• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব? 

ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব? 

4 months ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

53 minutes ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

2 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

3 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

4 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

12 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

13 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

13 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

14 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

15 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

16 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

16 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব? 

ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব? 

editor by editor
May 29, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব? 
0
SHARES
74
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেছাদাৰী আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা ককৰাটো সহজ নহয়! বহুলোকে বেছি কামৰ বাবে জীৱনত হেঁচা অনুভৱ কৰে। জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰাৰ ফলত মানসিক চাপ বৃদ্ধি হয়। কিন্তু কৰ্মজীৱনত মানসিক চাপ এটা সাধাৰণ কথা। সকলো কামত অলপ মানসিক চাপত থকাটো স্বাভাৱিক। যদি অবিৰত মানসিক চাপৰ ফলত অশান্তি হৈছে, তেন্তে ই সহজ নহয়। আজি এই লেখাত সেই বিষয়ে আলোচনা কৰা হৈছে।

মনত ৰাখিব

  • আজিকালি বহুতে কৰ্মৰ বাবে ব্যক্তিগত জীৱনৰ বাবে সময় উলিয়াব পৰা নাই। কিন্তু ইয়াৰ বাবে সময় সঠিকভাৱে পৰিচালনা কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে প্ৰথমে সেইবোৰ কাম কৰক যিবোৰ অতি গুৰুত্বপূৰ্ণ। যদি আপুনি আপোনাৰ পৰিয়ালৰ সৈতে সময় কটাবলৈ সুযোগ নাপায়, তেন্তে অফিচৰ পৰা গৈ ৰাতি তেওঁলোকৰ সৈতে ৰাতিৰ আহাৰ খাই কথা পাতিব। পৰিয়ালৰ পৰা আঁতৰত থকা লোকসকলে তেওঁলোকৰ সৈতে ফোনত কথা পতা উচিত।
  • নিজকে মানসিক চাপমুক্ত কৰি ৰাখিবলৈ নিজৰ চিন্তাধাৰা ইতিবাচক কৰি ৰখাটো অতি প্ৰয়োজনীয়। অৰ্থাৎ জীৱনৰ ভাল বেয়া দুয়োটা পৰিস্থিতিকে এই আশাৰে চাওক যে কথাবোৰ ভাল হ’ব আৰু হতাশ নহ’ব কিন্তু সাহসেৰে বিপদৰ সন্মুখীন হ’ব। বেয়া সময়তো ধৈৰ্য্য বজাই ৰাখক আৰু কথাবোৰ সঠিক চিন্তাৰে সিদ্ধান্ত লওক। ইতিবাচক চিন্তাধাৰাৰ লোকে মানসিক চাপ আৰু বেয়া পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে সদায় সঠিক উপায় বিচাৰি পায়।
  • যদি আপুনি অতি ভাগৰুৱা বা মানসিক চাপ অনুভৱ কৰিছে, তেন্তে কৰ্মস্থলীত আপোনাৰ কোনো সহকৰ্মী বা কৰ্মচাৰী বা তত্বাৱধায়কৰ পৰা সহায় বিচাৰিবলৈ কুণ্ঠাবোধ নকৰিব। সহায় বিচাৰি কামৰ চাপ কমাব পাৰি। ইয়াৰ উপৰিও বন্ধু-বান্ধৱ বা পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰক। যদি আপুনি দীঘলীয়া ছুটী নাপায়, তেন্তে ছুটিৰ দিনত ঘৰৰ ওচৰৰ ক’ৰবাত খোজ কাঢ়িবলৈ যাওক। বন্ধু-বান্ধৱীৰ লগত বহি খাদ্য খাওক আৰু তেওঁলোকৰ লগত আপোনাৰ চিন্তা-চৰ্চা শ্বেয়াৰ কৰক। ইয়াৰ ফলত আপোনাৰ মনটো লঘু অনুভৱ হ’ব। ইয়াৰ বাহিৰেও মনত ৰাখিব যে কাম কৰি থাকোঁতে মাজতে বিৰতি লৈ থাকিব। ইয়াৰ ফলত আপোনাৰ মনটো ভাল লাগিব।
  • কৰ্মৰ বাবে মানসিক চাপত সৃষ্টি হৈ কিছুমান গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। কাৰণ এই কাৰণেই ইয়াক চিনি পোৱা আৰু ফলপ্ৰসূভাৱে পৰিচালনা কৰাটো গুৰুত্বপূৰ্ণ। ইতিবাচক পৰিৱৰ্তনৰ জৰিয়তে আৰু সঠিকভাৱে ইয়াক পৰিচালনা কৰিব পাৰি, যাতে সুস্থ আৰু সঠিক জীৱন যাপন কৰিব পৰা যায়। প্ৰতিজন ব্যক্তিয়ে নিজৰ স্বাস্থ্যৰ যত্ন লোৱা আৰু মানসিক চাপ বুদ্ধিমানৰূপে পৰিচালনা কৰাটো অতি প্ৰয়োজনীয়।
  • সময় নষ্ট কৰা অভ্যাসবোৰ চিনাক্ত কৰি সেইবোৰ সলনি কৰক। আপোনাৰ অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰক আৰু কামৰ মাজত নিজৰ বাবে বিৰতি লওক। ইয়াৰ বাবে কামৰ তালিকা এখন বনাওক, সময় সীমা নিৰ্ধাৰণ কৰক, আজৰি সময়খিনি ব্যৱহাৰ কৰক বা কিছু জিৰণি লওক, ৰাতি চিনেমা চোৱা বা ফোন ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে সোনকালে শুই ৰাতিপুৱা সোনকালে সাৰ পাই ধ্যান, ব্যায়াম, খোজ কঢ়া বা যোগাসন কৰা। কাৰণ শাৰীৰিকভাৱে সক্ৰিয় হোৱাটো আপোনাৰ স্বাস্থ্য আৰু মানসিক স্বাস্থ্য দুয়োটাৰে বাবে উপকাৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 
অসম

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

September 26, 2026
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?
নিয়োগ

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

September 26, 2026
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬
ভাৰত

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

September 26, 2026
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ
জীৱনশৈলী

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

September 26, 2026
Next Post
নিশা শোৱাৰ সময়ত লালটি ওলোৱা, এয়া কোনো ভয়ংকৰ ৰোগৰ সংকেত নেকি?

নিশা শোৱাৰ সময়ত লালটি ওলোৱা, এয়া কোনো ভয়ংকৰ ৰোগৰ সংকেত নেকি?

IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!

IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.