• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সেই মায়াবী চকু, বয়স বাঢ়িলেও সৌন্দৰ্য্য কমা লাই তিলমানো, কাঁৰ আধৰুৱা মঞ্চক পূৰ্ণতা দিলে ঐশ্ব্যৰ্যই, ২০ বছৰে কাঁৰ ৰেডকাৰ্পেটত অকলে যোৱা ঐশ্ব্যৰ্যৰ হাতত হাত ধৰি কোনে দিলে খোঁজ?

সেই মায়াবী চকু, বয়স বাঢ়িলেও সৌন্দৰ্য্য কমা লাই তিলমানো, কাঁৰ আধৰুৱা মঞ্চক পূৰ্ণতা দিলে ঐশ্ব্যৰ্যই, ২০ বছৰে কাঁৰ ৰেডকাৰ্পেটত অকলে যোৱা ঐশ্ব্যৰ্যৰ হাতত হাত ধৰি কোনে দিলে খোঁজ?

2 months ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

7 minutes ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

55 minutes ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

1 hour ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

2 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

3 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

4 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

5 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

6 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

19 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

20 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সেই মায়াবী চকু, বয়স বাঢ়িলেও সৌন্দৰ্য্য কমা লাই তিলমানো, কাঁৰ আধৰুৱা মঞ্চক পূৰ্ণতা দিলে ঐশ্ব্যৰ্যই, ২০ বছৰে কাঁৰ ৰেডকাৰ্পেটত অকলে যোৱা ঐশ্ব্যৰ্যৰ হাতত হাত ধৰি কোনে দিলে খোঁজ?

সেই মায়াবী চকু, বয়স বাঢ়িলেও সৌন্দৰ্য্য কমা লাই তিলমানো, কাঁৰ আধৰুৱা মঞ্চক পূৰ্ণতা দিলে ঐশ্ব্যৰ্যই, ২০ বছৰে কাঁৰ ৰেডকাৰ্পেটত অকলে যোৱা ঐশ্ব্যৰ্যৰ হাতত হাত ধৰি কোনে দিলে খোঁজ?

editor by editor
May 23, 2026
in জীৱনশৈলী, বিনোদন, ভাৰত
0
সেই মায়াবী চকু, বয়স বাঢ়িলেও সৌন্দৰ্য্য কমা লাই তিলমানো, কাঁৰ আধৰুৱা মঞ্চক পূৰ্ণতা দিলে ঐশ্ব্যৰ্যই, ২০ বছৰে কাঁৰ ৰেডকাৰ্পেটত অকলে যোৱা ঐশ্ব্যৰ্যৰ হাতত হাত ধৰি কোনে দিলে খোঁজ?
0
SHARES
977
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনুষ্ঠান প্ৰায় শেষৰ দিশে৷ সকলোৰে মনত আছিল এটাই দুখ, কাঁ শেষ হ’বৰ হ’ল কিয় এইবাৰ কাঁৰ মঞ্চত দেখা নগ’ল ঐশ্বৰ্য্য ৰায় বচ্চনক? ২২ মে’ত ঐশ্বৰ্য ৰায় বচ্চনে অৱশেষত ফ্ৰান্সৰ সৰ্ববৃহৎ কাঁ ফেষ্টিভেলৰ ৰেড কাৰ্পেটত খোজ পেলালে৷ নীলা গাউন পৰিধান ধৰি কেমেৰাৰ সন্মুখত ধৰা দিলে ঐশ্বৰ্যই৷ সকলো যেন তেওঁৰ বাবেই ৰৈ আছিল৷ মুহূৰ্ততে সামাজিক মাধ্যমত ভাইৰেল ঐশ্বৰ্য্যৰ ছবি৷ বহুতেই এই ছবি দেখা মাত্ৰকেই লিখিছে, ঐশ্ব্যৰ্য অবিহনে কাঁ ফেষ্টিভেলো যেন আধৰুৱা৷

ঐশ্বৰ্য্যই তেওঁৰ কন্যা আৰাধ্যাৰ সৈতে ফ্ৰান্সলৈ গৈছে৷ দুয়োৱে একেলগে মুম্বাই এৰাৰ সময়ৰ বিশেষ আলোকচিত্ৰও ভাইৰেল হৈ আছে৷ ফ্ৰান্সত উপস্থিত হৈয়েই আন এক চমক দিছে ঐশ্ব্যৰ্যই৷ ফ্ৰান্সৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত এইবাৰ তেওঁ অকলে নহয়, লাইমলাইট কাঢ়িছে তেওঁৰ ১৪ বছৰীয়া কন্যা আৰাধ্যা বচ্চনেও৷ ইমানদিনে মাতৃৰ হাতত ধৰি কাঁত চিনেমা চাই ঘূৰি ফুৰিলেও এইবাৰ প্ৰথমবাৰৰ বাবে অফিচিয়েলি ৰেড কাৰ্পেটত অভিষেক ঘটিছে আৰাধ্যাৰ৷ মাতৃ-কন্যাৰ উপস্থিতিয়ে অনুৰাগীৰো মন জয় কৰিবলৈ সক্ষম হৈছে৷ দেশী বিদেশী কেমেৰাত ঐশ্ব্যৰ্য আৰু কন্যাৰ ছবি৷ এই তথ্য বিদেশী বিভিন্ন পৰ্টেল চায়েই ধৰিব পাৰি যে ঐশ্ব্যৰ্যৰ চৰ্চা বিদেশতো আছে৷

কাঁ উৎসৱত ঐশ্ব্যৰ্য মানেই যে চমক সেয়া পৃথককৈ কোৱাৰ প্ৰয়োজন নাই৷ ব্লু চকুৰে ব্লু গাউন পিন্ধি কেমেৰাৰ সন্মুখত চমক দিয়াৰ পাছতেই সন্ধিয়া তেওঁক পুনৰ দেখা গ’ল গোলপীয়া গাউনত৷ বিখ্যাত ফেশ্ব্যন ডিজাইনাৰ ছোফি কুচুৰে তৈয়াৰ কৰা পোছাকত ঐশ্ব্যৰ্যক দেখাত কোনো বাৰ্বি ডলতকৈ কমো লগা নাই৷ তেওঁৰ মায়াবী চকু আৰু ৰাজকীয় চালচলনে আকৌ এবাৰ প্ৰমাণ কৰিলে যে বয়স বাঢ়িলেও ৰূপৰ জাদু এতিয়াও কমা নাই৷

এই অনুষ্ঠানতেই অভিষেক ঘটিছে কন্যা আৰাধ্যা বচ্চনৰো৷ সাধাৰণতে কাঁত তাৰকাসকলৰ সন্তানক এনেকৈ অফিচিয়েলি এন্ট্ৰি দিয়া দেখা নাযায়৷ কিন্তু এইবাৰ আৰাধ্যই সেই ট্ৰেণ্ড সলনি কৰিলে৷ আত্মবিশ্বাসৰ সৈতে কেমেৰাৰ সন্মুখত প’জ দিলে আৰাধ্যাইয়ো৷ তেওঁ পৰিধান কৰিছিল ৰঙা ৰঙৰ চাটিন গাউন আৰু খোলা চুলিৰে লাইট মেকআপ৷ বিগত ২০ বছৰ ধৰি কাঁৰ মঞ্চত ভাৰতৰ নাম উজ্জ্বল কৰি আহিছে ঐশ্বৰ্যই৷ এইবাৰ কন্যাৰো ডেবিউ কৰিছে কাঁত৷ যোগ্য মাতৃৰ যোগ্য সন্তান বুলি বহুতেই আৰাধ্যাৰ প্রশংসাও কৰিছে৷ সকলো মিলি আকৌ এবাৰ মুঠতে ভাৰতীয় সকলো তাৰকাক চেৰ পেলাই ফ্ৰান্সৰ কাঁত উজলি উঠিছে ঐশ্ব্যৰ্য ৰায় বচ্চন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই
জীৱনশৈলী

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

July 27, 2026
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!
ভাৰত

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

July 27, 2026
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

July 27, 2026
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক
জীৱনশৈলী

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

July 27, 2026
Next Post
দৈৰ আছে ভাৱিব নোৱৰা গুণাগুণ, কিন্তু কিছুলোকৰ বাবে দৈ খুবেই মাৰাত্মক, কেতিয়া দৈ খোৱা উচিত নহয়?

দৈৰ আছে ভাৱিব নোৱৰা গুণাগুণ, কিন্তু কিছুলোকৰ বাবে দৈ খুবেই মাৰাত্মক, কেতিয়া দৈ খোৱা উচিত নহয়?

নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি

নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.