• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

4 months ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

2 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

4 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

4 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

5 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

5 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

6 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

6 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

7 hours ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

7 hours ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

8 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

9 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

editor by editor
May 27, 2026
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী
0
SHARES
782
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম বিধানসভাত গৃহীত হ’ল ঐতিহাসিক UCC বিধেয়ক৷ বিপুল ভোটত গৃহীত হ’ল ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ চমুকৈ UCC,  UCC বিধেয়ক গৃহীত হোৱা তৃতীয়খন ৰাজ্য হ’ল অসম৷ অসমৰ পূৰ্বে গুজৰাট আৰু উত্তৰাখণ্ডত গৃহীত হৈছিল এই বিধেয়ক৷ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালত এয়া প্ৰথমটো বৃহৎ পদক্ষেপ বুলিও জনাইছে বিভিন্নজনে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিধেয়ক গৃহীত কৰিবলৈ গৈ উদাত্ত কণ্ঠেৰে কয় যে, ৰেচন বা গেছৰ দাম আজি কমিব, কাইলৈ বাঢ়িব কিন্তু মহিলাৰ সন্মান এবাৰ নষ্ট হ’লে সেয়া ঘূৰাই দিব পাৰিব জানো৷’

কি আছে এই নতুন বিলত?

এই বিল আইনত পৰিণত হলেই অসমত ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বিবাহ, বিবাহবিচ্ছেদ, উত্তৰাধিকাৰ আৰু লিভ ইন সম্পৰ্কৰ ক্ষেত্ৰত এই অভিন্ন দেৱানী বিধি চলিব৷

প্রথমতেই ৰাজ্যত লিভ-ইন ৰিলেশ্ব্যনচীপত থাকিবলৈ মানিব লাগিব নিয়মঃ প্ৰাপ্তবয়স্কসকলে এতিয়াৰে পৰা অসমত লিভ ইনত থাকিবলৈ হ’লে প্ৰশাসনৰ ওচৰত গৈ এই সম্পৰ্কৰ পঞ্জীয়ন কৰাব লাগিব৷ এই নিয়ম অমান্য কৰিলে ৩ মাহ পৰ্যন্ত কাৰাদণ্ড বা জৰিমনা বিহা হ’ব৷

বহুবিবাহ নিষিদ্ধঃ ৰাজ্যত পৰিগামী বা বহুবিবাহ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে৷ প্ৰথমা পত্নী বা প্ৰথমা স্বামী জীৱিত থকা অৱস্থাত দ্বিতীয় বিবাহ কৰিলে বা অবৈধ সম্পৰ্ক গঢ়ি তুলিলে ৭ বছৰ পৰ্যন্ত জে’লৰ বিধান ৰখা হৈছে৷ অৰ্থাৎ মহিলাই হওক বা পুৰুষ দুয়োৰেই যদি সংগী থাকে তেন্তে অন্য কোনো প্ৰেমিক ৰাখিব নোৱাৰিব কোনোৱে৷ যদি এই নিয়ম অমান্য কৰে তেন্তে কঠোৰ শাস্তি বিহা হ’ব৷

সম্পত্তিৰ সমান অধিকাৰঃ লিংগ নিৰ্বিশেষে পুত্ৰ আৰু কন্যা সকলোৱে পৈতৃক সম্পত্তিত সমান অধিকাৰ পাব৷ বিবাহবিচ্ছেদৰ ক্ষেত্ৰতো সকলো ধৰ্মৰ মহিলাসকলৰ বাবে সমহাৰত ভৰণপোষণৰ দায়িত্ব ল’ব লাগিব৷ আইনী সুৰক্ষাৰ কথাও কোৱা হৈছে৷  অৱশ্যে ৰাজ্যৰ জনজাতি সকলক এই আইনৰ বাহিৰত ৰখা হৈছে৷ তেওঁলোকে নিজস্ব সামাজিক ঐতিহ্য ৰক্ষা কৰা দায়িত্ব নিজেই লৈ আহিছে সেয়ে এই আইনৰ আওঁতাত তেওঁলোকক অনা নহয়৷

ইফালে এই বিধেয়কক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত কয়, ‘UCC আহিলে ধৰ্ম নিৰ্বিশেষে মাত্ৰ এগৰাকীক হে বিয়া কৰোৱাৰ অধিকাৰ পাব৷ বিবাহৰ বয়স হ’ব লাগিব ল’ৰাৰ বাবে ২১ বছৰ আৰু ছোৱালীৰ বয়স হ’ব লাগিব ১৮ বছৰ৷ পত্নীৰ বেমাৰ হলে আন এজনী বিয়া কৰাব লাগে বুলি কোৱাতকৈ তাতকৈ দুৰ্ভাগ্য একো নাই৷ ইয়াতকৈ অমানৱীয় একোৱেই নাই৷ ইছলাম ধৰ্ম ভাল,  মৌলবাদে ইছলামক প্ৰতিনিধিত্ব নকৰে৷ মই ইছলামক বহু গভীৰলৈ অধ্যয়ন কৰি থৈছো৷’
মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘লিভ ইন ৰিলেচনশ্বীপতো থাকিব নোৱাৰিব বহুগামিতা৷ কোনোবাই দিল্লীত এটা, গুৱাহাটীত এটা লিভ ইন ৰাখিব নোৱাৰিব৷ ইফালে ইছলামৰ ক্ষেত্ৰত তালাক তালাক তালাক কৈ জীৱন ধ্বংস কৰি দিয়া মোৰ ভন্টীসকললৈ এই UCC আমাৰ শ্ৰদ্ধাঞ্জলী৷ ২১ বছৰ বয়সতে ৩-৪ টা সন্তান জন্ম দিয়া যুৱতীসকললৈ UCC আমাৰ শ্ৰদ্ধাঞ্জলি৷ UCC বলবৎ আমাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল৷ প্রথম অধিৱেশনতে ঐতিহাসিকভানে বিধেয়কখন কৰিব পাৰি আমি আনন্দিত৷’
এই বিল ৰাষ্ট্ৰপতিৰ অনুমোদন অহাৰ পাছতেই অসমত বলবৎ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন
অসম

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

September 10, 2026
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

September 10, 2026
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?
জীৱনশৈলী

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

September 10, 2026
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু
ভাৰত

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

September 10, 2026
Next Post
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.