• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ৰামায়ণ’ত অসমৰ শিল্পকলাৰ চমক!

‘ৰামায়ণ’ত অসমৰ শিল্পকলাৰ চমক!

3 minutes ago
ৰাশি অনুসৰি দেৱী লক্ষ্মীক কি ফুল আগবঢ়াব?

ৰাশি অনুসৰি দেৱী লক্ষ্মীক কি ফুল আগবঢ়াব?

54 minutes ago
চোৰাংচোৱাৰ ভয়ংকৰ তথ্য! পুনৰ মুম্বাইৰ ২৬/১১ৰ দৰে আক্ৰমণৰ পৰিকল্পনা?

চোৰাংচোৱাৰ ভয়ংকৰ তথ্য! পুনৰ মুম্বাইৰ ২৬/১১ৰ দৰে আক্ৰমণৰ পৰিকল্পনা?

1 hour ago
ছলমান খানৰ টোপনি হৰণ কৰা হেৰী বক্সাৰক গ্ৰেপ্তাৰ

ছলমান খানৰ টোপনি হৰণ কৰা হেৰী বক্সাৰক গ্ৰেপ্তাৰ

2 hours ago
মহানগৰীত বস্তাৰ ভিতৰত উদ্ধাৰ মৃ*তদেহৰ টুকুৰা-টুকুৰ অংশ

মহানগৰীত বস্তাৰ ভিতৰত উদ্ধাৰ মৃ*তদেহৰ টুকুৰা-টুকুৰ অংশ

3 hours ago
পিতৃৰ কোলাতে প্ৰাণ হেৰুৱালে ২২ বছৰীয়া পুত্ৰই

পিতৃৰ কোলাতে প্ৰাণ হেৰুৱালে ২২ বছৰীয়া পুত্ৰই

3 hours ago
য’ত আৰম্ভ হৈছিল, তাতেই শেষ… অৱসৰৰ বাবে ছামিয়ে কিয় বাছি ল’লে ৬ নৱেম্বৰ?

য’ত আৰম্ভ হৈছিল, তাতেই শেষ… অৱসৰৰ বাবে ছামিয়ে কিয় বাছি ল’লে ৬ নৱেম্বৰ?

4 hours ago
ৰে’লযাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ!

ৰে’লযাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ!

4 hours ago
অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি, এজন-দুজন নহয়, ১৯১জন লোকক হত্যা!

অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি, এজন-দুজন নহয়, ১৯১জন লোকক হত্যা!

5 hours ago
কেনেকৈ নৱম শ্ৰেণীৰ এইজন ছাত্ৰই লাভ কৰিলে ২.৩ কোটিটকীয়া বাহন?

কেনেকৈ নৱম শ্ৰেণীৰ এইজন ছাত্ৰই লাভ কৰিলে ২.৩ কোটিটকীয়া বাহন?

5 hours ago
এই ৩ ৰাশিৰ আজি লাভেই লাভ!

এই ৩ ৰাশিৰ আজি লাভেই লাভ!

6 hours ago
হৃদয়স্পর্শী! কৃত্ৰিম চকু লাভ কৰি মুখত হাঁহি বিৰিঙিল কণমানিৰ!

হৃদয়স্পর্শী! কৃত্ৰিম চকু লাভ কৰি মুখত হাঁহি বিৰিঙিল কণমানিৰ!

14 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

৭ নৱেম্বৰত ভাগ্যই দেখুৱাব ৰং, ৫ ৰাশি হ’ব মালামাল!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘ৰামায়ণ’ত অসমৰ শিল্পকলাৰ চমক!

