• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টকাৰ লোভত ললিত মোদীৰ সৈতে বিচ্ছেদ সুস্মিতাৰ! মুখ খুলিছে IPLৰ প্ৰতিষ্ঠাপক ললিত মোদী

টকাৰ লোভত ললিত মোদীৰ সৈতে বিচ্ছেদ সুস্মিতাৰ! মুখ খুলিছে IPLৰ প্ৰতিষ্ঠাপক ললিত মোদী

2 months ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

3 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

4 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

4 hours ago
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

5 hours ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

6 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

7 hours ago
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

7 hours ago
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

8 hours ago
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

9 hours ago
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

9 hours ago
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

12 hours ago
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

টকাৰ লোভত ললিত মোদীৰ সৈতে বিচ্ছেদ সুস্মিতাৰ! মুখ খুলিছে IPLৰ প্ৰতিষ্ঠাপক ললিত মোদী

টকাৰ লোভত ললিত মোদীৰ সৈতে বিচ্ছেদ সুস্মিতাৰ! মুখ খুলিছে IPLৰ প্ৰতিষ্ঠাপক ললিত মোদী

editor by editor
June 3, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, লেখা
0
টকাৰ লোভত ললিত মোদীৰ সৈতে বিচ্ছেদ সুস্মিতাৰ! মুখ খুলিছে IPLৰ প্ৰতিষ্ঠাপক ললিত মোদী
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ললিত মোদী আৰু সুস্মিতা সেনৰ প্ৰেম কাহিনীয়ে এটা সময়ত ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছিল। ২০২২ চনৰ জুলাই মাহত আই পি এলৰ প্ৰাক্তন বিষয়াগৰাকীয়ে তেওঁলোকৰ চাৰ্ডিনিয়া আৰু মালদ্বীপ ভ্ৰমণৰ কিছু অন্তৰংগ ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰি তেওঁলোকৰ প্ৰেমৰ কথা ঘোষণা কৰিছিল। তাৰ পিছত প্ৰায় চাৰি বছৰ পাৰ হৈ গ’ল। এই দীঘলীয়া সময়ছোৱাত তেওঁলোকৰ সম্পৰ্ক আৰু হঠাৎ বিচ্ছেদ সম্পৰ্কে ডিজিটেল জগতত আলোচনা হৈছে। ট্ৰ’লিঙৰ পৰা আৰম্ভ কৰি সুস্মিতাক ‘গোল্ড ডিগাৰ’ বা টকা-পইচা বিচৰা বুলি কোৱালৈকে বিৰোধীসকলে একোৱেই এৰি দিয়া নাই। অৱশেষত ললিত মোদীয়ে নিজেই সেই বহু চৰ্চিত সম্পৰ্ক আৰু বিচ্ছেদৰ প্ৰকৃত কাৰণক লৈ নিজৰ মৌনতা ভাঙিছে।

Just back in london after a whirling global tour #maldives # sardinia with the families – not to mention my #better looking partner @sushmitasen47 – a new beginning a new life finally. Over the moon. 🥰😘😍😍🥰💕💞💖💘💓. In love does not mean marriage YET. BUT ONE THAT For sure pic.twitter.com/WL8Hab3P6V

— Lalit Kumar Modi (@LalitKModi) July 14, 2022

শেহতীয়াকৈ এক দীঘলীয়া পোষ্টত ললিত মোদীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ মাজত কোনো তিক্ততা নাই। আচলতে পৰিস্থিতিৰ বাবেই সম্পৰ্কৰ অন্ত পৰিল। বৰ্তমান ললিতে লণ্ডনত থাকে, আনহাতে সুস্মিতাৰ গোটেই কেৰিয়াৰ আৰু জীৱন ভাৰততে অতিবাহিত হ’ব। অৱশ্যে বিচ্ছেদ হোৱাৰ পিছতো সুস্মিতা তেওঁৰ জীৱনৰ এগৰাকী অতি ‘বিশেষ’ ব্যক্তি। ললিতৰ ভাষাত “সুস্মিতাই মোৰ জীৱনত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আজি মই যি, তাত তেওঁৰ বহুত অৰিহণা আছে। দুয়োৰে মাজৰ দূৰত্ব হয়তো বাঢ়িছে, কিন্তু এতিয়াও মোৰ অতি মৰমৰ বন্ধৱী। তেওঁৰ মংগল কামনা কৰিলোঁ।” ললিত মোদীয়ে তেওঁৰ বিৰোধীসকলৰ চিন্তাধাৰাক আৱৰ্জনা বুলি প্ৰমাণ কৰি দিলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

August 4, 2026
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি
বিনোদন

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

August 4, 2026
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?
বিনোদন

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

August 4, 2026
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও
জীৱনশৈলী

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

August 4, 2026
Next Post
বৈশ্বিক পৰ্যায়ত পুনৰ লজ্জানত পাকিস্তান? পাকিস্তানৰ ৰাষ্ট্ৰদূতে উদ্বোধন কৰা জাপানৰ মছজিদ পেলাব ভাঙি

বৈশ্বিক পৰ্যায়ত পুনৰ লজ্জানত পাকিস্তান? পাকিস্তানৰ ৰাষ্ট্ৰদূতে উদ্বোধন কৰা জাপানৰ মছজিদ পেলাব ভাঙি

‘মই শ্বাহৰুখৰ পুত্ৰৰ ওচৰলৈ গৈছিলো’, কিয় আৰিয়ানৰ কাষ পালে ৰিয়াই?

'মই শ্বাহৰুখৰ পুত্ৰৰ ওচৰলৈ গৈছিলো’, কিয় আৰিয়ানৰ কাষ পালে ৰিয়াই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.