• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ

১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ

2 months ago
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

22 minutes ago
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

1 hour ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

2 hours ago
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

2 hours ago
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

3 hours ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

4 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

5 hours ago
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

5 hours ago
Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

6 hours ago
Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

6 hours ago
মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

7 hours ago
হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ

১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ

editor by editor
May 28, 2026
in জীৱনশৈলী
0
১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ২ জুনত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে৷ জ্যোতিষশাস্ত্ৰীয় গণনা অনুসৰি বৃহস্পতিয়ে ১২বছৰ পাছত এই ৰাশিত গোচৰ কৰিব৷ ইয়াৰপাছতেই বৃহস্পতিয়ে ৩১ অক্টোবৰ পৰ্যন্ত এই ৰাশিত অৱস্থান কৰিব৷ জ্যোতিষীৰ মতে বৃহস্পতিৰ এই গোচৰ চাৰিটা ৰাশিৰ বাবে সকলোতকৈ শুভ হ’ব বুলি ধৰা হৈছে৷ কৰ্কট ৰাশিত থকাৰ সময়ত বৃহস্পতিয়ে কিছু ৰাশিৰ বাবে বিশেষ সুবিধা কঢ়িয়াই আনিব৷ এই ৰাশিসমূহৰ ভাগ্যৰ উন্নতি হ’ব৷ অসমাপ্ত কামসমূহ দ্ৰুত শেষ হ’ব আৰু কৰ্মজীৱনত হঠাৎ উন্নতি ঘটিব৷

মেষ ৰাশি

এই ৰাশিৰ জাতক জাতিকাৰ জাগতিক স্বাচ্ছন্দ্য বৃদ্ধি পাব৷ জীৱনত আৰাম বাঢ়িব পাৰে৷ সমৃদ্ধিৰ সম্ভাৱনা আছে৷ নতুন সম্পত্তি ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে৷ কঠোৰ পৰিশ্ৰমে কৰ্মজীৱনত ইতিবাচক ফল দিব পাৰে৷ আপোনাৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক৷ আৰ্থিক লাভৰ ওপৰিও ভাৰসাম্য বজায় ৰখাৰ বাবেও উপকাৰী প্ৰমাণিত হ’ব পাৰে৷ এই সময়ত মেষৰ জাতক জাতিকাই পুৰণি ঋণ পৰিশোধ কৰিব পাৰে৷

কৰ্কট ৰাশি

যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে এই সময়ত সুসংবাদ পাব পাৰে৷ এই ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ শক্তিশালী হ’ব৷ এই সময়ত আয় বঢ়োৱাৰ আববে বহু সুযোগ আৰু উৎস বিচাৰি পাব পাৰে৷ কঠোৰ পৰিশ্ৰমৰ মাধ্যমেৰে উন্নতিৰ সময়৷ এই সময়ত আপোনাৰ সন্মান আৰু মৰ্যাদাও বৃদ্ধি পাব৷ আপুনি অসুস্থতা আৰু আঘাতৰ পৰা সুৰক্ষিত থাকিব৷ আপুনি আপোনাৰ সিদ্ধান্তত আত্মবিশ্বাসী থাকিব আৰু ধৈৰ্য্যৰ সৈতে আপুনি সিদ্ধান্ত ল’ব৷

তুলা ৰাশি

এই সময়ত তুলা ৰাশিৰ জাতক জাতিকাৰ আত্মবিশ্বাস বাঢ়িব আৰু আৰ্থিক অৱস্থাৰো উন্নতি হ’ব৷ যিসকলে চাকৰি পৰিবৰ্তনৰ কথা ভাৱিছে তেওঁলোকে ভাল প্ৰস্তাব পাব পাৰে৷ এই সময়ত অহা সুযোগসমূহ সদ্ব্যৱহাৰ কৰাটো লাভজনক হ’ব৷ আয়ৰ উন্নতিৰ উপৰিও আপোনাৰ জীৱনত কিছু ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ অহংকাৰ বাঢ়িবলৈ নিদিব৷ ভাৰসাম্যপূৰ্ণ আচৰণে আপোনাক সন্মুখলৈ আগুৱাই যোৱাত সহায় কৰিব৷

মীন ৰাশি

যিসকলে পেছা পৰিবৰ্তনৰ কথা ভাৱিছে তেওঁলোকৰ বাবে এই সময় অনুকূল হ’ব৷ এই সময়ত আয় বৃদ্ধিৰ লক্ষণ দেখা গৈছে৷ কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমে ইতিবাচক ফল দিব পাৰে৷ এই সময়ত উন্নতি আৰু অগ্ৰগতিৰ বাবে নতুন সুযোগ আহিব৷ সম্পৰ্কৰ মাজত ভালপোৱা আৰু সম্প্ৰীতি বৃদ্ধি পাব৷ পৰিয়ালত এক সুখী পৰিবেশে বিৰাজ কৰিব৷ আদালত সংক্ৰান্তিয় বিষয়সমূহ আপোনাৰ অনুকূলে থাকিব৷ বন্ধু আৰু আত্মীয়ৰ পৰা সমৰ্থন আৰু সহযোগিতা পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?
জীৱনশৈলী

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

July 29, 2026
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’
জীৱনশৈলী

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

July 29, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

July 29, 2026
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক
জীৱনশৈলী

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

July 29, 2026
Next Post
আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

ফেটি লিভাৰৰ প্ৰথম সংকেত! ভৰিৰ এই লক্ষণ দেখিলেই সাৱধান

ফেটি লিভাৰৰ প্ৰথম সংকেত! ভৰিৰ এই লক্ষণ দেখিলেই সাৱধান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.