• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

5 months ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

39 minutes ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

1 hour ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

2 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

3 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

4 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

4 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

5 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

5 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

7 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

8 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

8 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

editor by editor
May 5, 2026
in অপৰাধ, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?
0
SHARES
900
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোৱা হয় যে ইতিহাস সদায় চিয়াঁহীৰে লিখা নহয়, কেতিয়াবা চকুলোৰেও লিখা হয় ইতিহাস৷ এইবাৰ বংগৰ ৰাজনৈতিক ইতিহাসত লিপিবদ্ধ হৈছে তেনে এক ইতিহাস৷ এয়া কেৱল ক্ষমতাৰ পৰিবৰ্তনেই নহয়, এক ব্যৱস্থাক দমন কৰিবলৈ অপ্ৰাণ চেষ্টা কৰা এক অপশক্তিৰ বিদায়৷ কোৱা হয় যেতিয়া ক্ষমতাৰ অহংকাৰে শিখৰত উপনীয় হয় তেতিয়াই নিয়তিয়ে নিজেই ন্যায় প্ৰদান কৰে৷ পশ্চিম বংগৰ নিৰ্বাচনী ফলাফলে সেয়াই এইবাৰ নিশ্চিত কৰিলে৷ বাস্তৱত এই নিৰ্বাচন কেৱল কোনো দল বা মতাদৰ্শৰ জয় নহয়, এই জয় বংগৰ নিৰ্যাতিতা কন্যাৰ জয়, এই জয় বংগৰ ধৰ্ষিতাৰ হয়, এই জয় বংগত এটকা দুটকাৰ বাবে হামৰাও কঢ়া একোগৰাকী মাতৃৰ জয়৷

বংগৰ নিৰ্বাচনত ৰত্ন দেৱনাথ, ৰেখা পাত্ৰ আৰু কলিতা মাঞ্জীক লৈ কিয় ইমান চৰ্চা?

এই নিৰ্বাচনত জয়লাভ কৰি দেশৰ ভিতৰত চৰ্চিত নাম হৈ পৰিছে ৰত্না দেৱনাথ, ৰেখা পাত্ৰ আৰু কলিতা মাঞ্জী৷ বিশিষ্ট ৰাজনৈতিক নেতাসকলেও এই চৰ্চা লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ ৰাজনৈতিক বিশ্লেষকসকলে কৈছে এইকেইগৰাকী মহিলাই নিজৰ সন্মান আৰু আপোনজনৰ কেঁচা তেজৰ প্ৰতিশোধ ভালকৈয়ে ল’লে৷ এই নিৰ্বাচনৰ ফলাফলে দেশলৈ এটা বাৰ্তা প্ৰেৰণ কৰিলে যে ভাৰতীয় গণতন্ত্ৰৰ শিঁপা এতিয়াও গভীৰ৷ ইয়াত কোনো ৰজাই সৰ্বোচ্চ ৰাজত্ব নকৰে৷ কিন্তু জনতাৰ আদালতেই প্ৰধান কথা৷ অসহ্য যন্ত্ৰণা সহ্য কৰিও তিনিগৰাকী সাহসী মহিলাই এইবাৰ মমতা বেনাৰ্জীক উচিত জৱাব দিছে৷ তিনিগৰাকী সাহসী মহিলাই বিধায়ক হৈ সদনত ন্যায়ৰ বাবে যুঁজ দিবলৈ সাজু হৈছে৷ কেনেকৈ কি ঘটিছে এই তিনি মহিলাৰ জীৱনত?

