• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

2 hours ago
আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

17 minutes ago
১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ

১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ

1 hour ago
কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?

কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?

2 hours ago
UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

16 hours ago
ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

17 hours ago
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

17 hours ago
শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

18 hours ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

19 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

19 hours ago
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

20 hours ago
জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

20 hours ago
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

মুখ্যমন্ত্ৰী পদক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

editor by editor
May 28, 2026
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক
0
SHARES
50
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত কেইবাদিনৰ জল্পনাৰ অৱসান ঘটাই কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদত্যাগ কৰাৰ কথা ঘোষণা কৰিলে ছিদ্দাৰামাইয়াই৷ বৃহস্পতিবাৰে নিজৰ বাসভৱনত মন্ত্ৰিসভাৰ সদস্যসকলৰ সৈতে বিশেষ বৈঠক অনুষ্ঠিত কৰি এই সিদ্ধান্তৰ কথা জনাইছে প্ৰবীণ কংগ্ৰেছ নেতাই৷ ছিদ্দাৰামাইয়াৰ স্থানত মুখ্যমন্ত্ৰী হ’ব বৰ্তমানৰ উপমুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ৷ পৰবৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পূৰ্বে ছিদ্দাৰামাইয়াৰ ভৰি চুই সেৱা লোৱা দেখা গৈছে ডি কে শিৱকুমাৰক৷

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী দপ্তৰৰ সূত্ৰৰ খবৰ অনুসৰি বৃহস্পতিবাৰে ৰাজ্যপালৰ সৈতে দেখা কৰিবলৈ সময় বিচাৰিছিল ছিদ্দাৰামাইয়াই৷ কিন্তু ৰাজ্যপাল থাবৰচান্দ গেহলৌট এতিয়া বাংগালুৰুত নাই৷ পাৰিবাৰিক কাৰণত বুধবাৰে নিশা মধ্যপ্ৰদেশৰ ইন্দোৰলৈ গৈছে ৰাজ্যপাল থাবৰচান্দ৷ সেয়ে মুখ্যমন্ত্ৰী দপ্তৰৰ সূত্ৰৰ খবৰ যে এয়া কোনো জটিল সমস্যাও নহয়৷ কাৰণ ৰাজ্যপাল উপস্থিত থাকক বা নাথাকক তেওঁৰ দপ্তৰলৈ গৈ পদত্যাগপত্ৰ জমা দি অহা হ’ব৷

ইফালে সূত্ৰৰ খবৰ যে মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালৰ সৈতে সাক্ষাতৰ বাবে কোনো সময় বিচৰা নাই৷ ৰাজ্যপাল চহৰত নাই৷ মুখ্যমন্ত্ৰীয়ে যে তেওঁৰ সৈতে সাক্ষাৎ কৰিব খোজে সেই বাৰ্তা ৰাজ্যপাললৈ পঠিওৱা নাই৷ ৰাজ্যপালৰ অনুপস্থিতিত মুখ্যমন্ত্ৰীয়ে তেওঁৰ পদত্যাগপত্ৰ হয়তো সচিবৰ হাতত দিব পাৰে৷ যদি মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালৰ সচিবৰ হাতত পদত্যাগপত্ৰ দিব খোজে তেন্তে তাত কোনো আপত্তি নাই বা অপৰাধো নহয়৷ অৱশ্যে ৰাজ্যপাল সোঁশৰীৰে উপস্থিত হোৱাৰ পাছত সেই পদত্যাগপত্ৰ আকৌ ৰাজ্যপালৰ হাতত তুলি দিব লাগিব৷

ছিদ্দাৰামাইয়াৰ পদত্যাগৰ দিনক্ষণক লৈ কিঞ্চিত জটিলতা তৈয়াৰ হলেও বুধবাৰে নিশা হোৱা বৈঠকত স্পষ্ট হৈ পৰিছে যে তেওঁ মুখ্যমন্ত্ৰী পদত্যাগ কৰিবই৷ ২০২৩ চনত কৰ্ণাটকত কংগ্ৰেছ ক্ষমতালৈ অহাৰ পাছত ছিদ্দাৰামাইয়া আৰু ডি কে শিৱকুমাৰৰ মাজত মুখ্যমন্ত্ৰী পদক লৈ টনাআঁজোৰা হৈছিল৷ সেই সময়ত কংগ্ৰেছ হাইকমাণ্ডে দলিত নেতা ছিদ্দাৰামাইয়াক মুখ্যমন্ত্ৰী হিচাপে বাচি লয়৷ শিৱকুমাৰ শিৱিৰে দাবী কৰিছিল আঢ়ৈবছৰ পাছত মুখ্যমন্ত্ৰী সলনি কৰাৰ চৰ্ততেই গাদী এৰিব বুলি দিয়া চৰ্ততহে শান্ত হৈছিল ডি কে শিৱকুমাৰ৷ ফলত বিগত বছৰৰ মাজভাগত চৰকাৰৰ ম্যাদ আঢ়ৈ বছৰ পাৰ হোৱাৰ পাছতেই শিৱকুমাৰক মুখ্যমন্ত্ৰী কৰাৰ দাবীত সৰৱ হয় তেওঁৰ ঘনিষ্ঠ মহল৷ কিন্তু ছিদ্দাৰামাইয়াৰ শিৱিৰৰ উত্তৰ, এনে কোনো মৌখিক চুক্তি হোৱা নাই৷ ছিদ্দাৰামাইয়াই পাঁচ বছৰ ক্ষমতাত থাকিব৷ ৰাজ্যৰ দুই প্ৰভাৱশালী নেতাৰ মাজত এই টনাআঁজোৰাৰ সময়ত পৰিস্থিতি চম্ভালিবলৈ অৱশেষত ছিদ্দাৰামাইয়াক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছে হাইকমাণ্ডে বুলিও চৰ্চা চলিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে
জীৱনশৈলী

আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

May 28, 2026
১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ
জীৱনশৈলী

১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ

May 28, 2026
কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?

May 28, 2026
UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ
অপৰাধ

UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

May 27, 2026
Next Post
১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ

১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ

আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.