• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

52 minutes ago
শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

26 minutes ago
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

1 hour ago
TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

2 hours ago
১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

2 hours ago
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

18 hours ago
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

18 hours ago
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

19 hours ago
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

19 hours ago
হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

20 hours ago
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

21 hours ago
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

21 hours ago
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

editor by editor
May 6, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?
0
SHARES
677
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত মে মাহ আৰু আগন্তুক জুন মাহত তৈয়াৰ হ’ব একেলগে তিনিটা বিশেষ যোগ৷ জ্যোতিষশাস্ত্ৰমতে আগন্তুক ৬০ দিনৰ বাবে সূৰ্য, মঙ্গল আৰু বুধে মেষ ৰাশিৰ পৰা বৃষ ৰাশিত গোচৰ কৰিব৷ ইয়াৰ ফলত বুধাদিত্য যোগ, মঙ্গলাদিত্য ৰাজযোগ আৰু ত্ৰিগ্ৰহ যোগ তৈয়াৰ হ’ব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি যেতিয়া একাধিক প্ৰভাৱশালী গ্ৰহই অৱস্থান পৰিবৰ্তন কৰে বা এটাই আনটোৰ সৈতে যুক্ত হয় তেতিয়াই বিশেষ কিছু ৰাশিৰ বাবে উন্নতিৰ দুৱাৰ খুলি যায়৷

২৯ জুন পৰ্যন্ত বিশেষ কেইবাটাও ৰাশিয়ে কৰ্মক্ষেত্ৰত ৰকেটগতিত উত্থান লাভৰ সুযোগ আহিব৷ সাফল্যই হাতৰ মুঠিত ধৰা দিব৷ পদোন্নতি আৰু অৰ্থভাগ্য উন্নতিৰ প্ৰৱল সম্ভাৱনা আছে পাঁচ ৰাশিৰ জাতক জাতিকাৰ৷ এই সমস্ত গ্ৰহ পৰিবৰ্তনে ৫ৰাশিৰ ভাগ্যত ইতিবাচক প্ৰভাৱ পেলাব পাৰে৷ ৬০ দিনৰ বাবে অৰ্থ, যশ আৰু খ্যাতিৰ চূড়াত উঠিব কেইবাটাও ৰাশি৷

মেষ ৰাশি

মঙ্গলাদিত্য ৰাজযোগে মেষ ৰাশিৰ ক্ষেত্ৰত সাহসিকতা আৰু উদ্যম কঢ়িয়াই আনিব৷ যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হব পাৰে৷ শাৰীৰিক অৱস্থাৰ উন্নতি ঘটিব আৰু দীৰ্ঘদিনৰ কোনো ৰোগৰ পৰা মুক্তি পাব পাৰে বুলি ধাৰণা কৰিছে জ্যোতিষীয়ে৷ অবিবাহিতসকলৰ বিবাহযোগ তৈয়াৰৰ সম্ভাৱনা আছে৷ পৰিয়ালত সুখ শান্তি বৰ্তি থাকিব আৰু কোনো শুভ কাম সম্পন্ন হব পাৰে৷

মিথুন ৰাশি

বুধাদিত্য যোগৰ প্ৰভাৱত মিথুন ৰাশিৰ জাতকৰ আত্মবিশ্বাস বহুগুণে বাঢ়ি যাব৷ কৰ্মজীৱনত সাফল্য আহিব৷ পেছাগত ক্ষেত্ৰত নতুন নতুন সুযোগ তৈয়াৰ হব পাৰে৷ কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হব আৰু পদোন্নতিৰো যোগ আছে৷ সমাজত সন্মান বাঢ়িব৷ বহুদিনৰ ৰৈ থকা ধন উভতাই পোৱাৰ সম্ভাৱনা আছে৷

সিংহ ৰাশি

মঙ্গলাদিত্য ৰাজযোগ সিংহ ৰাশিৰ বাবে অত্যন্ত শুভ৷ কাৰণ এই ৰাশিৰ অধিপতি সূৰ্য৷ সূৰ্যৰ প্ৰভাৱ যেতিয়া প্ৰৱল হয় তেতিয়া জাতকৰ সমাজত মান সন্মান আৰু প্ৰশাসনিক ক্ষমতা বৃদ্ধি পায়৷ কৰ্মক্ষেত্ৰত নেতৃত্বৰ সুযোগ আহে৷ ভয় কাটি যায় আৰু কঠিন সিদ্ধান্ত লোৱাৰ ক্ষমতা বাঢ়ে জাতকৰ৷

তুলা ৰাশি

বুধাদিত্য ৰাজযোগে তুলা ৰাশিৰ জাতকৰ বাবে কৰ্মক্ষেত্ৰ আৰু আৰ্থিক বিষয়ত ইতিবাচক পৰিবৰ্তন আনিব৷ কৰ্মক্ষেত্ৰত আপুনি কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ বৈষায়িক সুখ আৰু বিলাসিতাৰ মুখ দেখিব তুলা ৰাশিৰ ব্যক্তিয়ে৷ প্ৰেম আৰু দাম্পত্যজীৱনত মাধুৰ্য ঘূৰি আহিব৷ অংশীদাৰি ব্যৱসায়ত লাভৱান হ’ব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতক জাতিকাই ত্ৰিগ্ৰহী যোগৰ ফলত উল্লেখযোগ্য সলনি লক্ষ্য কৰিব জীৱনত৷ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে৷ কৰ্মক্ষেত্ৰত উন্নতিৰ ক্ষেত্ৰত অহা বাধা দূৰ হব পাৰে৷ ব্যৱসায়ত অৰ্থাগমৰ সুযোগ আহিব পাৰে৷ পাহৰি যোৱা বা পুৰণি কোনো বিনিয়োগৰ পৰা উল্লেখযোগ্য লাভ পোৱাৰ সম্ভাৱনা আছে৷ ব্যক্তিত্বত পৰিবৰ্তন অহাৰ সম্ভাৱনা৷ প্ৰেমত সাফল্য লাভৰ যোগ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে
জীৱনশৈলী

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

May 6, 2026
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?
জীৱনশৈলী

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

May 6, 2026
TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?
জীৱনশৈলী

TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

May 6, 2026
১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ
জীৱনশৈলী

১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

May 6, 2026
Next Post
শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.