• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

1 hour ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

7 minutes ago
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

33 minutes ago
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

2 hours ago
এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

3 hours ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

4 hours ago
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

5 hours ago
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

6 hours ago
লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

7 hours ago
বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

editor by editor
May 27, 2026
in জীৱনশৈলী
0
জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত শনিদেৱক ন্যায়ৰ দেৱতা আৰু কৰ্মফলদাতা বুলি ধাৰণা কৰা হয়৷ শনিৰ অৱস্থান সলনি হওঁতেই সৰু বৰ বহুতো পৰিবৰ্তন হয়৷ ইয়াৰোপৰি ১২ ৰাশিৰ ওপৰত গভীৰ প্ৰভাৱ পৰে৷ জুলাইৰ পৰা ডিচেম্বৰ পৰ্যন্ত এই সময়কালত জ্যোতিষ নজৰত বিশেষ হ’ব পাৰে৷ এই সময়ত শনিদেৱে নিজৰ অৱস্থান, চাল-চলন আৰু নক্ষত্ৰসহ ৪টা ডাঙৰ সাল সলনি কৰিব৷ শনিৰ এই গতিৰ প্ৰভাৱত কিছু ভাগ্যশালী ৰাশিৰ কেৰিয়াৰ, ব্যৱসায় আৰু আৰ্থিক পৰিস্থিতিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে৷

শনিয়ে ৪বাৰকৈ সলনি কৰিব অৱস্থান

২ জুলাইত শনিদেৱে বুধৰ নক্ষত্ৰৰ ৰেৱতীৰ দ্বিতীয় পদত প্ৰৱেশ কৰিব৷ ইয়াৰপাছতেই ২৭ জুলাই শনিদেৱে মীন ৰাশিৰ পৰা নিজৰ ওলোটা গতি আৰম্ভ কৰিব৷ এই বক্ৰী অৱস্থা ১৩৮ দিন পৰ্যন্ত থাকিব৷ ৯ অক্টোবৰত ওলোটা গতিৰ পৰা শনিদেৱে ৰেৱতী নক্ষত্ৰত আৰু তাৰপৰা ওলাই উত্তৰা ভাদ্ৰপদ নক্ষত্ৰলৈ আহিব৷ বছৰৰ শেষত ১১ ডিচেম্বৰত শনিৰ বক্ৰী অৱস্থা শেষ হ’ব আৰু শনিয়ে আকৌ মাৰ্গী অৱস্থালৈ ঘূৰি আহিব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ বাবে শনিৰ এই পদক্ষেপে উন্নতিৰ নতুন পথ খুলি দিব৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকে পদোন্নতি বা নতুন দায়িত্ব পাব পাৰে৷ দীৰ্ঘদিন ধৰি ৰখা বা হেৰুওৱা অৰ্থ পুনৰুদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত বিনিয়োগৰ পৰা ভাল মুনাফা আহিব আৰু পাৰিবাৰিক পৰিবেশ মনোৰম থাকিব৷

মিথুন ৰাশি

এই সময় মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হ’ব৷ যিসকল তৰুণ তৰুণীয়ে দীৰ্ঘদিন ধৰি চাকৰি বিচাৰি আছে তেওঁলোকে এই সময়ত সুসংবাদ পাব পাৰে৷ কৰ্মজীৱনত উন্নতিৰ বাবে সুবৰ্ণ সুযোগ আহিব৷ ব্যৱসায়িক যোগাযোগ বৃদ্ধি পাব৷ যিয়ে ভৱিষ্যতে উল্লেখযোগ্য সুবিধা কঢ়িয়াই আনিব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতক জাতিকাই শনিদেৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব৷ তেওঁলোকে কৰ্মক্ষেত্ৰত বৃহৎ পৰিবৰ্তন দেখা পাব৷ যিসকলে চাকৰি পৰিবৰ্তনৰ কথা ভাৱিছে তেওঁলোকে নতুন সুযোগ পাব৷ ব্যৱসায়ত ভাল মুনাফা লাভ কৰিব আৰু আৰ্থিক অৱস্থা পূৰ্বতকৈ শক্তিশালী হ’ব৷ যিসকলে বিদেশত কৰ্মৰত হৈ আছে তেওঁলোকে এই সময়ত উল্লেখযোগ্য সাফল্য লাভ কৰিব পাৰে৷

ধনু ৰাশি

বছৰৰ এই সময় ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে অত্যন্ত সৌভাগ্যজনক হ’ব৷ এক ডাঙৰ আৰু লাভজনক ব্যৱসায়িক চুক্তি চূড়ান্ত কৰিব পাৰে৷ নতুন কোনো উদ্যোগ আৰম্ভ কৰাৰ বাবে চমৎকাৰ সময়৷ ডাঙৰ আৰ্থিক ব্যৱসায়িক চুক্তি চূড়ান্ত কৰিব পাৰে৷ নতুন কোনো উদ্যোগ আৰম্ভ কৰাৰ আববে চমৎকাৰ সময়৷ ডাঙৰ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ অতীতৰ ঋণ বা আৰ্থিক চাপ কমিব৷ পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

May 27, 2026
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী
অসম

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

May 27, 2026
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?
জীৱনশৈলী

কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

May 27, 2026
এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

May 27, 2026
Next Post
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন