• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

2 months ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

31 minutes ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

53 minutes ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

1 hour ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

2 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

2 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

3 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

4 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

4 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

5 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

6 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

7 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

editor by editor
May 25, 2026
in জীৱনশৈলী
0
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?
0
SHARES
168
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তৰুণ প্ৰজন্ম মানেই নতুন চিন্তাৰে আগবাঢ়িব খোজা, পোছাক খোলামেলা প্ৰবীণসকলৰ দৰে কোনো নিয়মৰ নামত কট্টৰ নহৈ মুকলি চিন্তাৰে আগবঢ়া প্ৰজন্মটো৷ সহজ ভাষাৰে তেওঁলোকৰ নাম দিয়া হৈছে জেন-জি৷ তেওঁলোকৰ চিন্তা একেবাৰেই মুকলি, সমাজ জীৱন,  যৌনজীৱন, চিনেমা সাহিত্য সকলোবোৰ বিষয়তে জ্ঞান লৈ আগবঢ়া৷ তেওঁলোকে ছেক্স এডুকেছনক লৈয়ো খোলাখুলিভাৱে আলোচনা কৰিবলৈ লাজ নকৰে৷ কিন্তু বয়স্ক লোকসকলে চিন্তা কৰা ধৰণে তেওঁলোকে যৌন জীৱনক লুকাই চোৰকৈ আগুৱাই নিয়াৰো পক্ষপাতী নহয়৷ তেওঁলোক এইক্ষেত্ৰতো সম্পূৰ্ণ মুকলি৷

সাম্প্ৰতিক এক ছাৰ্ভেত প্ৰকাশ পোৱা তথ্যই জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত দিছে৷ সংশ্লিষ্ট মাৰ্কিন সংস্থাই জনাইছে যে ১৯৯০ চনৰ সমসাময়িক প্ৰজন্মৰ মাজত যৌন কাৰ্যকলাপত যুক্ত থকাৰ হাৰ আছিল ৫৫ শতাংশ৷ অথচ সাম্প্ৰতিককালত সেয়া নামি হৈছে ৩৭শতাংশ৷ সেই অনুসৰি আগন্তুক দিনত এয়াযে আৰু কমিব তাত সন্দেহ নাই৷ কিয় যৌন মিলনৰ প্ৰতি তৰুণ প্ৰজন্মৰ আগ্ৰহ কমিছে? আঁৰত কি কি কাৰণ আছে? গৱেষণাত উঠিছে বহুবিধ কাৰণ৷

শিক্ষাৰ হাৰ বঢ়াৰ লগে লগেই কমিছে মানুহৰ যৌন আগ্ৰহ৷ সেই কাৰণেই নিম্ন শিক্ষাৰ হাৰযুক্ত এলেকাসমূহত আজিও জনসংখ্যাক লৈ আজিও মূৰৰ কামূৰণি আছে প্ৰশাসকৰ৷

তৰুণ প্ৰজন্ম সৰ্বদা কামত ব্যস্ত থাকে৷ দ্ৰুত ডিজিটেল জীৱনৰ সৈতে মিলি বেছিভাগৰেই দিন ৰাতি স্ক্ৰিণৰ সন্মুখতে পাৰ হয়৷ আৰ্থিক হওক বা সামাজিকভাৱে পিছপৰি যোৱাৰ টেনছন তেওঁলোকৰ মূৰত সৰ্বদা থাকে৷ ফলত যৌনতাৰ প্ৰতি অনাগ্ৰহী দেখা যায় তেওঁলোকক৷

মানসিক অৱসাদ৷ যৌনতা শৰীৰী খেলা হলেও তাত মনৰ অংশগ্ৰহণ অনস্বীকাৰ্য৷ মানসিক অৱসাদে য’ত গ্ৰাস কৰিছে মানুহক তাতেই যৌনতাৰ প্ৰতি তেওঁলোক নিৰ্লিপ্ত হৈ থাকে৷ বিভিন্ন সমীক্ষাত দেখা গৈছে যে সময় থাকোতে মানসিক ৰোগৰ চিকিৎসা নকৰালে যৌন জীৱনৰ প্ৰতি তেওঁলোক একেবাৰে অনাগ্ৰহী হৈ পৰিব পাৰে৷

জেন জিৰ মাজত বাঢ়িছে হীনমন্যতা, আত্মগ্লানি, হতাশা৷ যদিও এয়া মানসিক অৱসাদৰেই প্ৰতিফলত তথাপিও ইয়াত জড়িত হৈ আছে সামাজিকভাৱে মানি ল’ব নোৱৰাৰ বিষয়টোও৷ বৰ্তমান সকলোৱেই প্ৰতিযোগিতাৰ দৌৰত প্ৰতিদিনে দৌৰি আছে৷ কোনোৱে ভাল চাকৰি, কোনোৱে ভাল এখন ঘৰ, দামী বাহন, বিদেশ যাত্ৰা ইত্যাদি ইত্যাদিৰ দৌৰত চামিল সকলো৷ জীৱনতকৈ নিৰন্তৰ দৌৰ বেছি তৰুণ প্ৰজন্মৰ৷ অন্যৰ উন্নতি প্ৰতিমুহূৰ্ততে হাতৰ মুঠিতেই দেখা পাইছে৷ সেয়ে এই প্ৰতিযোগিতা অঘোষিতভাৱেই নিজেই চলাই গৈছে আজিৰ প্ৰজন্মই৷ জীৱনৰ আনন্দ অনুভৱ কৰিবলৈ অৱকাশেই নাই৷ সেয়ে এই জীৱনধাৰাত স্থান হেৰুৱাইছে যৌন মিলনেও৷

পূৰ্বৰ দৰে ধীৰ স্থিৰ জীৱনত সুস্থ দাম্পত্য, সুখী যৌনজীৱন আদি বিষয়ে গুৰুত্ব পাইছিল৷ কিন্তু বৰ্তমান প্ৰজন্মই নিজকে অন্যধৰণে ভাৱিবলৈ লৈছে৷ পুৰুষ হওক বা মহিলা প্ৰত্যেকেই এতিয়া নিজৰ এক পৰিচয় গঢ়াৰ দৌৰত চামিল হৈছে যাৰফলত যৌনজীৱনৰ দিশটো তেনেই সৰু এক বিষয় হৈ পৰিছে তেওঁলোকৰ বাবে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!
জীৱনশৈলী

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

July 27, 2026
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই
জীৱনশৈলী

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

July 27, 2026
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

July 27, 2026
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক
জীৱনশৈলী

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

July 27, 2026
Next Post
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

৫ ৰাশিৰ লোকে আজি পাব ভাল খবৰ! পঢ়ক দৈনিক ৰাশিফল

8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.