• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

3 minutes ago
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

1 hour ago
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

2 hours ago
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

3 hours ago
সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

3 hours ago
শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

3 hours ago
শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

4 hours ago
শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

5 hours ago
আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

5 hours ago
সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

6 hours ago
মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

6 hours ago
অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

15 hours ago
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

editor by editor
May 8, 2026
in জীৱনশৈলী, বিবিধ
0
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জৰায়ু মুখৰ কৰ্কট আৰু স্তন কৰ্কটৰ লগতে বাঢ়িছে মহিলাৰ ডিম্বাশয়ৰ কৰ্কটৰ আশংকা৷ অভেৰিয়ান বা ডিম্বাশয়ৰ কৰ্কট ধৰা পৰিলে সেই ব্যক্তিয়ে আগন্তুক পাঁচ বছৰ বাচি থকাৰ সম্ভাৱনা মাত্ৰ ৫০-৫৪ শতাংশ৷ প্ৰাথমিক পৰ্যায়ত ধৰা পৰিলে ৯০-৯৫শতাংশ ক্ষেত্ৰত ৰোগীৰ প্ৰাণ ৰক্ষা কৰিব পাৰি৷ কিন্তু ঘটনাক্ৰমে বহু মহিলাই ডিম্বাশয়ৰ কৰ্কটৰ লক্ষণসমূহ এৰাই চলে৷ ইয়াৰ প্ৰধান কাৰণ হৈছে সচেতনতাৰ অভাৱ৷ ৰোগ সম্পৰ্কে অজ্ঞতা আৰু সঠিক সময়ত স্বাস্থ্য পৰীক্ষা নকৰিলে ডিম্বাশয়ৰ কৰ্কটৰ আশংকা বাঢ়ে৷ সেয়ে সচেতনতা বঢ়াবলৈ প্ৰতি বছৰ ৮ মে’ত বিশ্ব অভেৰিয়ান কেন্সাৰ দিৱস পালিত হয়৷

কিমান বছৰ বয়সৰ পৰা সচেতন হোৱা জৰুৰী?

বয়স ৩০ পাৰ হলেই আলট্ৰাচাউণ্ড, আলট্ৰাছনগ্ৰাফি, লিপিড প্ৰফাইল, H1bcৰ দৰে কিছু সাধাৰণ টেষ্ট নিয়মিত কৰোৱাটো জৰুৰী৷ যিসমূহ মহিলাই মেনোপজৰ সময় পাইগৈ তেতিয়া তেওঁলোক আৰু বেছি সচেতন হোৱাটো দৰকাৰ৷ বয়স ৪০ৰ পৰা ৫০ পালেগৈ গাইনোকোলজিকেল সমস্যাসমূহ সম্পৰ্কে আৰু সচেতন হোৱা দৰকাৰ৷ মেনোপজৰ সময়ত বা মেনোপজৰ পাছত বেছিকৈ সচেতন থাকিলেই হ’ল৷ আৰু যদি পৰিয়ালত কৰ্কটৰ ইতিহাস থাকে তেতিয়া নিয়মিত চেকআপৰ দৰকাৰ৷

কি কি স্বাস্থ্য পৰীক্ষা কৰিব?

CA125 ৰক্ত পৰীক্ষা কৰিব পাৰে৷ এই ৰক্ত পৰীক্ষাৰ মাধ্যমেৰে ডিম্বাশয়ৰ কৰ্কটৰ কোষৰ উপস্থিতি ধৰা পৰে৷ CA125-ৰ মাত্ৰা বেছি হ’লে দ্ৰুত চিকিৎসকৰ সৈতে যোগাযোগ কৰক৷

বহু সময়ত CA125 টেষ্টটো কেন্সাৰৰ উপস্থিতি চিনাক্ত কৰিব পাৰি৷ বিশেষকৈ শৰীৰত কোনো উপসৰ্গ প্ৰকাশ নাপায়৷ এই অৱস্থাত ট্ৰেন্সভেজাইনেল আলট্ৰাচাউণ্ড স্কেন, পেলভিক এক্সাম আৰু চিটি স্কেন, আলট্ৰাচনোগ্ৰাফি, হিষ্টেৰোস্কপি আৰু বয়োপচিও কৰিব লগা হ’ব পাৰে৷

কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ঋতুস্ৰাৱৰ সময়ত তলপেট, ককাল, পেলভিছ অঞ্চলত বিষ হোৱাটো স্বাভাৱিক৷ কিন্তু ঋতুস্ৰাৱ শেষ হৈ যোৱাৰ পাছতো যদি বিষ হয় তেতিয়া স্কিনিং কৰক৷ বিশেষকৈ মেনোপজৰ সময়ত এই ধৰণৰ শাৰীৰিক অস্বস্তি পাতলকৈ লোৱাটো উচিত নহয়৷

পানী নোখোৱাকৈয়ো ঘনে ঘনে প্ৰস্ৰাৱ হোৱা, অলপ খালেই পেট ভৰি যোৱা, সকলো সময়তে ক্লান্ত লগা, ওজন কমি যোৱা, মূৰঘুৰোৱা, পৰ্যাপ্ত বিশ্ৰাম লৈয়ো দুৰ্বলতা দূৰ নোহোৱা, কিবা খালেই গেছ হোৱা, বমি বমি ভাৱ, পেটত অস্বস্তি ইত্যাদিও অভেৰিয়ান কেন্সাৰৰ লক্ষণ হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা
জীৱনশৈলী

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

May 8, 2026
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?
জীৱনশৈলী

বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

May 8, 2026
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক
জীৱনশৈলী

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

May 8, 2026
সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা
খাদ্য

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

May 8, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.