• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

5 months ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

3 minutes ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

1 hour ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

2 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

3 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

4 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

5 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

5 hours ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

7 hours ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

7 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

7 hours ago
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

8 hours ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

editor by editor
May 5, 2026
in অসম, জীৱনশৈলী, বিনোদন
0
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?
0
SHARES
575
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
সামাজিক মাধ্যমত বিতৰ্কৰ শীৰ্ষত আছে কণ্ঠশিল্পী প্ৰিয়ংকা ভঁৰালীৰ নাম৷ এজন যুৱকক মঞ্চৰ পৰা ঠেলা মাৰি দিয়াৰ পৰাই আৰম্ভ হৈছিল বিতৰ্কৰ৷ কিয় ছেলফী ল’বলৈ অহা যুৱকজনক ঠেলা মাৰি দিছিল প্ৰিয়ংকা ভঁৰালীয়ে? ভাইৰেল হোৱা ভিডিঅ’ ক্লিপক লৈ উঠিছে সেই প্ৰশ্নই৷ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ সামাজিক মাধ্যমত প্ৰিয়ংকা ভঁৰালীয়ে লিখিছে বিশেষ পোষ্ট৷
প্ৰিয়ংকাই লিখিছে- আজি মই এক বিশেষ কথা লিখিবলৈ বাধ্য হৈছোঁ। যিটো বিষয়ৰ বিষয়ে আকৌ পাতিবলৈ মন নাছিল, কিন্তু আজি স্পষ্টীকৰণ দিবলৈ বাধ্য হ’লোঁ। অতি দুখেৰে জনাব লাগিছে যে যেতিয়ালৈকে সম্পূৰ্ণ কথাখিনি গম পোৱা নাযায়, তেতিয়ালৈকে কিছুমান মানুহে আধৰুৱা মোবাইল ভিডিঅ’ বা কথাৰে ভুল বুজাই আৰু দেখুৱাই থাকে।
যোৱা ৩ মে’ তাৰিখে চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনীত অনুষ্ঠানৰ বাবে গৈছিলোঁ। আৰম্ভণিৰ সময়খিনি খুবেই ভাল আছিল। কিন্তু যিমান সময় আগুৱাই যাব ধৰিলে, সিমানেই পৰিৱেশ বেয়া হ’বলৈ ধৰিলে। এখন মঞ্চ বনোৱা হৈছিল অনুষ্ঠান পৰিৱেশন কৰিবলৈ, কিন্তু তাত পৰিৱেশন কৰাৰ বাবে প্ৰয়োজনীয় পৰিৱেশ একেবাৰে নাছিল।
মঞ্চত পৰিৱেশন কৰি থাকোঁতে বাৰে বাৰে যাৰ যেতিয়া মন গৈছে মঞ্চত উঠি নাচি-বাগি, ছেলফি লৈ অনুষ্ঠানত অসুবিধা সৃষ্টি কৰিছিল। আমি বাৰে বাৰে অনুৰোধ কৰিলেও কোনোৱে কথাৰ গুৰুত্ব নিদিলে। বাদ্যযন্ত্ৰীৰো বহুবাৰ অসুবিধা হোৱাৰ বাবে বাদ্যযন্ত্ৰৰ সংযোগৰ তাৰ ছিঙি বন্ধ হৈ গৈছিল, কিন্তু তথাপিও কোনোৱে অনুৰোধ মানিবলৈ আগ্ৰহ নেদেখুৱালে। কৰ্মকৰ্তাসকলে বাৰে বাৰে কোৱাৰ পিছতো তেওঁলোকে গুৰুত্ব নিদিলে।
তাৰ পিছত কিছুমান মানুহে মঞ্চৰ আগ-পিছ দুয়োফালৰ পৰা জপিয়াই আহি ভিডিঅ’ কৰিছিল বা ফটো লৈছিল, আৰু ফটো লোৱাৰ নামত গাত হাত দি অপমান কৰিছিল। কিছুমান মদ্যপান কৰা ব্যক্তিয়ে ফটো তুলিবলৈ আহি বেয়াকৈ হাত দি মোক অপমান কৰে। তাৰ পিছত এখন কাজিয়াৰ সৃষ্টি হয়, যেতিয়া আমি মানুহ আঁতৰাবলৈ বাধ্য হৈছিলোঁ।
