• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ

38 minutes ago
খাদ্যগ্ৰহণৰ পাছত লগে লগে শুই পৰে বা বহি থাকে? সাৱধান, এই অভ্যাসেই বঢ়াই ৫ৰোগৰ সম্ভাৱনা

9 minutes ago
একেবাৰতেই ৩টকাকৈ বাঢ়িল পেট্ৰল আৰু ডিজেলৰ দাম, অসমত কিমান টকাত পাব পেট্ৰল?

1 hour ago
আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

13 hours ago
প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

14 hours ago
সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

15 hours ago
দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

16 hours ago
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

17 hours ago
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

18 hours ago
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ

শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ

editor by editor
May 15, 2026
in জীৱনশৈলী, ভাৰত
0
শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ
0
SHARES
285
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰত্যেক গ্ৰহই নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ৰাশি পৰিবৰ্তন কৰে৷ ধীৰ গতিৰ গ্ৰহই অপেক্ষাকৃত বেছি সময় এটা এটা ৰাশিত স্থায়ী হয়৷ অন্যহাতে দ্ৰুত গতিৰ গ্ৰহই খৰধৰকৈ ৰাশি সলনি কৰে৷ বুধ দ্ৰুত গতিৰ গ্ৰহ৷ সেয়ে এটা ৰাশিত কমবেছি ৩০-৪০ দিন থাকে৷ বুধ বুদ্ধিৰ কাৰক গ্ৰহ৷ কোষ্ঠীত বুধ শুভ স্থানত থাকিলে মেধা ক্ষুৰধাৰ হয়৷ বাচনক্ষমতাতো ইয়াৰ শুভ প্ৰভাৱ পৰে৷ মে মাহৰ ১৫ তাৰিখে বৃষ ৰাশিত প্ৰৱেশ কৰিব বুধে৷ মে মাহৰ ২৮ তাৰিখ পৰ্যন্ত তাতেই থাকিব৷ তাৰপিছতেই পৰবৰ্তী ৰাশিলৈ যাব৷ বুধৰ এই ৰাশি পৰিবৰ্তন পাঁচ ৰাশিৰ বাবে সুখকৰ হ’ব৷ তালিকাত কোন কোন আছে?

বুধৰ ৰাশি পৰিবৰ্তনত লাভৱান হ’ব কোন কোন?

মেষ ৰাশি
বুধৰ ৰাশি পৰিবৰ্তনে মেষ ৰাশিৰ জাতকক ভাল ফল দিব৷ বিদেশযাত্ৰাৰ সুযোগ দেখা গৈছে৷ যিসকল মেষ ৰাশিৰ জাতক জাতিকাই বিদেশত গৈ পঢ়াশুনা কৰাৰ কথা ভাৱিছে তেওঁলোকে এই সময়ত সুখবৰ লাভ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ পঢ়াশুনা সংক্ৰান্তিয় বিষয়ত সুফল প্ৰাপ্তিৰ সম্ভাৱনা৷ এই সময়ত কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব খুজিলে কৰিব পাৰে৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতক জাতিকাই ব্যৱসায়ত লাভৰ মুখ দেখা পাব৷ বুধ গোচৰৰ ফলত আপুনি বিত্তীয় ক্ষেত্ৰত শক্তিশালী হৈ উঠিব৷ নানান দিশৰ পৰা অৰ্থলাভৰ সুযোগ পাব৷ এই সময়ত সঞ্চয়ৰ ক্ষেত্ৰত মন দিয়ক৷ বৃষৰ জাতক জাতিকাই ১৫ মেৰ পৰা বিনিয়োগো কৰিব পাৰে৷ ভাল মুনাফাৰ সম্ভাৱনাই দেখা দিছে৷

মিথুন ৰাশি

বুধে মিথুন ৰাশিৰ জাতক জাতিকাক প্ৰতিনিধিত্ব কৰে৷ বুধৰ বৃষত প্ৰৱেশে মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে সু সময় কঢ়িয়াই আনিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ এই সময়ত আপুনি শান্ত মগজুৰে যিকোনো সিদ্ধান্ত ল’ব পাৰে৷ ব্যক্তিগত জীৱনৰ পৰা পেছাগজ জীৱন উভয় ক্ষেত্ৰতেই ভাল ফল পাব৷ পাৰিবাৰিক দিশত যিসমূহ সমস্যাৰ সৃষ্টি হৈছিল সেইসমূহৰ পৰা মুক্তি পাব৷

কন্যা ৰাশি

বুধৰ বৃষ ৰাশিত প্ৰৱেশে সুসময় কঢ়িয়াই আনিব কন্যাৰ জাতক জাতিকাৰ বাবে৷ এই ৰাশিৰ ব্যক্তিয়ে এইবাৰ তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব বুলি ধাৰণা কৰা হৈছে৷ যিসকল কন্যাৰ জাতক জাতিকাই চাকৰি কৰি আছে তেওঁলোক বচৰ সুনজৰলৈ অহাৰ সম্ভাৱনা আছে৷ দৰমহাবৃদ্ধিও হব পাৰে৷ ব্যৱসায়ৰ ক্ষেত্ৰত লাভৰ মুখ দেখা পাব৷ পৰিয়ালত থকা কাজিয়া অশান্তি দূৰ হ’ব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতক জাতিকাই বিশেষ ভাল ফল পাব পাৰে৷ আপোনাৰ বাচনক্ষমতা উন্নত হ’ব৷ মানুহ চিনাত ভুল নহয়৷ সেই কাৰণে শত্ৰুৱে বিচাৰিও আপোনাৰ ক্ষতি কৰিব নোৱাৰে৷ চাকৰিক্ষেত্ৰত কোনো সুখবৰ লাভ কৰাৰ সম্ভাৱনাই দেখা দিছে যিয়ে আপোনাক আনন্দিত কৰিব৷ পেছাগত জীৱনত বহুপৰিমাণে আগুৱাই যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্যগ্ৰহণৰ পাছত লগে লগে শুই পৰে বা বহি থাকে? সাৱধান, এই অভ্যাসেই বঢ়াই ৫ৰোগৰ সম্ভাৱনা
খাদ্য

খাদ্যগ্ৰহণৰ পাছত লগে লগে শুই পৰে বা বহি থাকে? সাৱধান, এই অভ্যাসেই বঢ়াই ৫ৰোগৰ সম্ভাৱনা

May 15, 2026
একেবাৰতেই ৩টকাকৈ বাঢ়িল পেট্ৰল আৰু ডিজেলৰ দাম, অসমত কিমান টকাত পাব পেট্ৰল?
জীৱনশৈলী

একেবাৰতেই ৩টকাকৈ বাঢ়িল পেট্ৰল আৰু ডিজেলৰ দাম, অসমত কিমান টকাত পাব পেট্ৰল?

May 15, 2026
আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ
জীৱনশৈলী

আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

May 14, 2026
প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট
জীৱনশৈলী

প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

May 14, 2026
Next Post
খাদ্যগ্ৰহণৰ পাছত লগে লগে শুই পৰে বা বহি থাকে? সাৱধান, এই অভ্যাসেই বঢ়াই ৫ৰোগৰ সম্ভাৱনা

খাদ্যগ্ৰহণৰ পাছত লগে লগে শুই পৰে বা বহি থাকে? সাৱধান, এই অভ্যাসেই বঢ়াই ৫ৰোগৰ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন