• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

1 hour ago
বুকুৰ ধপধপনি বাঢ়িছে ছানী লিয়নীৰ! CID ৰ নজৰত কিয় আহিল মোহময়ী অভিনেত্ৰীগৰাকী?

বুকুৰ ধপধপনি বাঢ়িছে ছানী লিয়নীৰ! CID ৰ নজৰত কিয় আহিল মোহময়ী অভিনেত্ৰীগৰাকী?

13 minutes ago
‘এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ’ত ড৹ পাৰ্থসাৰথি মহন্তৰ ছবি, ‘ছিমি’য়ে লাভ কৰিলে Honourable Mention সন্মান

‘এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ’ত ড৹ পাৰ্থসাৰথি মহন্তৰ ছবি, ‘ছিমি’য়ে লাভ কৰিলে Honourable Mention সন্মান

52 minutes ago
হঠাতে হোৱা কণ্ঠস্বৰৰ পৰিৱৰ্তন ডাঙৰ ৰোগৰ ইংগিত নেকি?

হঠাতে হোৱা কণ্ঠস্বৰৰ পৰিৱৰ্তন ডাঙৰ ৰোগৰ ইংগিত নেকি?

3 hours ago
এইসকলে এতিয়াৰে পৰা সাধাৰণ পেট্ৰল পাম্পৰ পৰা ক্ৰয় কৰিব নোৱাৰিব ইন্ধন

এইসকলে এতিয়াৰে পৰা সাধাৰণ পেট্ৰল পাম্পৰ পৰা ক্ৰয় কৰিব নোৱাৰিব ইন্ধন

4 hours ago
কেনে আছে আহমেদাবাদৰ বিমান দুৰ্ঘটনাত জীয়াই থকা একমাত্ৰ ব্যক্তি বিশ্বাস কুমাৰ?

কেনে আছে আহমেদাবাদৰ বিমান দুৰ্ঘটনাত জীয়াই থকা একমাত্ৰ ব্যক্তি বিশ্বাস কুমাৰ?

4 hours ago
‘পেড্ডী’ত জাহ্নৱী কাপুৰে ৰূপায়ণ কৰা চৰিত্ৰটোক লৈ বিতৰ্ক!

‘পেড্ডী’ত জাহ্নৱী কাপুৰে ৰূপায়ণ কৰা চৰিত্ৰটোক লৈ বিতৰ্ক!

5 hours ago
মহিলাৰ দৰে পুৰুষৰো হ’ব পাৰে নেকি স্তন কেঞ্চাৰ?

মহিলাৰ দৰে পুৰুষৰো হ’ব পাৰে নেকি স্তন কেঞ্চাৰ?

6 hours ago
৩৭ বছৰীয়া মহিলাই ১২ বছৰীয়া কিশোৰী হৈ কৰিলে প্ৰতাৰণা, কিন্তু কেনেকৈ?

৩৭ বছৰীয়া মহিলাই ১২ বছৰীয়া কিশোৰী হৈ কৰিলে প্ৰতাৰণা, কিন্তু কেনেকৈ?

7 hours ago
আজিৰে পৰা মহিলা T20 বিশ্বকাপ। এইবাৰ ভাৰত কিয় hot favourite?

আজিৰে পৰা মহিলা T20 বিশ্বকাপ। এইবাৰ ভাৰত কিয় hot favourite?

8 hours ago
২০১৫ৰ বো*মা বিস্ফো*ৰণ, ইউছুফু আৰু বিল্লালক চৰম শাস্তি আদালতৰ

২০১৫ৰ বো*মা বিস্ফো*ৰণ, ইউছুফু আৰু বিল্লালক চৰম শাস্তি আদালতৰ

9 hours ago
চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰ! অচিৰেই উপলব্ধ হ’ব কেতিয়াও বুঢ়া নোহোৱা ঔষধ

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰ! অচিৰেই উপলব্ধ হ’ব কেতিয়াও বুঢ়া নোহোৱা ঔষধ

10 hours ago
যোগ্যতা অৰ্জন কৰিও ভাৰতে ১৯৫০ ফুটবল বিশ্বকাপত অংশগ্ৰহণ নকৰাৰ প্ৰকৃত কাৰণ কি?

যোগ্যতা অৰ্জন কৰিও ভাৰতে ১৯৫০ ফুটবল বিশ্বকাপত অংশগ্ৰহণ নকৰাৰ প্ৰকৃত কাৰণ কি?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

বলীউডৰ অভিনেতা-অভিনেত্ৰীৰ গোপন ৰহস্য প্ৰায়ে বাহিৰলৈ আহে!

editor by editor
June 12, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯৭০ চনৰ শেষৰ ফালে চেন্নাইৰ হোটেলৰ কোঠাত তেতিয়াৰ পত্নী বাণী গণপতি অভিনেত্ৰী ৰেখাৰ সৈতে অভিনেতা কমল হাছানক ধৰা পৰাৰ খবৰ পোৱা গৈছিল। তাৰ পিছত বলীউডৰ কিংবদন্তি অভিনেতাগৰাকীৰ নাম চৌদিশে বিয়পি পৰিছিল।

বিভিন্ন খবৰ অনুসৰি, কমল হাছান আৰু ৰেখাক অসংযত অৱস্থাত দেখা পাইছিল পত্নীয়ে। এই ঘটনাই তেওঁলোকৰ আগন্তুক তামিল ছবিখনক লৈ বহু চৰ্চাৰ সৃষ্টি কৰিছিল। ৰেখাই অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ সৈতে যশ চোপ্ৰাৰ ‘চিলচিলা’ৰ চেটত আছিল আৰু ১৯৮১ চনত কমল হাছান আৰু শ্ৰীদেৱীৰ সৈতে ‘মীন্দুম কোকিলা’ৰ বাবেও চুক্তিবদ্ধ হৈছিল।

খবৰ অনুসৰি শ্বুটিঙৰ সময়ত ৰেখা আৰু কমলৰ মাজত ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিছিল, যিটো সেই সময়ত জনসাধাৰণৰ চকুৰ পৰা বহুলাংশে আঁতৰাই ৰাখিছিল। এজন সাংবাদিকে এই চাঞ্চল্যকৰ বিৱৰণ দিছিল। হোটেলৰ এজন কৰ্মচাৰীৰ উদ্ধৃতি দি তেওঁ কয়, “মই ১৯৭৯ চনৰ শেষৰ ফালে চেন্নাইৰ চোলা শ্বেৰাটন হোটেলত কাম কৰি আছিলো। এদিন ৰাতি মই কামলৈ আহি গোটেই ঠাইখন বিশৃংখল অৱস্থাত দেখিলোঁ। ৰিচেপচনৰ ছোৱালীবোৰে মোক ক’লে যে কমল হাছান আৰু ৰেখা হোটেলৰ কোঠাত আছে, তাৰ পিছত কমলৰ তেতিয়াৰ পত্নী বাণী গণপতি আহি সকলোৰে সন্মুখত স্বামীক তীব্ৰ অপমান কৰে।”

বিতৰ্কৰ পিছতে ৰেখাক ছবিখনৰ পৰা আঁতৰাই তাৰ ঠাইত মালয়ালম অভিনেত্ৰী দীপা (উন্নী মেৰী নামেৰেও পৰিচিত)ক বাচনি কৰা বুলি উৰাবাতৰি বিয়পি পৰে। কমল আৰু ৰেখাই কেতিয়াও এই খবৰটো সন্দৰ্ভত মাত নিদিলে, যাৰ বাবে বিষয়টো ৰহস্যৰ আৱৰ্তত থাকিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বুকুৰ ধপধপনি বাঢ়িছে ছানী লিয়নীৰ! CID ৰ নজৰত কিয় আহিল মোহময়ী অভিনেত্ৰীগৰাকী?
বিনোদন

বুকুৰ ধপধপনি বাঢ়িছে ছানী লিয়নীৰ! CID ৰ নজৰত কিয় আহিল মোহময়ী অভিনেত্ৰীগৰাকী?

June 12, 2026
‘এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ’ত ড৹ পাৰ্থসাৰথি মহন্তৰ ছবি, ‘ছিমি’য়ে লাভ কৰিলে Honourable Mention সন্মান
বিনোদন

‘এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ’ত ড৹ পাৰ্থসাৰথি মহন্তৰ ছবি, ‘ছিমি’য়ে লাভ কৰিলে Honourable Mention সন্মান

June 12, 2026
হঠাতে হোৱা কণ্ঠস্বৰৰ পৰিৱৰ্তন ডাঙৰ ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

হঠাতে হোৱা কণ্ঠস্বৰৰ পৰিৱৰ্তন ডাঙৰ ৰোগৰ ইংগিত নেকি?

June 12, 2026
এইসকলে এতিয়াৰে পৰা সাধাৰণ পেট্ৰল পাম্পৰ পৰা ক্ৰয় কৰিব নোৱাৰিব ইন্ধন
ভাৰত

এইসকলে এতিয়াৰে পৰা সাধাৰণ পেট্ৰল পাম্পৰ পৰা ক্ৰয় কৰিব নোৱাৰিব ইন্ধন

June 12, 2026
Next Post
‘এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ’ত ড৹ পাৰ্থসাৰথি মহন্তৰ ছবি, ‘ছিমি’য়ে লাভ কৰিলে Honourable Mention সন্মান

'এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ'ত ড৹ পাৰ্থসাৰথি মহন্তৰ ছবি, 'ছিমি'য়ে লাভ কৰিলে Honourable Mention সন্মান

বুকুৰ ধপধপনি বাঢ়িছে ছানী লিয়নীৰ! CID ৰ নজৰত কিয় আহিল মোহময়ী অভিনেত্ৰীগৰাকী?

বুকুৰ ধপধপনি বাঢ়িছে ছানী লিয়নীৰ! CID ৰ নজৰত কিয় আহিল মোহময়ী অভিনেত্ৰীগৰাকী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.