তাৰ পিছতো গীত পৰিৱেশন কৰাৰ সময়ত আকৌ কিছুমান মানুহে কথা নামানি মঞ্চত উঠি অসুবিধা সৃষ্টি কৰে। এইবাৰ জুবিনদা বিহীন মঞ্চত তেওঁৰ শ্ৰদ্ধাঞ্জলি জনাই আমি সকলোৱে তেওঁৰ গীতেৰে তেওঁক স্মৰণ কৰিছোঁ। সকলে মঞ্চসমূহত তেওঁৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ বিশেষ এখন ঠাই ৰখা হৈছে। কিন্তু সেই ঠাইৰ কাষত তেনেদৰে আচৰণ কৰা দেখি খুব দুখ লাগে। মন ডাঠ কৰি কৰ্ম কৰিবলৈ যাওঁ, ভয় লাগে, দুখ লাগে। তাৰ পিছত যেতিয়া এনে হয়, খুব দুখ লাগে। তেতিয়া ভাবো—কিয় গাই আছোঁ? এজনী নাৰী, ছোৱালী হৈ যেতিয়া গীত গাবলৈ যাওঁ, তেতিয়া মোৰ নিৰাপত্তা ক’ত? আৰু এখন মঞ্চ এখন ঘৰোৰ চোতালৰ দৰে হ’ব নোৱাৰে। যি কোনো কলা-কৌশলীয়েই নহওঁক কিয়, তেওঁলোকে পৰিবেশন কৰিবলৈ এনেদৰে পৰিৱেশ এটা হওঁক, য’ত সেইখিনি সময়ত মঞ্চখনৰ কিছু মৰ্যাদা থাকে।ঘৰোৰ চোতালত পতা বিহুৰ দৰে যদি যাৰ যেতিয়া মন, যি অৱস্থাতে যেনেকে মন মঞ্চলৈ আহি এনেধৰণৰ অপমান আৰু ব্যৱহাৰ কৰিব পাৰে, তেন্তে মঞ্চ এখনৰ প্ৰয়োজন ক’ত?এজনী মহিলা কণ্ঠশিল্পী হিচাপে যেতিয়া ৰাতি ৰাতি এনেকুৱা পৰিৱেশত গীত পৰিবেশন কৰিবলৈ যাওঁ আৰু তাত যেতিয়া কোনোবাই বেয়াকৈ গাত হাত দিয়ে, কঁকালত ধৰে, পিঠিত চিকুতে ফতো তুলিবলৈ অহাৰ নামত ..আৰু তাৰ পিছতো যেতিয়া গীত গাব লাগে, আৰু যেতিয়া এইবোৰ সহ্য কৰি আকৌ একেই হয়, তেতিয়া এটা ধৈৰ্যৰ সীমা ভাঙি যায়। অসমত এনেকুৱা কেৱল মোৰ লগত নহয়, বহুতো শিল্পীৰ লগত বহু ঠাইত হৈ আছে।
এইয়া অতি দুখৰ কথা। আৰু বেছি দুখ লাগে যেতিয়া কিছুমান মানুহে গোটেই কথা নাজানি আনৰ চকুত বেয়া কৰিবলৈ আধা-আধৰুৱা কথা বিয়পাই আৰু তলুঙা মন্তব্য দিয়ে। তেখেতসকললৈ মোৰ এটা প্ৰশ্ন—
আপোনালোকৰ নিজৰ ছোৱালী, বাইদেউ, বা আন কোনো আপোনজনৰ লগত যদি এনেধৰণৰ ব্যৱহাৰ হয় আৰু যদি তেওঁ নিজৰ কাৰণে মাত মাতে, তেতিয়া তেওঁলোক আপোনালোকৰ চকুত কি হ’ব?
( যিখিনি ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, সেয়া কেৱল এটা অংশহে, আনুষ্ঠানৰ ডেৰ ঘণ্টা সময়ৰ অশান্তিবোৰৰ পিছৰ আৰু শেষ পৰ্যায়ত ঘটা কিছু কিছু অংশ দেখুৱা হৈছে।)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?
বিনোদন

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

September 21, 2026
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?
অসম

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

September 21, 2026
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ
অসম

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

September 21, 2026
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!
জীৱনশৈলী

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

September 21, 2026
Next Post
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.