ৰত্না দেৱনাথ

আৰ জি কৰ হাস্পতাল কাণ্ডৰ মাতৃ ৰত্না দেৱনাথ এই নিৰ্বাচনৰ আটাইতকৈ চৰ্চিত প্ৰাৰ্থী আছিল৷ পানীহাটী আসনৰ পৰা টিএমচিৰ শক্তিশালী প্ৰাৰ্থীগৰাকীক ২৮ হাজাৰৰো অধিক ভোটত পৰাস্ত কৰে৷ সংবাদমাধ্যমৰ খবৰ অনুসৰি আৰ জি কৰ কাণ্ডত টিএমচিৰ মন্ত্ৰী আৰু আৰক্ষী বিষয়াই দোষীক সুৰক্ষা দিবলৈ চেষ্টা চলাইছিল৷ তেতিয়াই ৰত্না ৰাজপথলৈ ওলাই অহাৰ সিদ্ধান্ত লয়৷ এগৰাকী কন্যাৰ ন্যায়ক দমন কৰিবলৈ চেষ্টা কৰা ব্যৱস্থাটোৰ প্ৰতি তেওঁৰ এই জয় এক মোক্ষম আঘাত৷ জনসাধাৰণে উচিত জৱাব দি বিদায় দিলে মমতা বেনাৰ্জীক৷

ৰেখা পাত্ৰ
সন্দেশখালীৰ ৰাজপথত তেওঁ এদিন চিৎকাৰ কৰিছিল৷ এই চিৎকাৰক সেইদিনা মমতাই শুনা নাছিল৷ এগৰাকী নাৰী হৈয়ো নাৰীৰ বেদনাক অনুভৱ কৰিব খোজা নাছিল৷ মমতাৰ দলৰ এদল সদস্যৰ কামনাৰ বলি হৈছিল ৰেখা পাত্ৰ৷ ন্যায় বিচাৰি ৰেখা ওলাই আহিছিল কিন্তু মমতাই সেইদিনা আওকান কৰিছিল এই বিষয়ক৷ সেই জৱাব এইবাৰ নিৰ্বাচনত লাভ কৰিলে মমতা বেনাৰ্জীয়ে৷ নিৰ্যাতনৰ বলি হোৱা ৰেখা পাত্ৰ এইবাৰ প্ৰত্যক্ষ ৰাজনীতিত৷ টিএমচিৰ প্ৰাৰ্থীক ৫হাজাৰতৈকো অধিক ভোটত হৰুৱাই বিজেপিৰ বিধায়ক হ’ল ৰেখা পাত্ৰ৷ এই বিজয়ে কেৱল এখন আসন নহয়, বছৰ বছৰ ধৰি অত্যাচাৰৰ সন্মুখীন হোৱা হাজাৰ হাজাৰ মহিলাৰ কণ্ঠক ই প্ৰতিনিধিত্ব কৰিছে৷

কলিতা মাঞ্জী

গণতন্ত্ৰৰ আটাইতকৈ সুন্দৰ নিদৰ্শন এইগৰাকী মহিলা৷ পুৱাই চাৰিঘৰত বাহীবন কৰি পেটৰ ভাটমুঠি যোগাৰ কৰে কলিতা মাঞ্জীয়ে৷ সেই কলিতা মাঞ্জীও এইবাৰ প্ৰত্যক্ষ ৰাজনীতিত৷ বিজেপি দলৰ সৈতে টিএমছিৰ নেতাক ১২ হাজাৰ ভোটত পৰাস্ত কৰি বিধায়ক হ’ল কলিতা মাঞ্জী৷ বিজেপি দলৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ পাছতেই টিএমচি দলৰ একাংশ নেতা পালিনেতাৰ ভাবুকিৰ সন্মুখীন হৈ আহিছিল কলিতা মাঞ্জী৷ দুখীয়া হোৱাৰ বাবেই তেওঁক বিভিন্নধৰণে অপদস্তও কৰা হৈছিল এই যুঁজত৷ দাসীয়ে বিধায়ক হ’বলৈ যোৱা বুলি হাঁহিছিল টিএমচিৰ বহু নেতাই৷ কিন্তু দাসীৰ পৰাও ৰাজপাটত উঠিব পাৰি সেই প্ৰমাণ দাঙি ধৰিলে কলিতা মাঞ্জীয়ে৷ 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস
জীৱনশৈলী

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

October 16, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

October 16, 2026
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…
জীৱনশৈলী

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

October 16, 2026
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ
জীৱনশৈলী

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

October 16, 2026
Next Post
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.