• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মই শ্বাহৰুখৰ পুত্ৰৰ ওচৰলৈ গৈছিলো’, কিয় আৰিয়ানৰ কাষ পালে ৰিয়াই?

‘মই শ্বাহৰুখৰ পুত্ৰৰ ওচৰলৈ গৈছিলো’, কিয় আৰিয়ানৰ কাষ পালে ৰিয়াই?

1 month ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

18 minutes ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

1 hour ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

2 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

2 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

4 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

4 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

5 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

6 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

6 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

6 hours ago
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

7 hours ago
বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘মই শ্বাহৰুখৰ পুত্ৰৰ ওচৰলৈ গৈছিলো’, কিয় আৰিয়ানৰ কাষ পালে ৰিয়াই?

'মই শ্বাহৰুখৰ পুত্ৰৰ ওচৰলৈ গৈছিলো’, কিয় আৰিয়ানৰ কাষ পালে ৰিয়াই?

editor by editor
June 3, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
‘মই শ্বাহৰুখৰ পুত্ৰৰ ওচৰলৈ গৈছিলো’, কিয় আৰিয়ানৰ কাষ পালে ৰিয়াই?
0
SHARES
537
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্বাহৰুখ খানৰ পুত্ৰৰ জীৱনৰ অন্যতম ক’লা অধ্যায় আছিল ড্ৰাগছৰ গোচৰত জড়িত হোৱা। গোটেই ভাৰততে কিং খ্যাত পিতৃয়ে বিচাৰত হাজিৰ হ’বলগীয়া হৈছিল। সেই দুখৰ সময়ত আৰিয়ানৰ প্ৰতি সহানুভূতিৰ হাত আগবঢ়াইছিল ৰিয়া চক্ৰৱৰ্তীয়ে। শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত ৰিয়াই সেই অজ্ঞাত অধ্যায়টো প্ৰকাশ কৰিছিল, যিটো আগতে কেতিয়াও চৰ্চালৈ অহা নাছিল।

ড্ৰাগছৰ গোচৰত আৰিয়ানক গ্ৰেপ্তাৰ কৰাটোৱে ৰিয়াক নিজৰ দিনৰ কথা মনত পেলাই দিলে। ৰিয়াই ক’লে যে আৰিয়ান সেই কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত দূৰৰ পৰা চোৱাটো তেওঁৰ বাবে বৰ কঠিন আছিল। অভিনেত্ৰীগৰাকীয়ে কয়, “গোটেই ঘটনাটো মোৰ নিজৰ জীৱনৰ সৈতে হুবহু একেই আছিল। সঁচা কথা ক’বলৈ গ’লে আৰিয়ানৰ কাহিনীটো মোতকৈ মোৰ ভাই শৌভিকৰ কাহিনীৰ সৈতে বেছি মিল আছিল। আনকি তেওঁলোকৰ মুখৰ মাজতো এক অদ্ভুত সাদৃশ্য আছে।” ৰিয়াই স্পষ্টকৈ ক’লে যে আৰিয়ানৰ অসহায়তা দেখি মৌন হৈ থাকিব নোৱাৰে, আৰু তেওঁৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰে।

২০২০ চনৰ জুন মাহত সুশান্তৰ আকস্মিক মৃত্যুৰ পিছত ৰিয়াৰ জীৱন ওলট-পালট হৈ গৈছিল। জামিন পোৱাৰ পিছতো দীৰ্ঘদিনলৈ বহিঃৰাজ্য ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ৰিয়াই বন্ধু-বান্ধৱীৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে। ৰিয়াই কয়, “তেতিয়া মোক সহায় কৰিবলৈ কোনো আগ্ৰহী নাছিল। মোৰ কাষত থিয় দিয়াসকলক হেৰুৱাবলগীয়া হৈছিল, ভয়ংকৰভাৱে ট্ৰ’ল দিয়া হৈছিল।” কেৱল বন্ধু-বান্ধৱীয়েই নহয়, যেতিয়া ৰিয়া আৰু ভাতৃ জে’লত আছিল তেতিয়া অভিনেতা ছাকিব ছালিম আৰু হুমা কুৰেশ্বীয়ে পিতৃ-মাতৃৰ বাবে আটাইতকৈ ডাঙৰ আৱেগিক সমৰ্থন হৈ পৰিছিল।

দীৰ্ঘদিনীয়া আঘাতৰ পিছত এতিয়া ৰিয়াই লাইমলাইটৰ পৰা আঁতৰি থকাটো পছন্দ কৰে। অভিনেত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈয় যে তেওঁৰ ৰাস্তাত দেখা পালে সকলোৱে তেওঁক এৰাই চলিব বিচাৰে। অৱশ্যে অতীতক পাহৰি নতুন আৰম্ভণি কৰাৰ সময় আহি পৰিছে। দীৰ্ঘ ছবছৰৰ অন্তত অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সৰ ‘ফেমিলি বিজনেছ’ ছিৰিজৰ জৰিয়তে পুনৰ উভতি আহিছে ৰিয়াই। য’ত অনিল কাপুৰ আৰু বিজয় বাৰ্মাৰ সৈতে পৰ্দা শ্বেয়াৰ কৰা দেখা যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী
জীৱনশৈলী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

July 15, 2026
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব
জীৱনশৈলী

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

July 15, 2026
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ
বিনোদন

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

July 15, 2026
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan
বিনোদন

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

July 15, 2026
Next Post
নিৰাপত্তাবলয় ভাঙি ৰামচৰণ আৰু জাহ্নৱীৰ ওপৰত পৰিল যুৱক, দুই তাৰকাৰ জীৱন কোনে ৰক্ষা কৰিয়ে? চাওক ভাইৰেল ভিডিঅ’

নিৰাপত্তাবলয় ভাঙি ৰামচৰণ আৰু জাহ্নৱীৰ ওপৰত পৰিল যুৱক, দুই তাৰকাৰ জীৱন কোনে ৰক্ষা কৰিয়ে? চাওক ভাইৰেল ভিডিঅ’

৮জুনৰ পৰাই ভাল সময়, সাফল্য লাভৰ ডাঙৰ সুযোগ আহিছে এইকেইটা ৰাশিৰ সন্মুখত

৮জুনৰ পৰাই ভাল সময়, সাফল্য লাভৰ ডাঙৰ সুযোগ আহিছে এইকেইটা ৰাশিৰ সন্মুখত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.