• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

59 minutes ago
বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

34 seconds ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

24 minutes ago
জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

44 minutes ago
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

1 hour ago
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

2 hours ago
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

3 hours ago
গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

4 hours ago
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

5 hours ago
কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

6 hours ago
পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

editor by editor
May 25, 2026
in জীৱনশৈলী
0
জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?
0
SHARES
444
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক মাহৰ দ্বিতীয় দিনা অৰ্থাৎ ২ জুনত দেৱগুৰু বৃহস্পতিয়ে কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ জ্যোতিষশাস্ত্ৰত এই ঘটনাক বছৰৰ অন্যতম গুৰুত্বপূৰ্ণ মহাগোচৰ হিচাৰে ধৰা হৈছে৷ বৃহস্পতি, জ্ঞান. ধন, সৌভাগ্য, বিবাহ, সন্তান, উন্নতি আৰু সুখ সমৃদ্ধিৰ কাৰক গ্ৰহ বুলি বিবেচিত৷ ইয়াৰ সৈতে এই সময়ত পুষ্য নক্ষত্ৰতো অৱস্থান কৰিব বৃহস্পতিয়ে৷ যি অত্যন্ত শুভ যোগ হিচাপে বিবেচিত হয়৷ ২ জুনৰ পৰা ৩১ অক্টোবৰ পৰ্যন্ত এই বিশেষ অৱস্থানৰ পৰা পাঁচটা ৰাশিৰ জীৱনলৈ ডাঙৰ পৰিবৰ্তন আৰু সাফল্য আনিব পাৰে গুৰুগ্ৰহই৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ বাবে এই সময় অত্যন্ত শুভ হ’ব পাৰে৷ বিশেষকৈ কৰ্মজীৱনত বৃহৎ সাফল্য আৰু পদোন্নতিৰ সম্ভাৱনা আছে৷ আয়ৰ নতুন পথ খুলিব পাৰে আৰু অৰ্থনৈতিক উন্নতি হ’ব৷ ব্যৱসায়ীয়ে প্ৰত্যাশাতকৈ বেছি লাভ পাব পাৰে৷ ইয়াৰোপৰি শৰীৰো পূৰ্বৰ তুলনাত ভালে থাকিব আৰু পুৰণি অসুস্থতাৰ পৰা মুক্তি পাব পাৰে৷ পৰিয়ালত সুখ শান্তি আৰু সমৃদ্ধি বাঢ়িব৷ অন্যৰ সমালোচনা কৰাৰ পৰা দূৰৈত থকাই ভাল৷

কৰ্কট ৰাশি

বৃহস্পতিয়ে কৰ্কট ৰাশিত প্ৰৱেশ কৰিছে আৰু ই তাৰ উচ্চৰাশি হোৱাৰ ফলত কৰ্কট ৰাশিৰ জাতকে সকলোতকৈ বেছি ইতিবাচক ফল পাব পাৰে৷ জাতকৰ আত্মবিশ্বাস বাঢ়িব৷ দীৰ্ঘদিনৰ ৰৈ থকা কাম সম্পূৰ্ণ হ’ব৷ কৰ্মক্ষেত্ৰত প্ৰশংসা আৰু সন্মান বৃদ্ধি পাব৷ মানসিক শান্তি বৰ্তি থাকিব৷ সিদ্ধান্ত লোৱাৰ ক্ষমতা বাঢ়িব৷ পঢ়াশুনাৰ সৈতে যুক্ত ব্যক্তিয়ে বৃহৎ সাফল্য পাব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ আয় বৃদ্ধিৰ প্ৰৱল সম্ভাৱনা আছে৷ একাধিক উৎসৰ পৰা ধন লাভ কৰিব পাৰে৷ বিনিয়োগত ভাল হ’ব৷ যৰ পৰা ডাঙৰ লাভ হ’ব পাৰে৷ চাকৰি আৰু ব্যৱসায়ত উন্নতিৰ সুযোগ থাকিব৷ ব্যৱসায়ীসকলে বিক্ৰি বা মুনাফা দুয়োটাতে লাভ পাব৷ ব্যক্তিগত জীৱনত সুখ আৰু স্থিতি বৰ্তি থাকিব৷

ধনু ৰাশি

ধনু ৰাশিৰ অধিপতি বৃহস্পতি হোৱাৰ বাবে এই সময়ত কৰ্মজীৱনত উন্নতিৰ বিশেষ সুযোগ আহিব৷ পদোন্নতি বা দৰমহা বৃদ্ধি হ’ব পাৰে৷ ব্যৱসায়ত গতি বাঢ়িব৷ দীৰ্ঘদিন ধৰি চাকৰি বা উপাৰ্জনৰ সমস্যাত যিসকল ভূগিছে তেওঁলোকে স্বস্তি পাব৷ নতুন কাৰোবাৰ সৈতে যোগাযোগে ভৱিষ্যতে লাভ আনি দিব পাৰে৷

মীন ৰাশি

মীন ৰাশিৰ বাবেও এই গোচৰত শুভ ফল আহিব৷ এই মূহূৰ্তত এই ৰাশি শনিৰ চাৰে সাতিৰ দ্বিতীয় পৰ্যায়ত আছে সেয়ে দুৰ্ভোগ চলিছে৷ সেয়ে বৃহস্পতিৰ কৃপাত কিছুদিনৰ ভিতৰতেই কষ্ট কমিব৷ সৌভাগ্য বৰ্তি থাকিব৷ ৰৈ থকা কাম আৰম্ভ কৰিব পাৰে৷ চিংগলসকলে বিবাহৰ ভাল প্ৰস্তাব পাব পাৰে৷ ধৰ্মীয় আৰু আধ্যাত্মিক বিষয়টো আগ্ৰহ বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?
জীৱনশৈলী

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

May 25, 2026
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক
জীৱনশৈলী

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

May 25, 2026
জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?
অপৰাধ

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

May 25, 2026
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক
জীৱনশৈলী

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

May 25, 2026
Next Post
জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন