• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইব’লা ভাইৰাছক লৈ নতুন দিল্লীৰ বিমানবন্দৰত সতৰ্কতা জাৰি, এই দেশসমূহৰ পৰা অহা যাত্ৰীৰ বাবে বিশেষ নিৰ্দেশনা

ইব’লা ভাইৰাছক লৈ নতুন দিল্লীৰ বিমানবন্দৰত সতৰ্কতা জাৰি, এই দেশসমূহৰ পৰা অহা যাত্ৰীৰ বাবে বিশেষ নিৰ্দেশনা

5 months ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

3 minutes ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

45 minutes ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

1 hour ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

2 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

3 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

3 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

4 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

5 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

5 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

6 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

7 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ইব’লা ভাইৰাছক লৈ নতুন দিল্লীৰ বিমানবন্দৰত সতৰ্কতা জাৰি, এই দেশসমূহৰ পৰা অহা যাত্ৰীৰ বাবে বিশেষ নিৰ্দেশনা

ইব’লা ভাইৰাছক লৈ নতুন দিল্লীৰ বিমানবন্দৰত সতৰ্কতা জাৰি, এই দেশসমূহৰ পৰা অহা যাত্ৰীৰ বাবে বিশেষ নিৰ্দেশনা

editor by editor
May 23, 2026
in জীৱনশৈলী
0
ইব’লা ভাইৰাছক লৈ নতুন দিল্লীৰ বিমানবন্দৰত সতৰ্কতা জাৰি, এই দেশসমূহৰ পৰা অহা যাত্ৰীৰ বাবে বিশেষ নিৰ্দেশনা
0
SHARES
82
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত ইবোলা ভাইৰাছক লৈ এক বিশেষ জাননী জাৰি কৰা হৈছে৷ ইবোলাত আক্ৰান্ত দেশসমূহৰ পৰা অহা বা সেইসমূহ দেশলৈ যাবলগীয়া বিমানৰ ওপৰত কাঢ়া নজৰদাৰি ৰখা হৈছে৷ এই যাত্ৰাত বাহিৰৰ পৰা অহা কোনো যাত্ৰী অসুস্থ থাকিলে বা ইয়াৰ পৰা যাবলগীয়া কোনো যাত্ৰী অসুস্থ হৈ থাকিলে যাত্ৰীসকলে অবিলম্বে বিমানবন্দৰৰ স্বাস্থ্য কৰ্মকৰ্তাক জনাবলৈ নিৰ্দেশ দিয়া হৈছে৷

ইবোলা ভাইৰাছ যাতে দেশত বিয়পি নাযায় তাৰবাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও জনাইছে দিল্লী এয়াৰপৰ্টৰ তৰফৰ পৰা৷ বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য সচিবে ৰাজ্যসমূহৰ সৈতে এক উচ্চস্তৰৰ পৰ্যালোচনা বৈঠক কৰাৰ পাছতেই এই পদক্ষেপ লোৱা হৈছে৷

দিল্লী বিমানবন্দৰত কংগো, উগাণ্ডা আৰু দক্ষিণ ছুডানৰ পৰা অহা যাত্ৰীসকলক বিশেষ নজৰত ৰখা হৈছে৷ এই দেশসমূহৰ পৰা অহা বা এইসমূহ দেশলৈ যাবলগীয়া যাত্ৰীৰ স্বাস্থ্য পৰীক্ষাত নজৰ দিয়া হৈছে৷ কংগোত বৰ্তমানলৈকে ইবোলাত আক্ৰান্ত হৈছে ৫১জন লোকে প্ৰাণ হেৰুৱাইছে৷ WHOয়ে জনোৱা অনুসৰি তাত মহামাৰিৰ ৰূপেই ধাৰণ কৰিছে এই ৰোগে৷

কি কি নিৰ্দেশনা দিয়া হৈছে যাত্ৰীক?

বিমানবন্দৰ কৰ্তৃপক্ষই জনাইছে যে জ্বৰ, দুৰ্বল লগা, অৱসাদ, মূৰৰ বিষ, পেশীৰ বিষ. বমি, ডায়েৰিয়া আৰু কাৰণ অবিহনে নাক বা মুখৰ পৰা তেজ ওলোৱাই এই ৰোগৰ প্ৰাথমিক লক্ষণ৷ সেয়ে যিসকল যাত্ৰীৰ এই ৰোগ আছে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা জৰুৰী৷ ইয়াৰোপৰি বাহিৰৰ পৰা অহা কোনো ব্যক্তিৰ শৰীৰত যদি এই লক্ষণ দেখিছে তেন্তে ২১ দিনৰ কোৱাৰেণ্টাইনৰ কথাও কোৱা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক
জীৱনশৈলী

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

October 5, 2026
Next Post
বুধ আৰু শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, ১০ জুনৰ পৰা মহাবিপদত পৰিব ৪ৰাশি, কি ঘটিব পাৰে?

বুধ আৰু শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, ১০ জুনৰ পৰা মহাবিপদত পৰিব ৪ৰাশি, কি ঘটিব পাৰে?

ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.