• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

4 months ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

12 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

12 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

13 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

14 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

14 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

14 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

15 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

16 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

17 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

18 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

18 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

ৱেব ছিৰিজৰ পাছত এইবাৰ চিনেমাৰ ৰূপত আহি আছে 'চুপা চুপি'।

editor by editor
May 23, 2026
in বিনোদন, বিবিধ, লেখা
0
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?
0
SHARES
246
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শীঘ্ৰে ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘চুপা চুপি’। ৱেব ছিৰিজ হিচাপে সফলতা লাভ কৰাৰ পিছত এইবাৰ পূৰ্ণ দৈৰ্ঘৰ ছবি হিচাপে দৰ্শকৰ মাজলৈ আহি আছে ছবিখন। আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ছবিখনৰ গীত আৰু পোষ্টাৰ। এতিয়া ‘চুপা চুপি’ক লৈ সকলোৰে অপেক্ষা, উৎকণ্ঠা।

পোষ্টাৰ মুকলিৰ পিছতে ছবিখনকলৈ অসম লাইভ 24ৰ অধ্যক্ষ নৃপেন দাসে কয়, “‘চুপা চুপি চিনেমাখন অতি বিগ বাজেটৰ এখন চিনেমা। অহা ১২জুনত অসমৰ প্ৰতিগৰাকী দৰ্শকলৈ আমি চিনেমাখন উপহাৰ দিবলৈ ওলাইছো। আশা কৰো অসমবাসীয়ে চিনেমাখনক আঁকোৱালি ল’ব।”

‘চুপা চুপি’ ছবিৰ প্ৰথমটো গীত ‘গুঠি ল’লো’ৰ শুভ মুক্তি হোৱাৰ পিছতেই দৰ্শকৰ যথেষ্ঠ সমাদৰ লাভ কৰিছিল। এই গীতটো বিশ্ৰুত শইকীয়াই কণ্ঠ নিগৰাইছিল। এটলাছ ক্ৰিয়েশ্যন আৰু ডি জে এন্টাৰটেইনমেন্টৰ বেনাৰত নৱ-প্ৰজন্মৰ পৰিচালক প্ৰণৱ ভৰালীৰ পৰিচালনাৰে নিৰ্মাণ কৰা হৈছে ছবিখন। এতিয়া নিৰ্মাতাগোষ্ঠীয়ে ১২ জুনত মুক্তি দিব ছবিখন।

ৱেব ছিৰিজখনৰ দৰে পূৰ্ণ দৈৰ্ঘৰ ছবিখনৰ জৰিয়তে পুনৰ দৰ্শকৰ ওচৰলৈ উভতি আহিব উৰ্মিলা বৌ, জয়ন্ত চালফা, দীপক, ৰূপ, চাণক্য, ৰমা আদি চৰিত্ৰসমূহ। প্ৰণৱ ভৰালীৰ ৰচনা আৰু পৰিচালনাত নিৰ্মাণ হোৱা এই ছবিখন প্ৰযোজনা কৰিছে নৃপেন দাস আৰু হৃষিকেশ পাটগিৰিয়ে। আনহাতে ছবিখনত অভিনয় কৰিছে কমল লোচন, ৰাগিনী কৌশিক, কৌশিক ভৰদ্বাজ, হিমাংশু প্ৰসাদ দাস, স্নিগ্ধা গগৈ, বৈভৱী গোস্বামী, জিণ্টু কুমাৰ কাশ্যপ আদি বহুকেইগৰাকী শিল্পীয়ে । কাল্পনিক আৰু বাস্তৱৰ সংমিশ্ৰণৰ আধাৰত নিৰ্মিত এটি সুন্দৰ কাহিনী দেখিব দৰ্শকে।

উল্লেখ্য যে, ৱেব ছিৰিজখনৰ প্ৰতিটো চৰিত্ৰই যিদৰে দৰ্শকৰ হৃদয়ত এক সুকীয়া স্থান লাভ কৰিছে, ঠিক একেদৰে ছবিখনেও সকলোৰে হৃদয় জিনিব বুলি আশা কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
Next Post
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.