• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডিঙিত মাছৰ কাঁইট লাগিছে নেকি? কেনেকৈ ঘৰুৱা উপায়েৰে বাহিৰ কৰিব কাঁইট?

42 minutes ago
পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

9 minutes ago
বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?

1 hour ago
আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা

উত্তৰ প্ৰদেশৰ এখন ট্ৰেইনত উদ্ধাৰ এটা গৰাকীবিহীন ট্ৰাংক, ট্ৰাংক খোলোতেই ওলাল মহিলাৰ দেহ, কেনেকৈ ট্ৰেইনত ঘটিল এই ঘটনা?

2 hours ago
৬০লিটাৰ স্তনদুগ্ধ দান কৰি চৰ্চাত প্ৰাক্তন বেডমিণ্টন তাৰকা, কিয় তেওঁৰ এই উদ্যোগক জীৱনদায়ী বুলি কৈছে চিকিৎসকে?

3 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ কৃপা, ভাগ্যৰ সহায় পাব এই ৫ৰাশিয়ে

সিজাই থাকোতেই কণী ফাটি যায়? কণী সিজোৱা পানীত মিহলাই দিয়ক মাত্ৰ এচামুছ এইবিধ সামগ্ৰী, নাফাটে কণী, বাকলি এৰুওৱাও সহজ হৈ পৰে

4 hours ago
অৱস্থান সলনি কৰিব দেৱগুৰু বৃহস্পতিয়ে! ২ জুনৰ পৰা ৪ ৰাশিৰ অৰ্থ লাভৰ যোগ

5 hours ago
এইসমূহ সকলো হৰমনৰ দোষ, মহিলাই দৈনিক কি খালে দূৰ হ’ব PMOS?

ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

6 hours ago
ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

7 hours ago
তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

ডিঙিত মাছৰ কাঁইট লাগিছে নেকি? কেনেকৈ ঘৰুৱা উপায়েৰে বাহিৰ কৰিব কাঁইট?

ডিঙিত মাছৰ কাঁইট লাগিছে নেকি? কেনেকৈ ঘৰুৱা উপায়েৰে বাহিৰ কৰিব কাঁইট?

editor by editor
May 18, 2026
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
ডিঙিত মাছৰ কাঁইট লাগিছে নেকি? কেনেকৈ ঘৰুৱা উপায়েৰে বাহিৰ কৰিব কাঁইট?
0
SHARES
221
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
মাছ খাবলৈ ভয় কৰে, অন্যকাৰণ একো নাই ডিঙিত কাঁইট লগাৰ ভয়তে বহুতে মাছ নাখায়৷ মাছ খাওঁতে অসাৱধানবশত ডিঙিত কাঁইট লাগে৷ হঠাৎ এনে পৰিস্থিতিত আতংকিত নহৈ কিছু ঘৰুৱা উপায়েৰে এই সমস্যাৰ সমাধান ওলিয়াব পাৰে৷ ডিঙিত কাঁইট লাগিলে প্ৰথমে বুজাৰ চেষ্টা কৰক কাঁইট কোন স্থানত লাগিছে যদি ডিঙিৰ ওপৰৰ অংশ বা মুখৰ ভিতৰত কাঁইট দেখা পায় তেন্তে পৰিষ্কাৰ আঙুলিৰে সতৰ্কভাৱে সেয়া ওলিয়াই আনিব পাৰে৷ অৱশ্যে অতিৰিক্ত চাপ প্ৰয়োগ কৰা উচিত নহয়৷
বহুক্ষেত্ৰত নেমুৰসো উপকাৰী হ’ব পাৰে৷ চিকিৎসকৰ মতে নেমুত থকা এছিডে মাছৰ কাঁইট কিছু নৰম কৰাত সহায় কৰে৷ সেয়ে সামান্য নেমুৰ ৰস খালে বা নেমু চুহিলে কাঁইট নিমিখতে তললৈ নামি যোৱাৰ সম্ভাৱনা থাকে৷ ইয়াৰোপৰি ভাতৰ লডা গিলি পেলালে পুৰণি ঘৰুৱা পদ্ধতিও বহু সময়ত কাৰ্যকৰ হয়৷ এক নিশ্বাসতে নৰম ভাতৰ লডা গিলি পেলালে কাঁইট লগে লগে তললৈ নামি যাব পাৰে৷ খুব ডাঙৰ লডা অৱশ্য নাখাব অন্যথা ডিঙিত ভাতো লাগি ধৰিব পাৰে৷
বহু সময়ত মাছৰ কাঁইট টনছিলৰ আশেপাশে ৰৈ যায়৷ এইক্ষেত্ৰত কেইবাবাৰ জোৰেৰে কাঁহি দিলে কাঁইট বাহিৰলৈ ওলাই আহে৷ ইয়াৰোপৰি অলপ অলপকৈ বাৰে বাৰে পানী পান কৰিলেও কাঁইট তললৈ নামি যাব পাৰে৷
চিকিৎসকে কয় যে বেছিভাগ ক্ষেত্ৰত সৰু মাছৰ কাঁইট ঘৰুৱা উপায়েৰে ওলিয়াই অনা সম্ভৱ৷ বিষ বাঢ়িলে, শ্বাসকষ্ট বাঢ়িলে, দীৰ্ঘ সময় কাঁইট ৰৈ থাকিলে দ্ৰুত চিকিৎসকৰ পৰামৰ্শ লোৱা জৰুৰী৷ নিজে চেষ্টা নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱাটোয়েই গুৰুত্বপূৰ্ণ বুলি সতৰ্কবাণী দিয়ে চিকিৎসকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?
জীৱনশৈলী

পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

May 18, 2026
বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?
জীৱনশৈলী

বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?

May 18, 2026
আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা
জীৱনশৈলী

আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা

May 18, 2026
৬০লিটাৰ স্তনদুগ্ধ দান কৰি চৰ্চাত প্ৰাক্তন বেডমিণ্টন তাৰকা, কিয় তেওঁৰ এই উদ্যোগক জীৱনদায়ী বুলি কৈছে চিকিৎসকে?
জীৱনশৈলী

৬০লিটাৰ স্তনদুগ্ধ দান কৰি চৰ্চাত প্ৰাক্তন বেডমিণ্টন তাৰকা, কিয় তেওঁৰ এই উদ্যোগক জীৱনদায়ী বুলি কৈছে চিকিৎসকে?

May 18, 2026
Next Post
পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন