• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ বিতৰণ, কোন মন্ত্ৰীয়ে পালে কি দপ্তৰ?

ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ বিতৰণ, কোন মন্ত্ৰীয়ে পালে কি দপ্তৰ?

4 months ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

13 minutes ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

1 hour ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

2 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

3 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

5 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

5 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

7 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

8 hours ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

8 hours ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

8 hours ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

9 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ বিতৰণ, কোন মন্ত্ৰীয়ে পালে কি দপ্তৰ?

দপ্তৰ বিতৰণ হ'ল ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ

editor by editor
June 8, 2026
in অসম, বিবিধ, ৰাজনীতি, লেখা
0
ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ বিতৰণ, কোন মন্ত্ৰীয়ে পালে কি দপ্তৰ?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কোনগৰাকী মন্ত্ৰীয়ে পালে কি দপ্তৰ চাও আহক…

  • লোকনিৰ্মাণ, ৰাজনৈতিক, গৃহ বিভাগ, তথ্য আৰু জন সংযোগ আৰু শক্তি বিভাগৰ সকলো দায়িত্ব থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  হাতত।
  • ডাঃ ৰণোজ পেগুৰ হাতত বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা বিভাগ, জনজাতীয় পৰিক্ৰমা(ভৈয়াম), তথ্য-প্ৰযুক্তি।
  • অশোক সিংহলক স্বাস্থ্য বিভাগৰ লগতে পৰিয়াল কল্যাণ বিভাগ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ অৰ্পন।
  • বিমল বড়াক পুনৰ সাংস্কৃতিক মন্ত্ৰীৰ দায়িত্বৰ লগতে উদ্যোগ আৰু বাণিজ্য বিভাগ আৰু এক্ট ইষ্ট পলিচি বিভাগো অৰ্পন।
  • জয়ন্ত মল্ল বৰুৱালৈ বিত্ত, বন আৰু পৰিৱেশ. খনি বিভাগৰ দায়িত্ব অৰ্পন।
  • সুশান্ত বৰগোহাঁইক জনসম্পদ আৰু ন্যায়িক বিভাগৰ দায়িত্ব।
  • পীযূষ হাজৰিকাক কৃষি, জলসিঞ্চন বিভাগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে।
  • কেশৱ মহন্তক ৰাজহ আৰু তথ্য প্ৰযুক্তি, সাধাৰণ প্ৰশাসন বিভাগ
  • বিশ্বজিৎ দৈমাৰীলৈ হস্ততাঁত বস্ত্ৰ আৰু ৰেচন বিভাগ, দক্ষতা, নিয়োগ, জনজাতিয় উন্নয়ন উদ্যমিতা বিভাগৰ লগতে ক্ৰীড়া আৰু যুৱকল্যানৰ দায়িত্বও দৈমাৰীক দিয়া হৈছে।
  • অশ্বিনী ৰায় সৰকাৰলৈ সামাজিক ন্যায় আৰু সাৱলীকৰণ বিভাগৰ লগতে ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ বিভাগ অৰ্পন।
  • কৌশিক ৰায়ক খাদ্য আৰু অসামৰিক যোগান পৰিক্ৰমা বিভাগ, লগতে হাউছিং আৰু নগৰ উন্নয়ণ, সমবায় বিভাগৰ দায়িত্ব
  • কৃষ্ণেন্দু পালক জনস্বাস্থ্য কাৰিকৰী বিভাগ, পাৰ্বত্য উন্নয়ণৰ দায়িত্ব। ইয়াৰ লগতে বৰাক উপত্যকা উন্নয়ণ বিভাগৰ দায়িত্বও কৃষ্ণেন্দু পাললৈ
  • নীলিমা দেৱীলৈ মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দায়িত্ব প্ৰদান

With the approval of the Hon’ble Governor of Assam, I am pleased to announce the allocation of portfolios amongst the members of the Council of Ministers of the Government of Assam, as follows:

1. Dr. Himanta Biswa Sarma, Chief Minister-
Home & Political
PWD (Buildings &…

— Himanta Biswa Sarma (@himantabiswa) June 8, 2026

(এই প্ৰতিবেদন বৰষা মিশ্ৰই সংগ্ৰহ কৰিছে)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Assam News
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
অসম

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

September 26, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

September 26, 2026
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ
সমীক্ষণ (আলোচনী)

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

September 26, 2026
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম
বাণিজ্য

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

September 26, 2026
Next Post
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, জানক কোন কোন হ’ব মালামাল!

কাইলৈ ভাগ্য উদয় হ'ব ৫ ৰাশিৰ লোকৰ, জানক কোন কোন হ'ব মালামাল!

মুল্লানপুৰত বিধ্বস্ত আফগানিস্তান, টেষ্ট ইতিহাসত ভাৰতৰ সৰ্ববৃহৎ জয়

মুল্লানপুৰত বিধ্বস্ত আফগানিস্তান, টেষ্ট ইতিহাসত ভাৰতৰ সৰ্ববৃহৎ জয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.