়িলে বা চিৰি বগালেই যদি ফোঁপনি উঠে বা বিশ্ৰাম লোৱাৰ সময়তো ঠিকমতে নিঃশ্বাস পেলাব নোৱাৰে তেতিয়া সতৰ্ক হোৱাটো প্ৰয়োজন৷ ই হাৰ্টত অক্সিজেনৰ ঘাটিৰেই ইংগিত৷

অস্বাভাৱিক ক্লান্তিঃ কোনো ভাৰী কাম নকৰিলে দিনজুৰি ক্লান্ত লগা, শৰীৰত শক্তি নথকা এইসমূহ বহু সময়ত হাৰ্টৰ সমস্যাৰ লক্ষণ৷ বিশেষকৈ মহিলাৰ ক্ষেত্ৰত এই লক্ষণ বেছিকৈ দেখা যায়৷

মূৰ ঘূৰোৱা বা অজ্ঞান হৈ যোৱাৰ প্ৰৱণতাঃ তেজ সঠিকভাৱে মস্তিষ্কলৈ নগ’লে এই সমস্যা হয়৷ হঠাৎ চকুৰে অন্ধকাৰ দেখা বা ভাৰসাম্য হেৰুওৱালে সতৰ্ক হওক৷

হঠাতে ঠাণ্ডা লগা বা ঘামি যোৱাঃ কোনো কাৰণ অবিহনেই ঘামি যোৱা, বিশেষকৈ যদি তাৰ সৈতে বুকুত অস্বস্তি লাগি থাকে তেতিয়া তাক অৱহেলা কৰা ঠিক নহয়৷

এই ধৰণৰ কোনো লক্ষণ দেখিলে দেৰী নকৰিলে দ্ৰুত চিকিৎসকৰ ওচৰত যোৱা উচিত৷ ইয়াৰোপৰি জীৱনযাত্ৰাত পৰিবৰ্তন অনাও জৰুৰী৷ নিয়মিত খোজ কঢ়া, ব্যায়াম কৰা, তেল কমাই খোৱা, ধূমপান আৰু এলক’হল এৰাই চলা আৰু মানসিক চাপ কমোৱা৷ মনত ৰাখিব, শৰীৰে পূৰ্বৰে পৰাই সংকেত দিয়ে৷ এই সংকেতসমূহক গুৰুত্ব দিলে ডাঙৰ বিপদ এৰাই চলা সম্ভৱ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?
অসম

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

May 5, 2026
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?
জীৱনশৈলী

মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

May 5, 2026
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?
জীৱনশৈলী

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

May 5, 2026
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল
জীৱনশৈলী

মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

May 5, 2026
Next Post
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন