• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্য আৰু চন্দ্ৰৰ চলনত ব্যতিপাত যোগ, সমস্যা বাঢ়িব এই ৩ৰাশিৰ, সাৱধানে চলক এইকেইটা দিন

সূৰ্য আৰু চন্দ্ৰৰ চলনত ব্যতিপাত যোগ, সমস্যা বাঢ়িব এই ৩ৰাশিৰ, সাৱধানে চলক এইকেইটা দিন

4 weeks ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

25 minutes ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

54 minutes ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

1 hour ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

2 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

3 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

4 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

5 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

6 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

6 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

8 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

8 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্য আৰু চন্দ্ৰৰ চলনত ব্যতিপাত যোগ, সমস্যা বাঢ়িব এই ৩ৰাশিৰ, সাৱধানে চলক এইকেইটা দিন

সূৰ্য আৰু চন্দ্ৰৰ চলনত ব্যতিপাত যোগ, সমস্যা বাঢ়িব এই ৩ৰাশিৰ, সাৱধানে চলক এইকেইটা দিন

editor by editor
May 23, 2026
in জীৱনশৈলী
0
সূৰ্য আৰু চন্দ্ৰৰ চলনত ব্যতিপাত যোগ, সমস্যা বাঢ়িব এই ৩ৰাশিৰ, সাৱধানে চলক এইকেইটা দিন
0
SHARES
857
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যেতিষশাস্ত্ৰত গ্ৰহৰ গতিবিধি আৰু গোচৰে সাধাৰণ মানুহৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়৷ মে মাহত ব্যতিপাত যোগ নামেৰে পৰিচিত এনে এক গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল জ্যোতিষীয় গোচৰ ঘটিব৷ ২৭ মেত সূৰ্য আৰু চন্দ্ৰৰ বিশেষ অৱস্থানৰ কাৰণে এই যোগ গঠিত হৈছে৷ জ্যোতিষীয়ে গণনা অনুসৰি এই শক্তিশালী যোগ তেতিয়াই গঠিত হয় যেতিয়া সূৰ্য আৰু চন্দ্ৰই এটাই আনটোৰ ঠিক বিপৰীতে অৰ্থাৎ ১৮০ ডিগ্ৰী অৱস্থানত থাকে৷

এই সময়ত মহাজাগতিক শক্তিৰ মাত্ৰা খুবেই বেছি থাকে, যিয়ে সমস্ত ৰাশিক প্ৰভাৱিত কৰে৷ এই বছৰ এই যোগ ২৭মে পুৱা ৩ বজাত আৰম্ভ হ’ব আৰু ৩০ মে পৰ্যন্ত থাকিব৷ জ্যোতিষীয়ে জনাইছে যে এই সময়ত কোনো নতুন আৰু শুভ কাম আৰম্ভ কৰাৰ পৰা বিৰত থকা উচিত৷

ব্যতিপত যোগ কি?

জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্য আৰু চন্দ্ৰই যেতিয়া এটাই আনটোৰ বিপৰীতে অৱস্থান কৰে তেতিয়াই ব্যতিপাত যোগৰ সৃষ্টি হয়৷ এই সময়ত মহাবিশ্বৰ শক্তিপ্ৰবাহত উল্লেখযোগ্য পৰিবৰ্তন আহে৷ যাৰ ফলত মানসিক চাপ আৰু কামত দেৰী হ’ব পাৰে৷ এই সময়ত প্ৰচলিত আচাৰ অনুষ্ঠান বা নিৰ্ধাৰিত অনুষ্ঠান ব্যাহত হ’ব পাৰে৷

কোন কোন ৰাশিৰ জাতক জাতিকাই অত্যন্ত সতৰ্ক থাকিব?

বৃষ ৰাশি

এই সময়ত বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে বেছ কঠিন হ’ব পাৰে৷ ব্যাতিপাত যোগ চলাৰ সময়ত আৰ্থিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপুনি বিশেষ সতৰ্কতা অৱলম্বন কৰিব পাৰে৷ আৰ্থিক লেনদেন বা কোনো ডাঙৰ বিনিয়োগ এৰাই চলক৷ এই সময়ত ধৈৰ্য্য বজাই ৰখাই আপোনাৰ বাবে সকলোতকৈ ভাল উপায়৷

সিংহ ৰাশি

এই সময়ত সিংহ ৰাশিৰ জাতক জাতিকাই কৰ্মক্ষেত্ৰত খুবেই সতৰ্ক হৈ থাকক৷ সহকৰ্মী বা ঊৰ্ধ্বতনসকলৰ সৈতে মতাদৰ্শগত পাৰ্থক্য বা বিৰোধৰ সম্ভাৱনা আছে৷ যিকোনো আৰ্থিক সিদ্ধান্ত লোৱাৰ পূৰ্বে অৱশ্যেই ভালকৈ ভাৱিচিন্তি আগবাঢ়ক৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে নিজৰ কথাবাৰ্তাত নিয়ন্ত্ৰণ অনা অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব৷ এই সময়ত সাধাৰণ মন্তব্যইয়ো বৃহৎ আকাৰ ধাৰণ কৰিব পাৰে৷ যিকোনো পৰিস্থিতিতে তাৎক্ষণিক প্ৰতিক্ৰিয়া দিয়াৰ পৰা বিৰত থাকক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ
জীৱনশৈলী

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

June 17, 2026
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!
জীৱনশৈলী

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

June 17, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

June 17, 2026
কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক
জীৱনশৈলী

কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

June 15, 2026
Next Post
সেই মায়াবী চকু, বয়স বাঢ়িলেও সৌন্দৰ্য্য কমা লাই তিলমানো, কাঁৰ আধৰুৱা মঞ্চক পূৰ্ণতা দিলে ঐশ্ব্যৰ্যই, ২০ বছৰে কাঁৰ ৰেডকাৰ্পেটত অকলে যোৱা ঐশ্ব্যৰ্যৰ হাতত হাত ধৰি কোনে দিলে খোঁজ?

সেই মায়াবী চকু, বয়স বাঢ়িলেও সৌন্দৰ্য্য কমা লাই তিলমানো, কাঁৰ আধৰুৱা মঞ্চক পূৰ্ণতা দিলে ঐশ্ব্যৰ্যই, ২০ বছৰে কাঁৰ ৰেডকাৰ্পেটত অকলে যোৱা ঐশ্ব্যৰ্যৰ হাতত হাত ধৰি কোনে দিলে খোঁজ?

দৈৰ আছে ভাৱিব নোৱৰা গুণাগুণ, কিন্তু কিছুলোকৰ বাবে দৈ খুবেই মাৰাত্মক, কেতিয়া দৈ খোৱা উচিত নহয়?

দৈৰ আছে ভাৱিব নোৱৰা গুণাগুণ, কিন্তু কিছুলোকৰ বাবে দৈ খুবেই মাৰাত্মক, কেতিয়া দৈ খোৱা উচিত নহয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.