ৰণবীৰ কাপুৰে পিন্ধিলে খাগৰী-মৰাপাটেৰে নিৰ্মিত বিশেষ কৱচ

editor by editor
November 7, 2026
in চিনেমা, বিনোদন, লেখা
0
‘ৰামায়ণ’ত অসমৰ শিল্পকলাৰ চমক!
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ পৰম্পৰাগত হস্তশিল্প আৰু থলুৱা সামগ্ৰীৰ সৃষ্টিশীল ব্যৱহাৰে এইবাৰ বলীউডৰ বহুচৰ্চিত ছবি ‘ৰামায়ণ’ৰ সাজ-পোছাকৰ ডিজাইনত বিশেষ স্থান লাভ কৰিছে। অসমৰ পৰম্পৰাগত শিল্পকলাৰ সৌন্দৰ্যক চিনেমাৰ জগতত উপস্থাপন কৰি এক নতুন দিগন্তৰ সূচনা কৰিছে সাজ-পোছাক ডিজাইনাৰ অজয় কুমাৰে। ছবিখনৰ বাবে নিৰ্মাণ কৰা এক বিশেষ কৱচত ব্যৱহাৰ কৰা হৈছে অসমৰ থলুৱা খাগৰী(Sarpat cane), বেট আৰু মৰাপাটৰ দৰে সামগ্ৰী।

মৰাপাট-খাগৰীৰে প্ৰস্তুত শিল্পকৰ্ম

এই সৃষ্টিশীল কামে অসমৰ পৰম্পৰাগত হস্তশিল্পৰ সম্ভাৱনাক ৰাষ্ট্ৰীয় পৰ্যায়ত উজলাই তোলাৰ লগতে থলুৱা সামগ্ৰীৰে আধুনিক আৰু আকৰ্ষণীয় শিল্পকৰ্ম সৃষ্টি কৰিব পৰা যায় বুলি পুনৰ প্ৰমাণ কৰিছে। ‘ৰামায়ণ’ ছবিৰ সাজ-পোছাক ডিজাইনাৰ অজয় কুমাৰে এই বিশেষ কৱচ নিৰ্মাণৰ উদ্দেশ্যে অসমলৈ আহিছিল। তেওঁ নিজৰ দলৰ সৈতে মিলি অসমৰ থলুৱা সামগ্ৰী ব্যৱহাৰ কৰি এক জটিল আৰু সুন্দৰ ডিজাইনৰ কৱচ প্ৰস্তুত কৰে।

এই কৱচৰ মূল গঠন তৈয়াৰ কৰা হৈছে খাগৰী(Sarpat cane)ৰে। ইয়াৰ ওপৰত মৰাপাটৰ সূক্ষ্ম আৰু নিখুঁত অলংকাৰিক কাম কৰা হৈছে। পৰম্পৰাগত সামগ্ৰীৰে নিৰ্মিত এই কৱচত এক বিশেষ শিল্পসৌন্দৰ্য প্ৰকাশ পাইছে। অসমৰ প্ৰাকৃতিক সম্পদ আৰু পৰম্পৰাগত হস্তশিল্পক চিনেমাৰ সাজ-পোছাকৰ সৈতে সংযোগ কৰাৰ এই প্ৰয়াসে ৰাজ্যখনৰ শিল্পকলাক এক নতুন পৰিচয় প্ৰদান কৰিছে।

কৱচ নিৰ্মাণৰ কাম আছিল অত্যন্ত প্ৰত্যাহ্বানমূলক

সাজ-পোছাক ডিজাইনাৰ অজয় কুমাৰে এই বিশেষ কৱচ নিৰ্মাণৰ প্ৰক্ৰিয়াটো অত্যন্ত কঠিন আৰু প্ৰত্যাহ্বানমূলক আছিল বুলি উল্লেখ কৰিছে। তেওঁৰ মতে, এনে এক জটিল ডিজাইনৰ কৱচ প্ৰস্তুত কৰিবলৈ যথেষ্ট সময়, নিখুঁট কৰ্ম, ধৈৰ্য আৰু একাগ্ৰতাৰ প্ৰয়োজন হৈছিল। কৱচটোৰ প্ৰতিটো অংশৰ ডিজাইন আৰু নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছিল। খাগৰিৰ মূল গঠন আৰু তাৰ ওপৰত মৰাপাটৰ সূক্ষ্ম অলংকাৰিক কামৰ সমন্বয় সাধন কৰাটো আছিল এক বিশেষ প্ৰত্যাহ্বান। প্ৰথম পৰিকল্পনাৰ পৰা আৰম্ভ কৰি কৱচটোৰ চূড়ান্ত ৰূপ দিয়ালৈকে অজয় কুমাৰ নিজেই এই কামৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ আছিল। তেওঁ প্ৰতিটো পৰ্যায়তে নিজৰ দলৰ সৈতে কাম কৰি কৱচটোক আকাংক্ষিত ৰূপ দিয়াৰ চেষ্টা কৰিছিল।

এই বিশেষ সৃষ্টিৰ সফলতাৰ আঁৰত নিজৰ দলৰ অৱদানৰ কথা স্বীকাৰ কৰিছে ডিজাইনাৰ অজয় কুমাৰে। তেওঁ দলটোক নিজৰ শক্তি আৰু মেৰুদণ্ড বুলি অভিহিত কৰিছে।

অজয় কুমাৰৰ মতে, এনে জটিল আৰু সূক্ষ্ম কাম সম্পূৰ্ণ কৰিবলৈ কেৱল এজন ব্যক্তিৰ দক্ষতাই যথেষ্ট নহয়। ইয়াৰ বাবে সমগ্ৰ দলটোৰ সহযোগিতা, নিষ্ঠা আৰু একাগ্ৰতাৰ প্ৰয়োজন হয়। কৱচ নিৰ্মাণৰ সমগ্ৰ যাত্ৰাত তেওঁৰ দলটোৱে যি ধৰণে সহযোগিতা আগবঢ়াইছিল, তাৰ বাবে তেওঁ সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰে।

অসমৰ থলুৱা সামগ্ৰীৰ সৃষ্টিশীল সম্ভাৱনা

অসমৰ খাগৰী আৰু মৰাপাটৰ দৰে সামগ্ৰী বহুদিনৰ পৰাই ৰাজ্যখনৰ পৰম্পৰাগত হস্তশিল্পৰ সৈতে জড়িত। এই সামগ্ৰীবোৰ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ দৈনন্দিন সামগ্ৰী, অলংকাৰিক বস্তু আৰু শিল্পকৰ্ম প্ৰস্তুত কৰা হয়। কিন্তু এইবাৰ এই থলুৱা সামগ্ৰীবোৰে চিনেমাৰ সাজ-পোছাক ডিজাইনৰ ক্ষেত্ৰতো নিজৰ সৃষ্টিশীল সম্ভাৱনা প্ৰকাশ কৰিছে। ‘ৰামায়ণ’ ছবিৰ বাবে নিৰ্মিত এই বিশেষ কৱচে দেখুৱাইছে যে অসমৰ পৰম্পৰাগত শিল্পকলাক আধুনিক ডিজাইনৰ সৈতে সংযুক্ত কৰি আন্তঃৰাষ্ট্ৰীয় মানৰ শিল্পকৰ্ম সৃষ্টি কৰিব পাৰি।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাশি অনুসৰি দেৱী লক্ষ্মীক কি ফুল আগবঢ়াব?
জীৱনশৈলী

ৰাশি অনুসৰি দেৱী লক্ষ্মীক কি ফুল আগবঢ়াব?

November 7, 2026
চোৰাংচোৱাৰ ভয়ংকৰ তথ্য! পুনৰ মুম্বাইৰ ২৬/১১ৰ দৰে আক্ৰমণৰ পৰিকল্পনা?
ভাৰত

চোৰাংচোৱাৰ ভয়ংকৰ তথ্য! পুনৰ মুম্বাইৰ ২৬/১১ৰ দৰে আক্ৰমণৰ পৰিকল্পনা?

November 7, 2026
ছলমান খানৰ টোপনি হৰণ কৰা হেৰী বক্সাৰক গ্ৰেপ্তাৰ
অপৰাধ

ছলমান খানৰ টোপনি হৰণ কৰা হেৰী বক্সাৰক গ্ৰেপ্তাৰ

November 7, 2026
মহানগৰীত বস্তাৰ ভিতৰত উদ্ধাৰ মৃ*তদেহৰ টুকুৰা-টুকুৰ অংশ
অপৰাধ

মহানগৰীত বস্তাৰ ভিতৰত উদ্ধাৰ মৃ*তদেহৰ টুকুৰা-টুকুৰ অংশ

November 7, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.