• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

2 months ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক নৃশংসভাৱে হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক নৃশংসভাৱে হ*ত্যা

4 minutes ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

2 hours ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

2 hours ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

3 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

4 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

5 hours ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

17 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

17 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

18 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

19 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

20 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

বহুদিনীয়া জটিল সমস্যা সমাধানৰ পথ মুকলি হ'ব এইকেইটা ৰাশিৰ লোকৰ

editor by editor
June 15, 2026
in অসম, জীৱনশৈলী, বিজ্ঞান, বিবিধ, লেখা
0
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেষ
মেষ ৰাশিৰ লোকসকলৰবাবে আজিৰ দিনটো ভালেৰে পাৰ হ’ব, গতিকে এই ভাল দিনটোৰ সদ্ব্যৱহাৰ কৰক। হাতত অহা যিকোনো কাম তৎক্ষণাত সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিলে সফলতা লাভ কৰিব। মাটি বা ঘৰ-সম্পত্তি সম্পৰ্কীয় কোনো চলি থকা বিবাদ শেষ হোৱাৰ সম্ভাৱনা আছে। পাৰিলে আজি ভ্ৰমণৰ পৰা বিৰত থাকক। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণত ৰাখক। আনৰ পৰা সহায় পাম বুলি ৰৈ থাকিলে আশাহত হ’ব পাৰে।
বৃষ
সকলো পৰিস্থিতিত নিজকে স্বাভাৱিক আৰু শান্ত ৰাখিবলৈ চেষ্টা কৰক। কিছুদিন ধৰি বাধাগ্ৰস্ত হৈ থকা কামবোৰ সহজভাৱে সমাধান হ’ব পাৰে। বিশেষ ব্যক্তিৰ সৈতে সাক্ষাৎ লাভজনক হ’ব। কোনো ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক জীৱনৰ সমস্যাৰ বাবে চিন্তা বৃদ্ধি পাব পাৰে। কিছুমান ব্যক্তিগত কামত বাধাৰ সৃষ্টি হ’ব পাৰে। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ’ব। যদি আপোনাৰ বাহন আছে তেনেহলে বাহনখন চলাওতে আজি সাৱধান হ’ব, কাৰণ আপোনাৰ বাহনখনে আজি আপোনাৰ খৰচ বৃদ্ধি কৰাব পাৰে।
মিথুন
নিয়মীয়া জীৱন-যাপন সু-সংগঠিত ৰাখিলে ব্যক্তিত্ব আৰু স্বাস্থ্য উন্নত হ’ব। সন্তানৰ ভৱিষ্যৎ সম্পৰ্কীয় পৰিকল্পনা বাস্তৱায়িত কৰাৰ সুযোগ আহিব পাৰে। উপাৰ্জনৰ উৎসো অধিক শক্তিশালী হ’ব। এলেহুৱা ভাবে আপোনাৰ বহু গুৰুত্বপূৰ্ণ কাম পিছুৱাই দিব পাৰে, গতিকে এলাহক আজি বৰ্জন কৰক। চৰকাৰী বিষয়সমূহ আপাতত স্থবিৰ হৈ থকাৰ আশংকা আছে।
কৰ্কট
কোনো নতুন পৰিকল্পনা থাকিলে তাক বাস্তৱায়িত কৰাৰ বাবে এই সময় উপযুক্ত। পৰিয়ালৰ কোনো সমস্যাৰ সমাধানত আপোনাৰ বিশেষ ভূমিকা থাকিব। কৰ্মৰ প্ৰতি নিষ্ঠাই বহু সমস্যা সমাধানত সহায় কৰিব। যিকোনো বিষয়ত টকা-পইছা খৰচ কৰাৰ আগতে সকলো দিশ ভালদৰে জানি লওক। আজি আপোনাৰ ঘৰলৈ আত্মীয়-স্বজন অহাৰ সম্ভাৱনা আছে। সেয়ে প্ৰয়োজনীয় কাম আগতেই সম্পূৰ্ণ কৰি ৰাখক।
সিংহ
বন্ধ হৈ থকা উপাৰ্জনৰ কোনো উৎস পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ধৰ্মীয় বা আধ্যাত্মিক কামত সময় দিলে শাৰীৰিক আৰু মানসিকভাৱে সতেজ অনুভৱ কৰিব। ফোনযোগে কোনো অনাকাংক্ষিত ভাল খবৰ লাভ কৰিব পাৰে। খং বা আবেগৰ বাবে সম্পূৰ্ণ হ’বলগীয়া কাম শেষ মুহূৰ্তত নহ’ব পাৰে। ধন-সম্পৰ্কীয় বিষয়ত সহজে কাৰো ওপৰত বিশ্বাস নকৰিব।
কন্যা
যুৱসকলৰ ভৱিষ্যৎ সম্পৰ্কীয় কোনো বিশেষ কাম আজি সম্পূৰ্ণ হ’ব। নিজৰ দক্ষতা আৰু যোগ্যতাৰ সদ্ব্যৱহাৰ কৰক। বাধা-বিঘিনি উপেক্ষা কৰি আগবাঢ়িব। ঘৰলৈ অতিথিৰ আগমন হ’ব পাৰে। জ্যেষ্ঠ সদস্যৰ পৰা মূল্যৱান উপহাৰ লাভৰ সম্ভাৱনা আছে। নিজৰ সামৰ্থ্যতকৈ অধিক দায়িত্ব গ্ৰহণ নকৰিব। ওচৰ-চুবুৰীয়াৰ সৈতে তৰ্ক-বিতৰ্কৰ পৰিস্থিতি আহিলে তাৰ পৰা আঁতৰি দিব, নহ’লে এনে পৰিস্থিতিৰ পৰা আপোনাৰ ক্ষতি হ’ব পাৰে।
তুলা
বহুদিনীয়া কোনো জটিল সমস্যা সমাধান হোৱাৰ লক্ষণ দেখা গৈছে। পাৰিবাৰিক দায়িত্বৰ চাপ কিছু হ্ৰাস পাব। আৰ্থিক পৰিকল্পনাত মনোযোগ দিয়ক। আত্মীয়-স্বজনৰ সৈতে আনন্দময় মিলন হ’ব। যুৱসকলে অভিভাৱকৰ সহায়ত সিদ্ধান্ত লোৱাত সুবিধা পাব। খৰখেদাকৈ কাম কৰিলে ভুল হ’ব পাৰে। কৰ্মসংস্থাপন, পৰিয়াল আদিত নতুন দায়িত্ব বৃদ্ধি পাব পাৰে, যিবোৰ সম্পূৰ্ণ কৰিবলৈ অধিক পৰিশ্ৰমৰ প্ৰয়োজন হ’ব।
বৃশ্চিক
কোনো অভিজ্ঞ ব্যক্তিৰ পৰা অত্যন্ত উপকাৰী পৰামৰ্শ লাভ কৰিব যাৰ বাবে বহুদিনৰ পৰা স্থবিৰ হৈ থকা কামবোৰে গতি লাভ কৰিব। আৰ্থিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে সময় অনুকূল। দৈনন্দিন জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ সফল হ’ব। লেনদেনৰ ক্ষেত্ৰত সামান্য অসাৱধানতাই ক্ষতিৰ কাৰণ হ’ব পাৰে। বন্ধুৱে আজি আপোনাক নেতিবাচক কথাৰে মানসিক চাপত ৰাখিবলৈ অপচেষ্টা কৰিব পাৰে।
ধনু
আত্মবিশ্বাস বৃদ্ধি পাব আৰু সময়ৰ সদ্ব্যৱহাৰ কৰিব। সন্তানৰ শিক্ষাৰ সৈতে জড়িত লাভজনক পৰিকল্পনা সফল হ’ব। সামাজিক কাম-কাজতো ব্যস্ততা থাকিব। কোনো পৰিৱৰ্তনমূলক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত খৰখেদা নকৰিব। কাৰোবাক প্ৰতিশ্ৰুতি দিয়া থাকিলে তাক পূৰণ কৰক, নহ’লে আপোনাৰ সামাজিক ভাবমূৰ্তি ক্ষতিগ্ৰস্ত হ’ব পাৰে, অপমানিতও হোৱাৰ আশংকা আছে।
মকৰ
আজি কোনো গুৰুত্বপূৰ্ণ কাম পৰিকল্পনা অনুসৰি সম্পূৰ্ণ হ’ব। ইয়াৰ ফলত মানসিক শান্তি লাভ কৰিব। বন্ধ হৈ থকা উপাৰ্জনৰ উৎস পুনৰ আৰম্ভ কৰাৰ সুযোগ পাব। যুৱসকলে পেছাদাৰী শিক্ষাত সফলতা লাভ কৰিব। কৰ্মজীৱন আৰু পাৰিবাৰিক দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো আজি আপোনাৰ বাবে অলপ কঠিন হ’ব পাৰে। অপৰিচিত লোকৰ ওপৰত বিশ্বাস নকৰিব। অপ্ৰয়োজনীয় ব্যয় নিয়ন্ত্ৰণ কৰক আৰু আজিৰ বাবে অতিৰিক্ত দায়িত্ব গ্ৰহণ নকৰিব।
কুম্ভ
কোনো বন্ধুৰ সহায়ত সমস্যাৰ সমাধান হ’ব। ঘৰ আৰু বাহিৰ দুয়ো ঠাইতে সন্মান বৃদ্ধি পাব। শিক্ষাৰ্থী আৰু যুৱসকলে পঢ়াশুনাৰ লগতে অন্যান্য বিষয়েও আগ্ৰহ দেখুৱাব। ব্যস্ততাৰ মাজতো নিজৰ ব্যক্তিগত কামৰ বাবে সময় উলিয়াব পাৰিব। ঝুঁকিপূৰ্ণ কামৰ পৰা আঁতৰি থাকক। আপোনাৰ ব্যৱহাৰে যেন কোনো জ্যেষ্ঠ ব্যক্তিৰ অসম্মান নহয়, সেয়া লক্ষ্য ৰাখক। আবেগ আৰু খং নিয়ন্ত্ৰণত ৰাখক।
মীন
আজি পাৰিবাৰিক আৰু ব্যক্তিগত কামত ব্যস্ততা থাকিব আৰু ইয়াৰ ইতিবাচক ফলাফল লাভ কৰিব। সন্তানৰ কোনো সমস্যাৰ সমাধান হোৱাৰ বাবে স্বস্তি আৰু শান্তি অনুভৱ কৰিব। যিকোনো কাম কৰাৰ আগতে সুস্পষ্ট পৰিকল্পনা তৈয়াৰ কৰক। কথা কোৱাৰ সময়ত কোমল ভাষা ব্যৱহাৰ কৰক, অন্যথা সম্পৰ্কত অবনতি ঘটিব পাৰে। আলস্য আৰু মানসিক চাপে কামত বাধাৰ সৃষ্টি কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Daily Horosope
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক নৃশংসভাৱে হ*ত্যা
অপৰাধ

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক নৃশংসভাৱে হ*ত্যা

August 18, 2026
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

August 18, 2026
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!
বিশ্ব

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

August 18, 2026
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই
বিনোদন

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

August 18, 2026
Next Post
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

এইবাৰ সমগ্ৰ 'মধ্য-প্ৰাচ্য'ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.