• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি

নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি

2 months ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

4 minutes ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

41 minutes ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

1 hour ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

2 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

3 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

4 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

5 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

6 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

7 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

19 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

19 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি

নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি

editor by editor
May 23, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত বুধ গ্ৰহক বুদ্ধি, তৰ্ক, সংবাদ, চাতুৰ্য আৰু ব্যৱসায়ৰ কাৰক গ্ৰহ বুলি ধাৰণা কৰা হয়৷ জন্মছকত বুধৰ পৰিস্থিতি মজবুত হোৱাৰ ব্যক্তিৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু ভাল হয় আৰু ব্যৱসায় আৰু কেৰিয়াৰত বৃহৎ সফলতা অৰ্জন কৰে৷ ২০২৬ চনৰ মে মাহৰ শেষত বুধে এক গুৰুত্বপূৰ্ণ গোচৰ কৰিছে৷ ২৯মে ২০২৬ত বুধ গ্ৰহই বৃষ ৰাশি এৰি বাহিৰ হৈ নিজৰ ৰাশি মিথুনত প্ৰৱেশ কৰিব৷ স্বৰাশিত বুধৰ প্ৰৱেশ জ্যোতিষ দৃষ্টিকোমৰ পৰা খুবেই শক্তিশালী আৰু শুভ বুলি ধাৰণা কৰা হয়৷ স্বৰাশিত হোৱাৰ কাৰণে বুধে পূৰ্ণৰূপে ইতিবাচক ফল দিব৷ এই গোচৰৰ প্রভাৱত সকলো ৰাশিৰ ওপৰতে ইয়াৰ প্ৰভাৱ পৰিলেও এনে ৪ৰাশি আছে যাৰ কেৰিয়াৰ, আৰ্থিক পৰিস্থিতি আৰু মান সন্মানৰ ওপৰত ভাল লাভ পাব৷ জানি থওক ২৯ মেৰ পৰা কোন কোন ৰাশিৰ ভাগ্য সলনি হ’ব?

মিথুন ৰাশি

বুধে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ আৰু এই গোচৰ আপোনাৰ ৰাশিৰ প্ৰথম ঘৰত ঘটিছে৷ এই সময়কালত আপোনাৰ চিন্তাভাৱনা আৰু বোধশক্তি তীক্ষ্ণ হ’ব৷ আপুনি লোৱা সিদ্ধান্তসমূহে ভৱিষ্যতে আপোনাৰ বাবে উল্লেখযোগ্য সুবিধা কঢ়িয়াই আনিব৷ আপোনাৰ বাচনভংগী আৰু আকৰ্ষণীয় হৈ উঠিব৷ যাৰ ফলত আপুনি কৰ্মক্ষেত্ৰত বা ব্যৱসায়িক বৈঠকে আপোনাক প্রভাৱিত কৰিব পাৰে৷ আপুনি যদি কোনো অংশীদাৰিত্বত থাকে বা নতুন কোনো উদ্যোগ আৰম্ভ কৰিব খোজে তেন্তে ২৯ মেৰ পৰবৰ্তী সময় অত্যন্ত অনুকূল৷

কন্যা ৰাশি

বুধ কন্যা ৰাশিৰো অধিপতি গ্ৰহ৷ বুধৰ এই গোচৰ আপোনাৰ ৰাশিৰ পৰা দশম ঘৰত ঘটিব৷ কৰ্মক্ষেত্ৰতো আপোনাৰ কঠোৰ পৰিশ্ৰমে স্বীকৃতি পাব৷ আপোনাৰ কৰ্মনিষ্ঠাত ঊৰ্ধ্বতন কৰ্মকৰ্তাসকল মুগ্ধ হ’ব৷ আপোনাৰ দৰমহা বৃদ্ধি বা পদোন্নতিৰ পথ খুলি যাব৷ যিসকলে দীৰ্ঘদিন ধৰি এক ভাল চাকৰি বিচাৰি আছিল তেওঁলোকে এই সময়ত কাঙ্খিত চাকৰিৰ প্ৰস্তাব পাব পাৰে৷ এই সময়ত আপোনাৰ পিতৃ বা পৈতৃক সম্পত্তিৰ পৰা এক উল্লেখযোগ্য আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে বুধৰ এই গোচৰ নৱম ঘৰত ঘটিব৷ চৰকাৰী বাধা বা তহবিলৰ অভাৱত যিসমূহ প্ৰকল্প কিছু সময়ৰ বাবে ৰৈ গৈছিল সেইসমূহ দ্ৰুত সম্পন্ন হ’বলৈ আৰম্ভ কৰিব৷ ভাগ্যই সহায় কৰিব৷ আপুনি হঠাৎ অৰ্থলাভ কৰিব পাৰে৷ লটাৰী, শ্বেয়াৰ বজাৰ বা যিকোনো পুৰণি বিনিয়োগৰ পৰা ভাল প্ৰতিদান পোৱাৰ সম্ভাৱনা আছে৷ যিসকলে শিক্ষা বা কৰ্মসংস্থানৰ বাবে বিদেশত যাব বিচাৰি আছে তেওঁলোকে এই সময়ত সুসংবাদ পাব পাৰে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে বুধৰ গোচৰ তেওঁলোকৰ পঞ্চম ঘৰত ঘটিব৷ আপুনি যদি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই গোচৰ এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ’ব পাৰে৷ আপোনাৰ একাগ্ৰতা বৃদ্ধি পাব আৰু ফলাফল আপোনাৰ অনুকূলে আহিব৷ আপোনাৰ বুদ্ধিমত্তা আৰু কৌশলে আপোনাক আয়ৰ নতুন উৎস বিচাৰি দিবলৈ সক্ষম হ’ব৷ যিয়ে আপোনাৰ আৰ্থিক অৱস্থাক শক্তিশালী কৰিব৷ আপুনি আপোনাৰ সন্তানৰ পৰা কিছু সুসংবাদ পাব পাৰে৷ যিয়ে পৰিয়ালত সুখৰ পৰিবেশ তৈয়াৰ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!
জীৱনশৈলী

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

July 27, 2026
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?
বাণিজ্য

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

July 27, 2026
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই
জীৱনশৈলী

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

July 27, 2026
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!
ভাৰত

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

July 27, 2026
Next Post
ইব’লা ভাইৰাছক লৈ নতুন দিল্লীৰ বিমানবন্দৰত সতৰ্কতা জাৰি, এই দেশসমূহৰ পৰা অহা যাত্ৰীৰ বাবে বিশেষ নিৰ্দেশনা

ইব’লা ভাইৰাছক লৈ নতুন দিল্লীৰ বিমানবন্দৰত সতৰ্কতা জাৰি, এই দেশসমূহৰ পৰা অহা যাত্ৰীৰ বাবে বিশেষ নিৰ্দেশনা

বুধ আৰু শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, ১০ জুনৰ পৰা মহাবিপদত পৰিব ৪ৰাশি, কি ঘটিব পাৰে?

বুধ আৰু শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, ১০ জুনৰ পৰা মহাবিপদত পৰিব ৪ৰাশি, কি ঘটিব পাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.