উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ হঠকাৰী সিদ্ধান্ত। কাইলৈ পুৱা ৬ বজাৰ পৰা ২ বজালৈ নাথাকে বিদ্যুৎ।

এই সময়ৰ পূৰ্বে আপুনি আজিয়ে সম্পন্ন কৰক প্ৰয়োজনীয় কামসমূহ। কিন্তু কিয় হঠাৎ APDCLয়ে জাৰি কৰিলে এনে জাননী?

সেয়ে আজিয়ে সম্পন্ন কৰক প্ৰয়োজনীয় কামসমূহ। বিদ্যুৎ নোহোৱা হোৱাৰ পূৰ্বে চাৰ্জ দি লওক মোবাইল ফোন, ইনভাৰেটৰ আদি সকলো।

৪ টাকৈ কন্ট্ৰ’ল ৰুমৰ অধিনষ্ঠ বহু ঠাইত নাথাকিব বিদ্যুৎ। বিহপুৰীয়া চাব ডিভিজনৰ বাবে APDCLয়ে জাৰি কৰিলে জাননী।

বিহপুৰীয়া, বঙালমৰা, AIIDC, ভলাবৰী কন্ট্ৰ’ল ৰুমত নাথাকিব কাৰেন্ট। 33 KV লাইন মেৰামতিৰ বাবে কৰ্তন কৰা হ’ব বিদ্যুৎ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















