• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

5 months ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

41 minutes ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

1 hour ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

2 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

4 hours ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

5 hours ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

7 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

7 hours ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

8 hours ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

8 hours ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

9 hours ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

editor by editor
May 6, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?
0
SHARES
156
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তামিলনাডুৰ ৰাজনীতিত অভিনেতাৰ পৰা ৰাজনীতিকলৈ থালাপতি বিজয়ৰ উত্থানক লৈ দেশজুৰি চৰ্চা চলিছে৷ তাৰমাজত নতুনকৈ বিতৰ্ক আৰু কৌতূহলৰ জন্ম দিছে তেওঁৰ ২০২৪ চনত মুক্তিপ্ৰাপ্ত ছবি ‘GOAT’ ৰ এক দৃশ্যই৷ সেই দৃশ্যত দেখা গৈছে বিজয়ে ব্যৱহাৰ কৰা এখন বাহনৰ নম্বৰপ্লেটত লিখা আছে TN 07 CM 2026’৷ আৰু এই নম্বৰপ্লেটক লৈ ছচিয়েল মিডিয়াত তুমুল জল্পনা চলিছ৷ বহুতে কৈছে বিজয়ে আগতেই নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ ইংগিত দিছিল নেকি?

সম্প্ৰতি তামিলনাডুত বিজয়ৰ দল টিভিকেৰ নিৰ্বাচনী অভিষেক ঘটিছে৷ ৰাজনৈতিক ময়দানত তেওঁৰ প্ৰৱেশ আৰু ভোটত উল্লেখযোগ্য পাৰফৰমেন্সে বহুতকে চমক দিছে৷ এই প্ৰেক্ষাপটত ‘GOAT’ ছবিৰ সেই ক্লিপ আকৌ ভাইৰেল হোৱাত নতুনকৈ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ উঠিছে তেওঁ৷

ভাইৰেল হোৱা ভিডিঅ’ ক্লিপত দেখা গৈছে এক একছন দৃশ্যত বিজয়ৰ বাহনৰ নম্বৰপ্লেটত স্পষ্টভাৱে লিখা আছে  ‘TN 07 CM 2026’৷ বহুতেই ধাৰণা কৰিছে, ইয়াত থকা ‘CM’ শব্দটো ‘Chief Minister’-ৰ ইংগিত বহন কৰিছে আৰু ২০২৬ চনক লক্ষ্য কৰিয়েই এই প্ৰতীকী বাৰ্তা ৰখা হৈছিল৷ ফলত প্ৰশ্ন উঠিছে এই সংযোগ কাকতালীয় নে পৰিকল্পিত ৰাজনৈতিক বাৰ্তা৷

চিনেমা বিশেষজ্ঞৰ একাংশই কৈছে এই ধৰণৰ নম্বৰপ্লেট বহু সময়ত নিৰ্মাতাসকলৰ সৃজনশীলতাৰ খাতিৰত ব্যৱহাৰ কৰা হয়৷ গল্পৰ প্ৰয়োজনত বা দৰ্শকৰ মনোযোগ আকৰ্ষণৰ বাবে এনে প্ৰতীকী বা ব্যতিক্ৰমী নম্বৰপ্লেট ব্যৱহাৰ নতুন ঘটনা নহয়৷ তেওঁলোকৰ মতে এই এই সংযোগ চিনেমাৰহে দাবী, ইয়াৰ সৈতে বাস্তৱ ৰাজনীতিৰ সংযোগ নাই৷

ৰাজনৈতিক বিশ্লেষকসকলে অৱশ্যে এই বিষয়টো সম্পূৰ্ণৰূপে উৰুৱাই দিয়া নাই৷ তেওঁলোকৰ মতে দক্ষিণ ভাৰতৰ ৰাজনীতিত চিনেমা আৰু ৰাজনীতিৰ সম্পৰ্ক দীৰ্ঘদিনীয়া৷ অতীতত বহু অভিনেতাই চিনেমাৰ জনপ্ৰিয়তাক পুঁজি হিচাপে লৈ ৰাজনৈতিক সাফল্য অৰ্জন কৰিছে৷ সেই ধাৰাবাহিকতাত বিজয়ৰ এই উত্থান আৰু তাৰ সৈতে চিনেমাৰ প্ৰতীকী উপাদানৰ মিল বিচাৰি পোৱাটো অস্বাভাৱিকো নহয়৷

‘TN 07 CM 2026’ নম্বৰপ্লেট এতিয়া চিনেমাৰ দৃশ্যই নহয় ই বাস্তৱ হোৱাৰ দিশে৷ বিজয় মুখ্যমন্ত্ৰীৰ আসনত বহিবনে সেয়া সময়ে ক’ব কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ পথ যে তেনেই চমু সেয়া প্ৰায় স্পষ্ট৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা
বিনোদন

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

September 19, 2026
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!
জীৱনশৈলী

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

September 19, 2026
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ
অসম

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

September 19, 2026
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ
অসম

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

September 19, 2026
Next Post
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.