• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

2 months ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

60 minutes ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

4 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

5 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

5 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

6 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

6 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

7 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

19 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

19 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

20 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

21 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

editor by editor
May 6, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সূৰ্যক কোৱা হয় সৌৰজগতৰ ৰজা৷ সেয়ে জ্যোতিষশাস্ত্ৰত সূৰ্যৰ এক ৰাশিৰ পৰা অন্য ৰাশিত গোচৰ অত্যন্ত গুৰুত্বপূৰ্ণ৷ সূৰ্যই যেতিয়া নিজৰ ৰাশি পৰিবৰ্তন কৰে তাৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত পৰে৷ বৰ্তমান সূৰ্য মেষ ৰাশিত আছে৷ আগন্তুক ১৫ মেত বৃষ ৰাশিত প্ৰৱেশ কৰিব৷ পৰবৰ্তী এমাহ বৃষ ৰাশিতেই অৱস্থান কৰিব সূৰ্যই৷ এই সময়ত কোনো কোনো ৰাশিত জাতকৰ বাবে অত্যন্ত শুভ হ’ব৷ কেৰিয়াৰত উন্নতি হ’ব৷ ইয়াৰ সৈতে সামাজিক প্ৰভাৱ প্ৰতিপত্তিও বাঢ়িব৷ জানি থওক সূৰ্যৰ গোচৰত সাফল্য পাব কোনে কোনে?

মেষ ৰাশি

মেষ ৰাশিৰ দ্বিতীয় ঘৰত গোচৰ কৰিব সূৰ্যই৷ ইয়াৰ ফলত নানান দিশৰ পৰা শুভ ফল পাব মেষৰ জাতকে৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু প্ৰভাৱ বিস্তাৰ বেছি হ’ব৷ ব্যক্তিৰ আকৰ্ষণীয় হৈ উঠিব৷ প্ৰেম জীৱনত মাধুৰ্য বাঢ়িব৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ একাদশ ঘৰত গোচৰ কৰিব সূৰ্যই৷ এই সময়ত আপোনাৰ উপাৰ্জন উল্লেখযোগ্যভাৱে বাঢ়িব৷ মনৰ দীৰ্ঘদিনৰ কোনো ইচ্ছা পূৰণ হব পাৰে৷ বহু দিন ৰৈ থকা কাম সম্পূৰ্ণ হব৷ চৰকাৰী কামত সাফল্য পাব৷ অফিচত বছে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ ব্যৱসায়ীসকলৰ বাবেও ভাল সময়৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ সিংহ ৰাশিৰ দশম ঘৰত গোচৰ কৰিব সূৰ্যই৷ সূৰ্যৰ প্ৰভাৱত আপোনাৰ কেৰিয়াৰত উল্লেখযোগ্য উন্নতি আহিব৷ সামাজিক প্ৰতিপত্তি বাঢ়িব৷ ফিল্ড ৱাৰ্কত গ’লে সাফল্য পাব৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়িব৷ কামৰ প্ৰতি আগ্ৰহ বাঢ়িব সিংহ ৰাশিৰ জাতকৰ৷ নিজৰ কামৰ প্ৰতি নিষ্ঠা দেখুৱাই সকলোকে ইমপ্ৰেছ কৰিব পাৰিব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ সপ্তম ঘৰত গোচৰ কৰিব সূৰ্যই৷ এই সময়ত ব্যৱসায়ত বৃহৎ সাফল্য লাভৰ সম্ভাৱনা আছে বৃশ্চিক ৰাশিৰ জাতকৰ সন্মুখত৷ প্ৰেমৰ সম্পৰ্কত কিছু টেনছন বাঢ়িব৷ জীৱনসংগীয়ে নিজৰ মতামতত অলৰ অচল হৈ থকাৰ বাবে সমস্যাত পৰিব পাৰে৷ সামাজিক মিলামিছা বাঢ়িব বৃশ্চিকৰ জাতকৰ৷

ধনু ৰাশি

ধনু ৰাশিৰ নৱম ঘৰত গোচৰ কৰিব সূৰ্যই৷ এই সময়ত আপুনি সকলো কামতে ভাগ্যক নিজৰ কাষত পাব৷ আৰ্থিক লাভ হব৷ ইয়াৰ ফলত ঋণৰ পৰা মুক্তি পাব৷ চৰকাৰী কোনো প্ৰকল্পৰ পৰা আৰ্থিকভাৱে লাভৱান হব পাৰে৷ পৰিশ্ৰম কৰিলে সাফল্য পাব৷ চাকৰিত উন্নতি হব৷ শত্ৰুক পৰাজিত কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য
জীৱনশৈলী

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

July 14, 2026
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!
ভাৰত

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

July 14, 2026
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?
জীৱনশৈলী

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

July 14, 2026
Next Post
TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.